VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাছিয়া বিশ্বকাপত ফ্ৰান্সৰ জয়ৰ ‘নায়ক’ প’গবাই গেলেৰীৰ পৰা উপভোগ কৰিব নোৱাৰিব চূড়ান্ত খেল? কি সমস্যাত ভুগিছে তাৰকা ফুটবলাৰজনে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 17, 2022
in ক্ৰীড়া
ৰাছিয়া বিশ্বকাপত ফ্ৰান্সৰ জয়ৰ ‘নায়ক’ প’গবাই  গেলেৰীৰ পৰা উপভোগ কৰিব নোৱাৰিব  চূড়ান্ত খেল? কি সমস্যাত ভুগিছে  তাৰকা ফুটবলাৰজনে ?
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

আঘাতৰ বাবে কাটাৰ বিশ্বকাপত খেলিব পৰা নাই পল প’গবাই। ৰাছিয়াত অনুষ্ঠিত হোৱা যোৱা বিশ্বকাপত ফ্ৰান্সে ট্ৰফী জয়ৰ আঁৰৰ অন্যতম মূল ব্যক্তি আছিল তেওঁ। সেই মিডফিল্ডাৰজনৰ অবিহনে এইবাৰ ফ্ৰান্সে ফাইনেলত প্ৰৱেশ কৰে। খেলপথাৰত থাকিব নোৱাৰিলেও প’গবাই সতীৰ্থসকলৰ ওচৰত থাকি  তেওঁ উৎসাহ দিব বিচাৰিছিল ৷  গেলেৰীত বহি ফ্ৰান্স বনাম আৰ্জেণ্টিনাৰ মেচ চাব বিচাৰিছিল। কিন্তু সেয়া সম্ভৱ নহ’ব।

মানচেষ্টাৰ ইউনাইটেডৰ প্ৰাক্তন ফুটবলাৰগৰাকীয়ে জুভেন্টাছত যোগদান কৰিছে। ইটালীৰ ক্লাবত যোগদান কৰাৰ পিছতহে পগবাৰ আঘাতৰ কথা জানিব পৰা গৈছিল। সেই আঘাত ইমানেই ডাঙৰ যে তেওঁ বিশ্বকাপত খেলিব নোৱাৰিলে। তেওঁৰ অবিহনে দলটো কাটাৰলৈ গৈছিল। প’গবাই গেলেৰীত বহি ফ্ৰান্সৰ খেল চাব বিচাৰিছিল। কিন্তু প’গবাই বিশ্বকাপৰ ফাইনেল চোৱাৰ অনুমতিও নাপালে। তেওঁৰ ক্লাবে উল্লেখ কৰিছে যে প’গবাৰ বাবে বিমানেৰে ইমানদূৰ যাত্ৰা কৰাটো সম্ভৱ নহয়। তাৰ বাবেই তেওঁক কাটাৰত অনুষ্ঠিত হোৱা বিশ্বকাপৰ ফাইনেল চাবলৈ যাবলৈ দিয়া নহ’ল।

নিজে খেলিবলৈ যাব নোৱাৰিলেও প’গবাই সতীৰ্থসকলক উদ্দ্যেশি  কয় “মই তোমালোকৰ লগত আছো। মই তোমাক মোৰ সকলো শক্তি দিব বিচাৰো। মই সদায় দলৰ লগত আছো। এইটো মোৰ দল।” যোৱা ছেপ্টেম্বৰ মাহত পগবাই আঁঠুত আঘাত পাইছিল।  যাৰ বাবে তেওঁৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল। বিশ্বকাপৰ পূৰ্বে তেওঁ সুস্থ হৈ উঠিব বুলি আশা কৰা হৈছিল। কিন্তু নহ’ল। চিকিৎসকে কৈছে যে প’গবাক ফুটবল খেলিবলৈ আৰু কেইটামান দিনৰ প্ৰয়োজন হ’ব। সম্পূৰ্ণ সুস্থ হোৱাৰ আগতে যদি খেলপথাৰত প্ৰৱেশ কৰে তেন্তে তেওঁৰ বহুত ক্ষতি কৰিব পাৰে। গতিকে নৱেম্বৰ মাহত জুভেন্টাছ দলত যোগদান কৰা বা দেশৰ বাবে বিশ্বকাপ খেলা পগবাৰ বাবে সম্ভৱপৰ হৈ নুঠিল ৷

