VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

 যি নাছিল সেইটোৰ কথা কেতিয়াও ভবা নাছিল বলীউড অভিনেতা জেকী শ্ৰফে

এনে কি কথা আছিল যি জেকী শ্ৰফক চিনেমালৈ আহিবলৈ প্ৰেৰণা দিছিল?

voicedesk by voicedesk
December 10, 2022
in মনোৰঞ্জন
 যি নাছিল সেইটোৰ কথা  কেতিয়াও ভবা নাছিল বলীউড অভিনেতা জেকী শ্ৰফে
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ চলচিত্ৰ জগতলৈ একাধিক চুপাৰ দুপাৰ হিট ছবি উপহাৰ দিয়া বলীউড জগতৰ  অন্যতম তাৰকা  অভিনেতা জেকী শ্ৰফ। চলচ্চিত্ৰ জগতৰ এগৰাকী শক্তিশালী অভিনেতা  হিচাপে গণ্য কৰা জেকী শ্ৰফে নিজৰ কেৰিয়াৰত এতিয়ালৈকে ১৩টা ভাষাত ২২০খনতকৈও অধিক ছবিত অভিনয়  কৰিছে আৰু এই প্ৰক্ৰিয়া এতিয়াও চলি আছে।

শেহতীয়াকৈ বলীউডৰ সৈতে হোৱা এক বাৰ্তালাপত অভিনেতা গৰাকীয়ে  তেওঁ চলচিত্ৰৰ নায়ক হোৱাৰ আগৰ সময়ছোৱাৰ লগতে  বিভিন্ন ক্ষেত্ৰত তেওঁ কাম কৰাৰ কথা আৰু  কেনেকৈ তেওঁৰ ছবিত নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ সৌভাগ্য ঘটিছিল সেই বিষয়ে মুকলিকৈ প্ৰকাশ কৰে ।

তেওঁ কয় যে ছবিত অভিনয় কৰাৰ আগতে বিভিন্ন ধৰণৰ কাম কৰিছিল তেওঁ । এটা সাক্ষাৎকাৰৰ সময়ত যেতিয়া অভিনেতা গৰাকীক সোধা হৈছিল যে ছবিলৈ অহাৰ আগতে তেওঁ শ্বেফ, ফ্লাইট এটেণ্ডেণ্ট আদিৰ দৰে  বহুতো কাম কৰিছিল যদিও  এনে কি কথা আছিল যি জেকী শ্ৰফক চিনেমালৈ আহিবলৈ প্ৰেৰণা দিছিল? এই কথাৰ  উত্তৰত তেওঁ কয় যে তেওঁ কেতিয়াও অভিনেতা হ’বলৈ  বিচৰা নাছিল  কিন্তু ভগৱানে তেওঁক এই সুযোগ  দিছিল আৰু তেওঁ এই সুযোগ গ্ৰহণ কৰিছিল।

নায়ক হোৱাৰ পূৰ্বৰ সময়ছোৱাত তেওঁ কাপোৰৰ দোকান এখনত ৰপ্তানিকৃত কাপোৰৰ মানদণ্ডৰ তদাৰক কৰিছিল আৰু  তাৰ পিছত তেওঁ এটা ট্ৰেভেল এজেন্সী  আৰম্ভ কৰিছিল। তেওঁৰ পিতৃয়ে  কৈছিল যে গণমাধ্যমত জেকীৰ ভৱিষ্যত উজ্জ্বল ৷অভিনেতা গৰাকীয়ে পুনৰ কয় যে মাত্ৰ দুবছৰ ধৰি তেওঁ সেই কাম কৰে আৰু তাৰ পিছত কোনোবাই তেওঁক বাটৰ পৰা তুলি আনে  আৰু তেওঁ এজন নায়ক হৈ পৰে ।

শেষত জেকিয়ে কয় যে তেওঁ  কাৰো পৰা কাম বিচৰা নাছিল।তেওঁৰ ওচৰলৈ যি সুযোগ আহিছিল তাকহে তেওঁ গ্ৰহণ কৰিছিল ৷ সন্মান কৰিছিল। তেওঁৰ যি  যি নাছিল সেইটোৰ কথা তেওঁ কেতিয়াও ভবা নাছিল।

শেহতীয়াকৈ জনপ্ৰিয় অভিনেতা জেকী শ্ৰফৰ ছবি ‘লাইফ ইজ গুড’ মুক্তি পাইছে য’ত অভিনেতাগৰাকীয়ে এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ  কৰিছে।

Previous Post

যোৰহাটত মঞ্চস্থ  প্ৰবীণ ফুকন ৰচিত নাট “ লাচিত বৰফুকন “

Next Post

শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পবিত্ৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আদাবাৰীত কবি সন্মিলন সম্পন্ন

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পবিত্ৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আদাবাৰীত কবি সন্মিলন সম্পন্ন

শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পবিত্ৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আদাবাৰীত কবি সন্মিলন সম্পন্ন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7