VOICE 24x7
Sunday, October 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সামাজিক মাধ্যমত চৰ্চিত নিৰ্বোধ প্ৰাণীক অত্যাচাৰ কৰি ভাইৰেল হ’ব খোজা এজন যুৱকৰ ভিডিঅ’

সস্তীয়া জনপ্ৰিয়তা বিচাৰি কাছক জলকীয়া খুৱাই ৰাইজৰ ৰোষত যুৱক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 19, 2023
in সমাজ
সামাজিক মাধ্যমত চৰ্চিত নিৰ্বোধ প্ৰাণীক অত্যাচাৰ কৰি ভাইৰেল হ’ব খোজা এজন যুৱকৰ ভিডিঅ’
0
SHARES
34
VIEWS
Share on FacebookShare on Twitter

বহু সময়ত আমি মানুহ বোৰ আন আন অবোধ প্ৰাণীবোৰৰ প্ৰতি বৰ নিষ্ঠুৰ হৈ পৰোঁ ৷মুখেৰে মাতিব নোৱাৰা নিৰীহ প্ৰাণিবোৰক বহু সময়ত অত্যাচাৰ কৰোঁ আমি মানুহবোৰে৷ কিন্তু এবাৰো ভাবি নাচাও যে এনে কৰাৰ পিছত এই প্ৰাণীবোৰে কিমান কষ্ট পাব পাৰে ৷

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা তেনে এটা ভিডিঅ’ই যেন মানুহৰ উদঙাইছে তেনে নিষ্ঠুৰতাৰ স্বৰূপ৷ ভিডিঅ’টো দেখি বহুজনেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ভিডিঅ’টো তৈয়াৰ কৰা যুৱকজনৰ প্ৰতি ক্ষোভ উজাৰি বিভিন্ন মন্তব্যও কৰা দেখা গৈছে ৷

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ’টোত এজন যুৱকে এটা কাছক জলকীয়া খুওৱা দেখা গৈছে  আৰু জলকীয়াৰ জ্বলা সহ্য কৰিব নোৱাৰি কাছটোৱে মুখখন ঘুৰাই দিয়াৰ দৃশ্যই দুখী কৰিছে বহুজনকে ৷

 ভিডিঅ’টোত এজন যুৱকে কৰা এনে এক নিষ্ঠুৰ কাম  একেবাৰেই গ্ৰহণযোগ্য নহয় বুলি নিজৰ নিজৰ মন্তব্যৰ যোগেদি স্পষ্টকৈ প্ৰকাশ কৰিছে বহুজনে ।

বৰ্তমান সময়ত কেৱল আৰু কেৱল জনপ্ৰিয়তাৰ বাবেই কি কৰা নাই মানুহে ৷ অৱশ্যেই এই যুৱকজনেও মানুহেনো এই ভিডিঅ’টো দেখি কেনে ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তাৰ বাবেই তৈয়াৰ কৰিছিল এই ভিডিঅ’টো ৷ যি ভিডিঅ’ ইতিমধ্যে  ছচিয়েল মিডিয়াত দ্ৰুত গতিত ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত যুৱকজনে খাদ্যৰ নামত জলকীয়া খুৱাইছে এটা কাছক।

ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে যুৱকজনে কাছটোক জলকীয়া খুৱাই দিয়াৰ পিছত কাছটো অস্বস্তিত ভূগিছে আৰু এনে এক নিষ্ঠুৰ কাণ্ড দেখি খঙত অগ্নিশৰ্মা হৈ পৰিছে নেটিজেনসকল ৷

ভিডিঅ’টো চোৱাৰ পিছতেই ক্ষুব্ধ হৈ পৰিছে বহুজন আৰু বিভিন্ন কটূ মন্তব্যৰে থকা-সৰকা কৰিছে ভিডিঅ’ নিৰ্মাণ কৰা সেই যুৱকজনক৷

জনপ্ৰিয় সামাজিক মাধ্যম ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এই ভিডিঅ’টোক লৈ  যথেষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজে।

সামাজিক মাধ্যম ইনষ্টাগ্ৰামৰ এই প’ষ্টটোত এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে জীৱ-জন্তুৰ লগত যেন এনে ধৰণৰ বেয়া আচৰণ কেতিয়াও নকৰে।