Previous Post

“অৱতাৰ ২” উপভোগৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু অনুৰাগীৰ

Next Post

ৰেলত ভ্ৰমণৰ বাবে টিকটৰ মূল্য ১৯ লাখ টকাঃ ভৰতৰ সর্বাধিক ব্যয়বহুল ৰেলখনত ৰজাৰ দৰে কি কি সুবিধা পাব আপুনি জানেনে ?

Related Posts

আহমেদাবাদত বিশ্বকাপৰ খেল খেলিবলৈ আপত্তি  পাকিস্তানৰ ব’ৰ্ডৰ
ক্ৰীড়া

আহমেদাবাদত বিশ্বকাপৰ খেল খেলিবলৈ আপত্তি পাকিস্তানৰ ব’ৰ্ডৰ

June 8, 2023
কেন্দ্ৰলৈ প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ পাঁচটা দাবী,  মল্লযুঁজৰ সংগঠনত এগৰাকী মহিলা মূৰব্বী বিচাৰিলে প্ৰতিবাদী মল্লযুঁজাৰৱে
ক্ৰীড়া

কেন্দ্ৰলৈ প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ পাঁচটা দাবী, মল্লযুঁজৰ সংগঠনত এগৰাকী মহিলা মূৰব্বী বিচাৰিলে প্ৰতিবাদী মল্লযুঁজাৰৱে

June 7, 2023
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা টেষ্টত অভিলেখ গঢ়িব পাৰে এই দুজন ভাৰতীয় ক্ৰিকেটাৰে ?
ক্ৰীড়া

বুধবাৰৰ পৰা আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল, কোন সময়ৰ পৰা আৰম্ভ হ’ব মেচ ?

June 6, 2023
ইংলেণ্ডলৈ গ’লেও বিশ্ব টেষ্ট ফাইনেল কিয় দেখা নাপাব যশস্বী-সূর্য্যকুমাৰৰ খেল ?
ক্ৰীড়া

ইংলেণ্ডলৈ গ’লেও বিশ্ব টেষ্ট ফাইনেল কিয় দেখা নাপাব যশস্বী-সূর্য্যকুমাৰৰ খেল ?

June 5, 2023
অমিত শ্বাহক প্ৰতিবাদী মল্লযুঁজাৰুৰ সাক্ষাৎ, ব্ৰীজভূষণৰ বিৰুদ্ধে শীঘ্ৰী চার্জশ্বীট দাখিল কৰাৰ নির্দেশ
ক্ৰীড়া

অমিত শ্বাহক প্ৰতিবাদী মল্লযুঁজাৰুৰ সাক্ষাৎ, ব্ৰীজভূষণৰ বিৰুদ্ধে শীঘ্ৰী চার্জশ্বীট দাখিল কৰাৰ নির্দেশ

June 5, 2023
ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে  ?
ক্ৰীড়া

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে ?

June 2, 2023
Next Post
ৰেলত ভ্ৰমণৰ বাবে টিকটৰ মূল্য ১৯ লাখ টকাঃ ভৰতৰ সর্বাধিক ব্যয়বহুল ৰেলখনত ৰজাৰ দৰে কি কি সুবিধা পাব আপুনি জানেনে ?

ৰেলত ভ্ৰমণৰ বাবে টিকটৰ মূল্য ১৯ লাখ টকাঃ ভৰতৰ সর্বাধিক ব্যয়বহুল ৰেলখনত ৰজাৰ দৰে কি কি সুবিধা পাব আপুনি জানেনে ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7