VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মুক্তিলাভ কৰিলে অক্ষয়-ইমৰাণ অভিনীত ছবি ‘চেলফি’ৰ ট্ৰেইলাৰে

বিশ্বৰ সকলো চেলিব্ৰিটিৰ অনুৰাগীলৈ ‘চেল্ফি’উৎসৰ্গা কৰি কি ক'লে অভিনেতা অক্ষয় কুমাৰে ?

voicedesk by voicedesk
January 23, 2023
in মনোৰঞ্জন
মুক্তিলাভ কৰিলে  অক্ষয়-ইমৰাণ অভিনীত ছবি ‘চেলফি’ৰ ট্ৰেইলাৰে
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

চলচিত্ৰ প্ৰেমিসকলৰ বাবে  বহু প্ৰত্যাশিত ছবি হৈ পৰিছে অক্ষয় কুমাৰ আৰু ইমৰাণ হাছমী  অভিনীত ছবি ‘চেলফি’ । কালি অৰ্থাৎ দেওবাৰে সংবাদ মাধ্যম আৰু অনুৰাগীৰ উপস্থিতিত মুক্তিলাভ কৰে ছবিখনৰ ট্ৰেইলাৰে । ৰাজ মেহতাই পৰিচালনা কৰা  ছবিখনত ছুপাৰষ্টাৰৰ চৰিত্ৰত অভিনয় কৰি অক্ষয় কুমাৰে ছবিখন নিজৰ সকলো অনুৰাগীৰ বাবে উৎসৰ্গা কৰিছে।

অভিনেতা গৰাকীয়ে   এই ‘চেল্ফি’ ছবিখন বিশ্বৰ সকলো চেলিব্ৰিটিৰ অনুৰাগীসকললৈ উৎসৰ্গা কৰি কয় যে যদি অনুৰাগীয়েই  নাই তেন্তে তেওঁলোকৰো কোনো অস্তিত্ব নাই  (ফেন্স নাহি তোহ হুমাৰী কই আউকাত নাহি হায়)।

লগতে  তেওঁ কয় যে তেওঁৰ এই উদ্যোগটোত ৩২ বছৰ হ’ল৷ কিন্তু তেওঁ এতিয়াও দিল্লীৰ চান্দনী চকৰ ল’ৰা।  তাৰকাসকলো দেশৰ আন সাধাৰণ মানুহ  আৰু তেওঁলোকৰ  অনুৰাগীসকলৰ দৰেই মানুহ। সেয়েহে পৃথিৱীৰ সকলো চেলিব্ৰিটিৰ সকলো অনুৰাগীৰ বাবে এই ছবিখন উৎসৰ্গা কৰা হৈছে। তেওঁলোকৰ অনুৰাগীৰ বাবেই তেওঁলোক  জীয়াই আছে অন্যথা তেওঁলোকৰ কোনো অস্তিত্বই নাই  ।

ইয়াৰ উপৰিও ৫৫ বছৰীয়া অভিনেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলীয় কৰ্মীসকলক ছবিৰ ওপৰত কোনো মন্তব্য নকৰিবলৈ কোৱাৰ কথাও কয়। তেওঁ দৃঢ়তাৰে কয় যে ইতিবাচকতা  সদায় আদৰণীয়। বিশেষকৈ যদি আমাৰ প্ৰধানমন্ত্ৰীয়ে এনেকুৱা কিবা কৈছে। কাৰণ তেওঁ ভাৰতৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তি। যদি তেওঁ কিবা এটা কৈছে আৰু  কথাবোৰ সলনি হয় তেন্তে ই উদ্যোগটোৰ বাবে বৰ ভাল হ’ব৷

ছবিখনত অক্ষয় কুমাৰ আৰু ইমৰাণ হাছমীৰ উপৰিও নুশ্ৰত ভাৰুচ্চা আৰু ডায়েনা পেণ্টীয়েও অভিনয় কৰিছে। হিৰু যশ জোহৰ, অৰুণা ভাটিয়া, সুপ্ৰিয়া মেনন, কৰণ জোহৰ, পৃথ্বীৰাজ সুকুমাৰণ, অপূৰ্ব মেহতা আৰু লিষ্টিন ষ্টিফেনৰ দ্বাৰা নিৰ্মিত এই ‘চেলফী’  ছবিখনে ২০২৩ চনৰ ২৪ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰিব ৷

Previous Post

গণৰাজ্য দিৱসত অসমৰ প্ৰতীক পটত প্ৰদৰ্শিত হ’ব কামাখ্যা মন্দিৰ আৰু লাচিত বৰফুকন

Next Post

কেনেকৈ সাজু হ’ব এইবাৰ সৰস্বতী পূজালৈ ?

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
কেনেকৈ সাজু হ’ব এইবাৰ সৰস্বতী পূজালৈ ?

কেনেকৈ সাজু হ'ব এইবাৰ সৰস্বতী পূজালৈ ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7