VOICE 24x7
Tuesday, May 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

“অৱতাৰ ২” উপভোগৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু অনুৰাগীৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 17, 2022
in মনোৰঞ্জন
“অৱতাৰ ২” উপভোগৰ সময়তে  হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু অনুৰাগীৰ
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

প্ৰিয় দলৰ খেল চাই থকা অৱস্থাত উত্তেজনাত  অনুৰাগীৰ মৃত্যু হোৱা ঘটনাৰ অলেখ উদাহৰণ আছে । দেশতেই হওক বা বিদেশতেই হওক, এনে ঘটনা কেইবাবাৰো সংঘটিত হৈছে। কিন্তু চিনেমা চাই থাকোঁতে উত্তেজনাত দর্শকৰ মৃত্যু হোৱা ঘটনা সাধাৰণ নহয় ৷ কিন্তু এইবাৰ অন্ধ্ৰ প্ৰদেশৰ কাকিনাৰা জিলাত সংঘটিত হ’ল এনে এক ঘটনা ৷শেহতীয়াকৈ মুক্তি পোৱা ‘অৱতাৰ ২’ ছবিখন উপভোগৰ সময়তে এজন দর্শকৰ মৃত্যু হয় । মৃত লোকজনৰ নাম লক্ষ্মীৰেদ্দি শ্ৰীণু পেদ্দাপুৰম ৷

ছবিখন চাবলৈ লক্ষ্মীৰেদ্দি শ্ৰীণু পেদ্দাপুৰমৰ এটা হললৈ গৈছিল। ভাতৃ ৰাজুৰ সৈতে তেওঁ ছবিখন উপভোগ কৰিবলৈ গৈছিল । চিনেমাখনৰ মাজতে হঠাতে লক্ষ্মী হৃদৰোগত আক্ৰান্ত  হয়। লগে লগে তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও  চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

প্ৰসংগক্ৰমে ২০১০ চনত এনে এটা ঘটনা সংঘটিত হৈছিল। সংবাদ সংস্থা এ এফ পিৰ বাতৰি অনুসৰি সেই বছৰ ‘অৱতাৰ ১’ মুক্তি পোৱাৰ পিছত টাইৱানৰ এজন ব্যক্তিয়ে ছবিখন চাবলৈ গৈছিল। লক্ষ্মীৰ দৰে চিনেমাখনৰ মাজভাগতে হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। পিছত চিকিৎসকে জনোৱা মতে লোকজনৰ উচ্চ ৰক্তচাপৰ সমস্যা আছিল । চিনেমা চাই থাকোঁতে চৰম উত্তেজনাত তেওঁৰ মৃত্যু হয়।

অৱশ্যে অন্ধ্ৰ প্ৰদেশৰ লক্ষ্মীৰ গোচৰত  তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। কেৱল সেয়াই নহয়, লক্ষ্মীৰ  আন কোনো শাৰীৰিক অসুখ আছিল নেকি  সেইটো জানিবলৈ চেষ্টা চলোৱা হৈছে।

 

 

Previous Post

প্ৰকৃতিৰ অনুপম সৃষ্টি ‘ৰাণী খামাৰ’

Next Post

ৰাছিয়া বিশ্বকাপত ফ্ৰান্সৰ জয়ৰ ‘নায়ক’ প’গবাই গেলেৰীৰ পৰা উপভোগ কৰিব নোৱাৰিব চূড়ান্ত খেল? কি সমস্যাত ভুগিছে তাৰকা ফুটবলাৰজনে ?

Related Posts

মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন  কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ
মনোৰঞ্জন

মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ

May 30, 2023
ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!
মনোৰঞ্জন

ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!

May 29, 2023
মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷
মনোৰঞ্জন

মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷

May 27, 2023
তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!
মনোৰঞ্জন

তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!

May 26, 2023
পূর্ব নির্ধাৰিত সময়ত মুক্তি লাভ নকৰে পুষ্পাঃদ্যা ৰুলে, কি পৰিকল্পনা কৰিছে নির্মাতাই !!
মনোৰঞ্জন

পূর্ব নির্ধাৰিত সময়ত মুক্তি লাভ নকৰে পুষ্পাঃদ্যা ৰুলে, কি পৰিকল্পনা কৰিছে নির্মাতাই !!

May 25, 2023
ডুবাইলৈ যাব বিচাৰে ২০০ কোটিৰ আৰ্থিক জালিয়াতিৰ গোচৰত অভিযুক্ত জেকলিন, কি ক’লে আদালতে ?
মনোৰঞ্জন

ডুবাইলৈ যাব বিচাৰে ২০০ কোটিৰ আৰ্থিক জালিয়াতিৰ গোচৰত অভিযুক্ত জেকলিন, কি ক’লে আদালতে ?

May 24, 2023
Next Post
ৰাছিয়া বিশ্বকাপত ফ্ৰান্সৰ জয়ৰ ‘নায়ক’ প’গবাই  গেলেৰীৰ পৰা উপভোগ কৰিব নোৱাৰিব  চূড়ান্ত খেল? কি সমস্যাত ভুগিছে  তাৰকা ফুটবলাৰজনে ?

ৰাছিয়া বিশ্বকাপত ফ্ৰান্সৰ জয়ৰ ‘নায়ক’ প’গবাই গেলেৰীৰ পৰা উপভোগ কৰিব নোৱাৰিব চূড়ান্ত খেল? কি সমস্যাত ভুগিছে তাৰকা ফুটবলাৰজনে ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

May 30, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

May 30, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7