VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৮ ঘন্টাতকৈ কেতিয়াও বেছি কাম নকৰা অক্ষয়ে ভংগ কৰিলে নিয়ম , কোন ছবিৰ বাবে তেওঁ কৰিলে অতিৰিক্ত কাম ?

voicedesk by voicedesk
July 9, 2024
in মনোৰঞ্জন
৮ ঘন্টাতকৈ কেতিয়াও বেছি কাম নকৰা অক্ষয়ে ভংগ কৰিলে নিয়ম , কোন ছবিৰ বাবে তেওঁ কৰিলে অতিৰিক্ত কাম ?
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

বলীউডৰ ‘খিলাড়ী’ অক্ষয় কুমাৰ। হিন্দী চলচ্চিত্ৰ জগতৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেতাৰ ভিতৰত আছে  তেওঁৰ নাম। তিনি দশকৰো অধিক সময় বলিউডত তেওঁ দপদপাই আহিছে ।  ইমান বছৰৰ অভিনয় জীৱনত তেওঁ কেতিয়াও কোনো দিনে ৮ ঘন্টাতকৈ বেছি শ্বুটিং কৰা নাছিল ৷ এই নিয়মৰ পৰা তেওঁ কেতিয়াও বিচলিত হোৱা নাছিল। কিন্তু এইবাৰ অক্ষয়ে আগন্তুক ছবি ‘ছৰফিৰা’ৰ বাবে সেই নিয়ম ভংগ কৰিবলগীয়া হ’ল।

 

সময়ৰ প্ৰতি অতি সচেতন অক্ষয় । নিৰ্ধাৰিত সময়ৰ এঘণ্টা আগতে চেটত উপনীত হ’ব কিন্তু নিৰ্ধাৰিত সময়ৰ একমিনিটতকৈ অধিক সময় তেওঁক চেটত ৰখাটো সম্ভৱ নহয়। যোৱা কেইবছৰমানত অক্ষয় কুমাৰে হিট ছবি উপহাৰ দিব পৰা নাই । এইবাৰ তেওঁক “ছৰফিৰা”ত দেখা যাব।  তামিল ছবি ‘সুৰৰাই পট্টোৰু’ৰ ৰিমেক চলচ্চিত্ৰ পৰিচালক সুধা কংগ্ৰা প্ৰসাদে কয় যে প্ৰথমতে সকলোৱে ভয় খাইছিল যে কেনেকৈ তেওঁক আঠ ঘণ্টাৰো অধিক শ্বুটিং কৰিবলৈ ক’ব। যদিও পিছত অভিনেতাজনে নিজেই মান্তি হ’ল।

 

শ্বুটিঙৰ শেষৰ অভিজ্ঞতাৰ কথা কওঁতে সুধাই কয়, “শেষৰ অংশৰ শ্বুটিং বাকী আছিল। যদিও অক্ষয়ৰ সকলো শ্বুট হৈছিল এনে লাগিল যেন চিত্ৰনাট্যৰ স্বাৰ্থত তেওঁৰ প্ৰয়োজন হ’ব পাৰে। গতিকে তেওঁক অনুৰোধ কৰা হ’ল। কিন্তু তেওঁ স্পষ্ট কৰি দিলে যে তেওঁ সময়মতে কাম সম্পূৰ্ণ কৰি অতিৰিক্ত সময় দিয়া সম্ভৱ নহয়। আমি পঞ্চগণিতত শ্বুটিং কৰি আছিলো। তেওঁ সেইদিনা মুম্বাইলৈ উভতি অহাৰ কথা। আমি সকলোৱে ভাবিছিলো যে তেওঁ ঘূৰি আহিছে।  কিন্তু পিছদিনা ৰাতিপুৱাৰ পৰা তেওঁ সময়মতে চেটত উপস্থিত হৈছিল।” প্ৰথমবাৰৰ বাবে নিয়ম ভংগ কৰিলে অক্ষয়ে। সকলোৱে ভাবিছিল অভিনেতাজন বৰ সুখী হ’ব। কিন্তু আচলতে তেওঁ প্ৰমাণ কৰিলে যে তেওঁ এজন পেছাদাৰী।

Previous Post

বিগত বিত্তীয় বৰ্ষতকৈ দেশত ৪.৭ কোটি নতুন চাকৰি, চাকৰিৰ বৃদ্ধিৰ হাৰ দুগুণ: ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন

Next Post

কেৱল কেক বনোৱাতে নহয়, বেকিং চ’ডাৰ আছে আন বহু উপকাৰ! কি কি কামত ব্যৱহাৰ কৰিব পাৰে?

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
কেৱল কেক বনোৱাতে নহয়, বেকিং চ’ডাৰ আছে আন বহু উপকাৰ! কি  কি কামত ব্যৱহাৰ কৰিব পাৰে?

কেৱল কেক বনোৱাতে নহয়, বেকিং চ’ডাৰ আছে আন বহু উপকাৰ! কি কি কামত ব্যৱহাৰ কৰিব পাৰে?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7