VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কংগ্ৰেছ নে বিজেপি নে ওলোমা বিধানসভা ? কি কয় নির্বাচনী সমীক্ষাই !!

বিকাশ দিহিঙ্গীয়া by বিকাশ দিহিঙ্গীয়া
May 11, 2023
in ৰাজনীতি
কংগ্ৰেছ নে বিজেপি নে ওলোমা বিধানসভা ? কি কয় নির্বাচনী সমীক্ষাই !!
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

চাৰি দশকৰ ধাৰা অনুসৰণ কৰি কৰ্ণাটকত ক্ষমতাৰ পৰিৱৰ্তনৰ সম্ভাৱনা দেখা গৈছে। বেছিভাগ এক্সিট প’ল জৰীপত প্ৰকাশ পোৱা অনুসৰি  শাসকীয় বিজেপিক অতিক্ৰম কৰি বিধানসভা নিৰ্বাচনত কংগ্ৰেছে একক বৃহত্তম দল হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। কেইটামান জৰীপে কংগ্ৰেছক নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিছে যদিও বেছিভাগেই ওলোমা বিধানসভাৰ ভৱিষ্যদ্বাণী কৰিছে। এনে পৰিস্থিতিত প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ দল জেডি(এছ)ৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে।

 

কিন্তু নিৰ্বাচনত এনে জৰীপৰ ফলাফল সদায় একে নহয়। কিন্তু প্ৰত্যক্ষ ভোটাৰৰ মতামত লোৱাৰ এই পদ্ধতিৰ বৈজ্ঞানিক ভিত্তিৰ বাবে একাংশ সমীক্ষা পণ্ডিতৰ মতে এনে সমীক্ষা নুই কৰিব নোৱাৰি। অহা শনিবাৰে (১৩ মে’) গণনাৰ দিনটোত প্ৰকৃত ফলাফল জানিব পৰা যাব।

 

ইণ্ডিয়া টুডে-এক্সিছ মাই ইণ্ডিয়া সমীক্ষাত কোৱা হৈছে যে ২২৪খন আসনৰ কৰ্ণাটক বিধানসএই সংখ্যা বৃদ্ধি পাব পাৰে! আনহাতে, বিজেপিয়ে ৬২-৮০ আৰু জেডি(এছ) ২০-২৫ বিধানসভা সমষ্টিত জয়ী হ’ব পাৰে। নিৰ্দলীয় আৰু আনসকলে ০ৰ পৰা ৩ খন আসন লাভ কৰিব পাৰে। সমীক্ষা অনুসৰি কংগ্ৰেছে ৪৩ শতাংশ, বিজেপিয়ে ৩৫ শতাংশ আৰু বিজেপিয়ে ১৬ শতাংশ  ভোট লাভ কৰিব পাৰে। আনহাতে,  চাণক্য বুথফেৰাটৰ সমীক্ষাত কংগ্ৰেছে ১২০খন, বিজেপিয়ে ৯২খন আৰু জেডিএছে ১২খন আসন লাভ কৰিব পাৰে বুলি ইংগিত দিছে।

 

বুধবাৰে সন্ধিয়া ৬ বজাত ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছত নিয়ম অনুসৰি নির্বাচনৰ পাছৰ জৰীপৰ ফলাফল প্ৰকাশ কৰা হয়। ২২৪খন আসনৰ কৰ্ণাটক বিধানসভাত নিৰপেক্ষ সংখ্যাগৰিষ্ঠতাৰ বাবে ১১৩খন আসনৰ প্ৰয়োজন। এবিপি-চি ভোটাৰৰ সমীক্ষাত কংগ্ৰেছে ১০০-১১২খন আসন থাকিব পাৰে। বিজেপিয়ে ৮৩-৯৫, জেডি(এছ) ২১-২৯ আৰু নিৰ্দলীয় আৰু অন্যান্য ২-৬ বিধানসভা সমষ্টিত জয়ী হ’ব পাৰে বুলি সম্ভাৱনা প্ৰকাশ কৰিছে ।

 

 

Previous Post

এখনৰ পাছত আন এখন হিট ছবিৰ পিছতো বলীউডক কিয় বিদায় দিছিল আয়েছা জুলকাই ?

Next Post

পাকিস্তানৰ পৰা স্থানান্তৰিত হ’ব এছিয়া কাপ, আন দেশে পাব পাৰে দায়িত্ব

Related Posts

গুৱাহাটীত ‘আপ’ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং, সম্বোধন কৰিব দলীয় কর্মকর্তাক
ৰাজনীতি

গুৱাহাটীত ‘আপ’ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং, সম্বোধন কৰিব দলীয় কর্মকর্তাক

September 28, 2023
নৱেম্বৰত অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
ৰাজনীতি

নৱেম্বৰত অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

September 27, 2023
আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা
ৰাজনীতি

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

September 21, 2023
দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!
ৰাজনীতি

দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!

September 15, 2023
বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন
ৰাজনীতি

বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন

September 14, 2023
ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি
ৰাজনীতি

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি

September 11, 2023
Next Post
পাকিস্তানৰ পৰা স্থানান্তৰিত হ’ব এছিয়া কাপ, আন দেশে পাব পাৰে দায়িত্ব

পাকিস্তানৰ পৰা স্থানান্তৰিত হ’ব এছিয়া কাপ, আন দেশে পাব পাৰে দায়িত্ব

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7