VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

থলুৱা ভাষাত সফলতাক লৈ উৎসাহী, এইবাৰ বিদেশী ভাষাতো নিৰ্মাণ হ’ব ‘দৃশ্যম’।

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 10, 2023
in মনোৰঞ্জন
থলুৱা ভাষাত সফলতাক লৈ উৎসাহী, এইবাৰ বিদেশী ভাষাতো নিৰ্মাণ হ’ব ‘দৃশ্যম’।
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

 

আকৌ  শিৰোনাম দখল কৰিছে ‘দৃশ্যম’ নামৰ ছবিখনে। এই বহু চৰ্চিত ছবিখন দেশৰ সীমা অতিক্ৰম কৰি  বিদেশী ভাষাত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে ৷  মালয়ালমৰ পাছত ‘দৃশ্যম’ৰ জনপ্ৰিয়তা আৰু সমালোচকৰ প্ৰশংসা লাভ কৰাৰ পিছত তামিল, তেলেগু আৰু হিন্দী ভাষাত মুক্তি লাভ কৰে। এইবাৰ নিৰ্মাতাসকলে ছবিখন ইংৰাজীকে ধৰি কেইবাটাও বিদেশী ভাষাত নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷পেনোৰামা ষ্টুডিঅ’ ইণ্টাৰনেশ্যনেল লিমিটেডে বিদেশী ভাষাত ছবিখন নিৰ্মাণৰ অধিকাৰ ক্ৰয় কৰিছে ৷

মালয়ালম পৰিচালক জীথু জোচেফৰ ছবি ‘দৃশ্যম’। প্ৰথমখন ছবি মুক্তি লাভ কৰিছিল ২০১৩ চনত। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল মালয়ালম ছুপাৰষ্টাৰ মোহনলালে। বলিষ্ঠ চিত্ৰনাট্য আৰু নিৰ্দোষ অভিনয়েৰে দৰ্শকৰ মনত স্থান দখল কৰিছিল ‘দৃশ্যম’-এ। সমালোচকসকলেও ছবিখনৰ প্ৰশংসা কৰে। মালয়ালম ছবিখনৰ জনপ্ৰিয়তাৰ বাবে পিছলৈ ছবিখন তামিল, তেলেগু আৰু হিন্দী ভাষাত নিৰ্মাণ কৰা হয়। ২০১৫ চনত মুক্তি পোৱা হিন্দী ছবিখনত অজয় ​​দেৱগনে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। যোৱা বছৰ হিন্দীত মুক্তি লাভ কৰিছিল ‘দৃশ্যম ২’। ছবিখনৰ দুয়োটা চিকুৱেলে সমান জনপ্ৰিয়তা লাভ কৰাৰ লগে লগে এইবাৰ নিৰ্মাতাসকলে বিদেশী ভাষাত ছবিখন নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয়।

 

নিজ নিজ প্ৰডাকচন কোম্পানীয়ে ফিলিপাইনছ, সিংহলী আৰু ইণ্ডোনেছিয়ান ভাষাৰ বাহিৰে সকলো বিদেশী ভাষাতে ছবিখনৰ অধিকাৰ ক্ৰয় কৰিছে। ইতিমধ্যে চীনা ভাষাত ছবিখন নিৰ্মাণৰ অধিকাৰ লাভ কৰিছে। খবৰ অনুসৰি জাপান আৰু কোৰিয়াতো ছবি নিৰ্মাণ প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনা চলি আছে।

 

দুখন ছবিৰ অন্তত ইতিমধ্যে পৰিচালক জীতু জোচেফে ফ্ৰেঞ্চাইজিৰ তৃতীয়খন ছবি নিৰ্মাণৰ বাবে সেউজ সংকেত দিছে। ফ্ৰেঞ্চাইজিলৈ ঘূৰি আহিছে মালয়ালমৰ তাৰকা মোহনলাল। মালয়ালম ভাষাত নিৰ্মাণ হোৱাৰ পিছত শীঘ্ৰে হিন্দী ভাষাত নিৰ্মাণ হ’বলৈ গৈ আছে ‘দৃশ্যাম ৩’। বাতৰি, দৰ্শকক আকৰ্ষণ কৰিবলৈ নিৰ্মাতাসকলে পৰৱৰ্তী ছবিখন একেদিনাই একাধিক ভাষাত মুক্তি দিয়াৰ সিদ্ধান্ত লৈছে।

 

Previous Post

ভাৰত-অষ্ট্ৰেলিয়াৰ মেচত জাদেজাৰ ‘মলমৰ বিতৰ্ক’ কিয়? মেচ ৰেফাৰীক কি জনালে ভাৰতীয় দলে !