এজন ব্যৱহাৰকাৰীয়ে আকৌ লিখিছে যে যুৱকজনে এনে  কৰা উচিত নাছিল।

আনফালে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে যেতিয়া নিজতকৈ শক্তিশালী এজন ব্যক্তিয়ে দুৰ্বলজনক এনে ব্যৱহাৰ কৰে তেতিয়াহে বুজিব পাৰি যে এনে কৰিলে কেনেকুৱা লাগে দুৰ্বলজনৰ।

আনহাতে আন এজন ব্যৱহাৰকাৰীয়ে আকৌ লিখিছে যে যুৱকজনে কিয় এনে কৰিলে? তেওঁৰ বয়স কিমান ? কাৰণ এয়া শিশুৱে কৰা কামহে ৷

View this post on Instagram

A post shared by Fishing 🎣 (@fishingdock)

Previous Post

ব্ৰিটেইনত ভাৰতীয় শিশুৰ ‘ৰেকৰ্ড’, বিগত বর্ষত জন্মলাভ কৰা সর্বাধিক শিশু ভাৰতীয় মূলৰ

Next Post

ওএমজি-২ ৰ বাবে এটকাও পাৰিশ্ৰমিক লোৱা নাছিল অক্ষয় কুমাৰে, সাক্ষাৎকাৰত প্ৰকাশ প্ৰযোজকৰ

Related Posts

দিল্লীৰ তিন মূৰ্তি মাৰ্গত ৩০৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়
সমাজ

দিল্লীৰ তিন মূৰ্তি মাৰ্গত ৩০৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়

August 21, 2023
ছত্তীশগড়ৰ শক্তি জিলাৰ কাইঠা গাঁৱত অৱস্থিত বিৰাটীয়া বাবা মন্দিৰ
সমাজ

ছত্তীশগড়ৰ শক্তি জিলাৰ কাইঠা গাঁৱত অৱস্থিত বিৰাটীয়া বাবা মন্দিৰ

August 21, 2023
৩০ বছৰতকৈও অধিক সময় ৰাজ পৰিয়ালৰ বাসস্থান আছিল এই ৰাজপ্ৰসাদ
সমাজ

৩০ বছৰতকৈও অধিক সময় ৰাজ পৰিয়ালৰ বাসস্থান আছিল এই ৰাজপ্ৰসাদ

August 19, 2023
পাঁচ বছৰীয়া শিশুক লিভাৰ দান তিনি বছৰীয়া শিশুৰ! এহাল পিতৃ-মাতৃৰ সাহসী সিদ্ধান্তই জীৱন দিলে আন এটি শিশুক
সমাজ

পাঁচ বছৰীয়া শিশুক লিভাৰ দান তিনি বছৰীয়া শিশুৰ! এহাল পিতৃ-মাতৃৰ সাহসী সিদ্ধান্তই জীৱন দিলে আন এটি শিশুক

July 20, 2023
৭৪ বছৰীয়া কর্মজীৱনত এদিনৰ বাবেও কৰা নাই ছুটীৰ বাবে অৱেদন , শেহতীয়াকৈ অৱসৰ লোৱা কোন এইগৰাকী মহিলা কর্মচাৰী !
সমাজ

৭৪ বছৰীয়া কর্মজীৱনত এদিনৰ বাবেও কৰা নাই ছুটীৰ বাবে অৱেদন , শেহতীয়াকৈ অৱসৰ লোৱা কোন এইগৰাকী মহিলা কর্মচাৰী !

July 12, 2023
বালি ভ্ৰমণৰ সপোন পুৰণ কৰিব বিচাৰিছে নেকি ? আই আৰ চি টি চিয়ে প্ৰদান কৰিছে বিশেষ  পেকেজ, পঢ়ক সবিশেষ তথ্য
সমাজ

বালি ভ্ৰমণৰ সপোন পুৰণ কৰিব বিচাৰিছে নেকি ? আই আৰ চি টি চিয়ে প্ৰদান কৰিছে বিশেষ পেকেজ, পঢ়ক সবিশেষ তথ্য

July 6, 2023
Next Post
ওএমজি-২ ৰ বাবে এটকাও পাৰিশ্ৰমিক লোৱা নাছিল অক্ষয় কুমাৰে, সাক্ষাৎকাৰত প্ৰকাশ প্ৰযোজকৰ

ওএমজি-২ ৰ বাবে এটকাও পাৰিশ্ৰমিক লোৱা নাছিল অক্ষয় কুমাৰে, সাক্ষাৎকাৰত প্ৰকাশ প্ৰযোজকৰ

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7