VOICE 24x7
Monday, December 11, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ওএমজি-২ ৰ বাবে এটকাও পাৰিশ্ৰমিক লোৱা নাছিল অক্ষয় কুমাৰে, সাক্ষাৎকাৰত প্ৰকাশ প্ৰযোজকৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 19, 2023
in মনোৰঞ্জন
ওএমজি-২ ৰ বাবে এটকাও পাৰিশ্ৰমিক লোৱা নাছিল অক্ষয় কুমাৰে, সাক্ষাৎকাৰত প্ৰকাশ প্ৰযোজকৰ
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

অক্ষয় কুমাৰৰ নতুন ছবি ‘ওএমজি-২’ শেহতীয়াকৈ মুক্তি লাভ কৰিছে। ছবিখন নিৰ্মাণৰ পূৰ্বেই বহু বিতৰ্কৰ সৃষ্টি হৈছিল। চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশন বা চিবিএফচিৰ পৰা ছবিখনে অনুমতি লাভ কৰাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছিল ৷  বহু যুক্তিৰ মাজতো দৰ্শকে এই ছবিখন ভাল পাইছে ৷  অক্ষয়, ইয়ামী গৌতম, পংকজ ত্ৰিপাঠীৰ চিনেমাখনে অতিক্ৰম কৰিলে ৮০ কোটি টকাৰ ব্যৱসায় । ইতিমধ্যে ‘ওএমজি-২’ৰ বাজেট সম্পৰ্কে বহু চৰ্চিত হৈছে। ছবিখন মুক্তি পোৱাৰ পিছতে ছবিখনৰ প্ৰযোজক অজিত অন্ধ্ৰই প্ৰকাশ কৰিছে এক নতুন তথ্য।

 

 

এই ছবিখনৰ বাবে নায়ক হিচাপে অক্ষয় কুমাৰে এটকাও পাৰিশ্ৰমিক  লোৱা নাছিল। এক সাক্ষাৎকাৰত অন্ধ্ৰই  কয়, ‘অক্ষয়ে এই ছবিখনৰ বাবে কোনো ধৰণৰ পাৰিশ্ৰমিক লোৱা নাছিল। বিপৰীতে তেওঁ আগবাঢ়ি আহিছিল আৰু ছবিখন নিৰ্মাণত প্ৰযোজক হিচাপে সহায় কৰিছিল।” অক্ষয়ৰ সৈতে অজিতে ইয়াৰ পূৰ্বে বহু ছবিত কাম কৰিছে। নায়ক নাথাকিলে এনে ছবি নিৰ্মাণৰ ৰিস্ক কেতিয়াও নোলোৱা হ’লহেঁতেন বুলিও তেওঁ কয়।  ‘এ’ চাৰ্টিফিকেট পোৱাৰ বাবে বহু লোকে ছবিখন চাব পৰা নাই বুলিও তেওঁ প্ৰকাশ কৰে ।

 

 

ছবিখনত কাম কৰাৰ পিছতো ‘ওএমজি-২’ৰ অন্যতম অভিনেতা অৰুছে ভাৰ্মাই এতিয়াও ছবিখন উপভোগ কৰিব পৰা নাই। অৰুছে ছবিখনত কান্তি শৰণ মুদগালৰ (পংকজ ত্ৰিপাঠী) পুত্ৰ বিবেকৰ চৰিত্ৰত অভিনয় কৰিছে। কিন্তু তেওঁ নিজেই নিজৰ চিনেমা চোৱাৰ অনুমতি নাপালে। ‘এ’ৰ প্ৰমাণ পত্ৰ সলনি কৰিবলৈ অনুৰোধ জনাই চেঞ্চৰ ব’ৰ্ডত আবেদন দাখিল কৰিছে অৰুছে ৷

​

Previous Post

সামাজিক মাধ্যমত চৰ্চিত নিৰ্বোধ প্ৰাণীক অত্যাচাৰ কৰি ভাইৰেল হ’ব খোজা এজন যুৱকৰ ভিডিঅ’

Next Post

৩২৭ দিনৰ পিছত ঘূৰি আহি মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰিলে বুমৰাহে , কাক ধন্যবাদ দিলে ক্ৰিকেটাৰ গৰাকীয়ে ?

Related Posts

সুমিত সাগৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল কণ্ঠশিল্পী গীতালি দেৱী
মনোৰঞ্জন

সুমিত সাগৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল কণ্ঠশিল্পী গীতালি দেৱী

November 28, 2023
মুক্তিৰ পাছতে জনপ্ৰিয়তা লাভ কৰিছে ৰঙাটাপু-১৯৮২, মুক্তিৰ প্ৰথম দিনটোতে উপার্জন ৮.৫ লাখ
মনোৰঞ্জন

মুক্তিৰ পাছতে জনপ্ৰিয়তা লাভ কৰিছে ৰঙাটাপু-১৯৮২, মুক্তিৰ প্ৰথম দিনটোতে উপার্জন ৮.৫ লাখ

November 26, 2023
ভাগ হ’ব নেকি বচ্চন পৰিয়ালৰ সম্পত্তি ? কাৰ নামত অমিতাভ বচ্চনে লিখি দিলে বাংলো প্ৰতীক্ষা
মনোৰঞ্জন

ভাগ হ’ব নেকি বচ্চন পৰিয়ালৰ সম্পত্তি ? কাৰ নামত অমিতাভ বচ্চনে লিখি দিলে বাংলো প্ৰতীক্ষা

November 25, 2023
বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী চুমি বৰা-ফটোগ্ৰাফাৰ তার্কিক বৰা, ৰাজস্থানৰ উদয়পুৰৰ বিলাসী হোটেলত ডেষ্টিনেচন ৱেডিং
মনোৰঞ্জন

বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী চুমি বৰা-ফটোগ্ৰাফাৰ তার্কিক বৰা, ৰাজস্থানৰ উদয়পুৰৰ বিলাসী হোটেলত ডেষ্টিনেচন ৱেডিং

November 25, 2023
ঐশ্বৰ্যৰ লগত বচ্চন পৰিয়ালৰ তিক্ততা চৰম পর্যায়ত নেকি? অমিতাভে নাতিনীয়েক আৰাধ্যাক নজনালে  জন্মদিনৰ শুভেচ্ছা!
মনোৰঞ্জন

ঐশ্বৰ্যৰ লগত বচ্চন পৰিয়ালৰ তিক্ততা চৰম পর্যায়ত নেকি? অমিতাভে নাতিনীয়েক আৰাধ্যাক নজনালে জন্মদিনৰ শুভেচ্ছা!

November 18, 2023
চলচ্চিত্ৰ পৰিচালক হেমেন দাসৰ দেহাৱসান, যুঁজ ছবিৰ বাবে লাভ কৰিছিল ৰজত কমল বঁটা
মনোৰঞ্জন

চলচ্চিত্ৰ পৰিচালক হেমেন দাসৰ দেহাৱসান, যুঁজ ছবিৰ বাবে লাভ কৰিছিল ৰজত কমল বঁটা

November 17, 2023
Next Post
৩২৭ দিনৰ পিছত ঘূৰি আহি মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰিলে বুমৰাহে , কাক ধন্যবাদ দিলে ক্ৰিকেটাৰ গৰাকীয়ে ?

৩২৭ দিনৰ পিছত ঘূৰি আহি মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰিলে বুমৰাহে , কাক ধন্যবাদ দিলে ক্ৰিকেটাৰ গৰাকীয়ে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7