VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এখনৰ পাছত আন এখন হিট ছবিৰ পিছতো বলীউডক কিয় বিদায় দিছিল আয়েছা জুলকাই ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 11, 2023
in মনোৰঞ্জন
এখনৰ পাছত আন এখন  হিট ছবিৰ পিছতো বলীউডক কিয় বিদায় দিছিল আয়েছা জুলকাই ?
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

 

নব্বৈৰ দশকত তেওঁ এই ছবি  উদ্যোগত প্ৰৱেশ কৰিছিল। ‘জো জীতা ওহি চিকন্দৰ’ ছবিখনত আমিৰ খানৰ বিপৰীতে অভিনয় কৰি আয়েছা জুলকাই পিছলৈ ঘূৰি চোৱা নাছিল। কিন্তু এটা সময়ত আয়েছাই নিজকে লাইমলাইটৰ পৰা আঁতৰাই পেলালে। ১৯৯৮ চনত মুক্তি পোৱা ‘হিমমতৱালা’ ছবিৰ  পাছত অভিনয় কৰা ছবিৰ সংখ্যাও হ্ৰাস পায় । ইয়াৰ আঁৰত অনুৰাগীসকলে বিভিন্ন সময়ত বিভিন্ন কাৰণ উল্লেখ কৰিছে। কিন্তু শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজেই এই বিষয়ে মুকলিকৈ কয়।

 

এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয় যে বলীউডৰ পৰা আঁতৰি অহাটো তেওঁৰ সুচিন্তিত সিদ্ধান্ত। অভিনেত্ৰীগৰাকীয়ে কয় , “এটা প্ৰজেক্টৰ অংশ হিচাপে মই অৰিহণা যোগাব পাৰিম নে নোৱাৰো সেয়া গুৰুত্বপূৰ্ণ। কিন্তু সেয়া সম্ভৱ হ’ব যদিহে মোক অভিনয় কৰাৰ সুযোগ দিয়া হয়।” অভিনেত্ৰীগৰাকীয়ে কয় যে যদি তেওঁক লাইমলাইটৰ পৰা আঁতৰাই ৰখা হয় তেন্তে তেওঁ কোনো প্ৰজেক্টৰ অংশ হ’ব নিবিচাৰো।

 

এই কাৰণেই আয়েছাই এটা সময়ত উদ্যোগটোৰ পৰা আঁতৰি আহিছিল। তেওঁৰ ভাষাত, “প্ৰতিগৰাকী অভিনেত্ৰীয়ে উন্নতি কৰিব বিচাৰে। কেৱল ‘গ্লেমাৰ  গাৰ্ল’ হিচাপেই নহয় অভিনয়ৰ বাবেও চিনাকি হ’ব বিচাৰে। মোৰ কেৰিয়াৰৰ আৰম্ভণিতে মইও সেইটোৱেই বিচাৰিছিলো। যিসমূহ  প্রস্তাৱ আহিছিল, সেই বিষয়ে মোৰ কোনো অভিযোগ নাই৷ কিন্তু সেই চৰিত্ৰবোৰ প্ৰায় একেই আছিল। অভিনয়ৰ পৰা বিৰতি লৈ আন ঠাইত ব্যস্ত হোৱাটো মোৰ বাবে বুদ্ধিমানৰ কাম যেন লাগিল।”

 

আয়েছাৰ শেষৰখন ছবি আছিল ‘জিনিয়াছ’ (২০১৮)। ২০২২ চনত অ’টিটিত প্ৰৱেশ কৰিছিল আয়েছাই। শেহতীয়াকৈ দৰ্শকে তেওঁক ‘হেপি ফেমিলি: কণ্ডিচনছ এপ্লাই’ শীৰ্ষক ৱেব ছিৰিজত দেখা পাইছিল ৷

Previous Post

ইমৰাণ খানৰ পিছত এইবাৰ গ্ৰেপ্তাৰ পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী কুৰেশ্বী, পাকিস্তানত অব্যাহত সংঘর্ষ

Next Post

কংগ্ৰেছ নে বিজেপি নে ওলোমা বিধানসভা ? কি কয় নির্বাচনী সমীক্ষাই !!

Related Posts

ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড
মনোৰঞ্জন

ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড

September 22, 2023
দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা
মনোৰঞ্জন

দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা

September 15, 2023
ৰাঘৱ –পৰিনীতিৰ বিবাহলৈ ১০ দিন , আৰম্ভ হৈছে পূর্ণ প্ৰস্তুতি, কোন কোন হ’ব আলহী ?
মনোৰঞ্জন

ৰাঘৱ –পৰিনীতিৰ বিবাহলৈ ১০ দিন , আৰম্ভ হৈছে পূর্ণ প্ৰস্তুতি, কোন কোন হ’ব আলহী ?

September 14, 2023
এ আৰ ৰহমানৰ অনুষ্ঠানত বিশৃংখলতা, পদপিষ্ট হ’ল দর্শনার্থী,টিকেট ক্ৰয় কৰাৰ পাছতো  বহু লোকে প্ৰৱেশ কৰিব নোৱাৰিলে সংগীতানুষ্ঠানত
মনোৰঞ্জন

এ আৰ ৰহমানৰ অনুষ্ঠানত বিশৃংখলতা, পদপিষ্ট হ’ল দর্শনার্থী,টিকেট ক্ৰয় কৰাৰ পাছতো বহু লোকে প্ৰৱেশ কৰিব নোৱাৰিলে সংগীতানুষ্ঠানত

September 11, 2023
২৯ বছৰত ভৰি থোৱা ৰবিজিতা গগৈৰ অভিনয় প্ৰতিষ্ঠানৰ বৃহৎ নাট্য আয়োজন, ৮-১০ ছেপ্টেম্বৰত কলাক্ষেত্ৰত জিৰছং থিয়েটাৰৰ স্বয়ম নাট সমাৰোহ
মনোৰঞ্জন

২৯ বছৰত ভৰি থোৱা ৰবিজিতা গগৈৰ অভিনয় প্ৰতিষ্ঠানৰ বৃহৎ নাট্য আয়োজন, ৮-১০ ছেপ্টেম্বৰত কলাক্ষেত্ৰত জিৰছং থিয়েটাৰৰ স্বয়ম নাট সমাৰোহ

September 6, 2023
বৈষ্ণোদেৱীৰ পাছত তিৰুপতি দৰ্শন, নতুন ছবি মুক্তিৰ পূর্বে মন্দিৰে মন্দিৰে শ্বাহৰুখ
মনোৰঞ্জন

বৈষ্ণোদেৱীৰ পাছত তিৰুপতি দৰ্শন, নতুন ছবি মুক্তিৰ পূর্বে মন্দিৰে মন্দিৰে শ্বাহৰুখ

September 5, 2023
Next Post
কংগ্ৰেছ নে বিজেপি নে ওলোমা বিধানসভা ? কি কয় নির্বাচনী সমীক্ষাই !!

কংগ্ৰেছ নে বিজেপি নে ওলোমা বিধানসভা ? কি কয় নির্বাচনী সমীক্ষাই !!

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7