Next Post

আপুনি ওজন কমাবলৈ প্ৰতিদিনে ফল-মূল খাই আছে নেকি? কোনবোৰ ফল খালে ওজন বৃদ্ধি হ’ব পাৰে জানেনে ?

Related Posts

দৰ্শকৰ পচণ্ড হোৱাৰ পাছতো  কিয় ৰাজেশ খান্নাৰ সৈতে কাম কৰা বন্ধ কৰিছিল শৰ্মিলাই?
মনোৰঞ্জন

দৰ্শকৰ পচণ্ড হোৱাৰ পাছতো কিয় ৰাজেশ খান্নাৰ সৈতে কাম কৰা বন্ধ কৰিছিল শৰ্মিলাই?

March 31, 2023
অ’টিটি জগতত ভৰি দিব যশৰাজ ফিল্মছে:নতুন ছিৰিজত  অভিনয় কৰিব বাণী কাপুৰে
মনোৰঞ্জন

অ’টিটি জগতত ভৰি দিব যশৰাজ ফিল্মছে:নতুন ছিৰিজত অভিনয় কৰিব বাণী কাপুৰে

March 30, 2023
পুষ্পাৰ আইটেম গান ‘উ অন্তাভা’ক লৈ কিয় আপত্তি কৰিছিল সামান্থাৰ পৰিয়ালে ?
মনোৰঞ্জন

পুষ্পাৰ আইটেম গান ‘উ অন্তাভা’ক লৈ কিয় আপত্তি কৰিছিল সামান্থাৰ পৰিয়ালে ?

March 29, 2023
কেৰিয়াৰৰ শীর্ষ সময়ত কিয় বলীউড এৰিগৈছিল প্ৰিয়ংকাই !! নিজেই প্ৰকাশ কৰিলে কাৰণ
মনোৰঞ্জন

কেৰিয়াৰৰ শীর্ষ সময়ত কিয় বলীউড এৰিগৈছিল প্ৰিয়ংকাই !! নিজেই প্ৰকাশ কৰিলে কাৰণ

March 28, 2023
ভৰিত আঘাতৰ পাছতো থমকি ৰোৱা নাই অক্ষয় কুমাৰ, ভাগ লৈছে ষ্টাণ্ট দৃশ্যৰ শ্বুটিঙত
মনোৰঞ্জন

ভৰিত আঘাতৰ পাছতো থমকি ৰোৱা নাই অক্ষয় কুমাৰ, ভাগ লৈছে ষ্টাণ্ট দৃশ্যৰ শ্বুটিঙত

March 27, 2023
কোন গৰাকী জনপ্ৰিয় বলীউড অভিনেতাৰ আছে ঘঢ়িৰ প্ৰতি বিশেষ আকৰ্ষণ?
মনোৰঞ্জন

কোন গৰাকী জনপ্ৰিয় বলীউড অভিনেতাৰ আছে ঘঢ়িৰ প্ৰতি বিশেষ আকৰ্ষণ?

March 25, 2023
Next Post
আপুনি ওজন কমাবলৈ প্ৰতিদিনে ফল-মূল খাই আছে নেকি? কোনবোৰ ফল খালে  ওজন বৃদ্ধি হ’ব পাৰে জানেনে ?

আপুনি ওজন কমাবলৈ প্ৰতিদিনে ফল-মূল খাই আছে নেকি? কোনবোৰ ফল খালে ওজন বৃদ্ধি হ’ব পাৰে জানেনে ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7