VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পবিত্ৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আদাবাৰীত কবি সন্মিলন সম্পন্ন

মানৱতাবাদ প্ৰকাশ ঘটা কবিতাই সমাদৃত হয় : দীপক শৰ্মা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 10, 2022
in সমাজ
শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পবিত্ৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আদাবাৰীত কবি সন্মিলন সম্পন্ন
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

আজি অসম সাহিত্য সভাৰ অন্যতম শাখা “বিশ্বৰত্ন ড০ ভূপেন হাজৰিকা সাহিত্য সভা”ৰ সৌজন্যত অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পবিত্ৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আদাবাৰীস্থিত “ভিক্টোৰিয়া ইংলিচ মিডিয়াম হাইস্কুল” প্ৰাংগণত আড়ম্বৰপূৰ্ণ পৰিবেশত এখনি “কবি সন্মিলন”  অনুষ্ঠিত হৈ যায় । শাখা সভাৰ সভাপতি তথা উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ হাচমত আলীৰ সভাপতিত্বত, বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক, কবি-সাংবাদিক দীপক শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ দিয়ে শাখা সভাৰ সম্পাদক তথা কবি, লেখক হৃষিকেশ দাসে । সভাত ভাষণ দি বিদ্যুত বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-মহাপ্ৰবন্ধক  প্ৰমোদ চন্দ্ৰ দাসে কয়- “কবিতাৰ গতিধাৰা অনেক। কবিতা শব্দৰ বাকচ। কবিতাৰ সত্বা হৃদয়স্পৰ্শী ।” সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ তথা বিশিষ্ট কবি কিশোৰ কুমাৰ জৈন, চলচিত্ৰ নিৰ্মাতা ডা: জয় বৰা, কামৰূপ (ম) জিলা সাহিত্য সভাৰ সহ: সম্পাদক মনোজ কুমাৰ দাস আদিয়ে অতিথি হিচাপে অংশ লয় ।

কণমানি শিল্পী মিনহাজ চাকিৰে অম্বিকাগীৰি ৰায় চৌধুৰীৰ গীত পৰিৱেশন কৰি আৰম্ভ কৰা সভাত হিৰণময়ী দেৱী, ৰবীন ৰাজবংশী, ইছল্লামুদ্দিন আহমেদ, সবিতা আহমেদ, জ্যোৎস্না কলিতা, কবিতা দেৱী, মফতাজ্জুদ্দিন আহমেদ, ব্ৰজেন কুমাৰ দাস, অদিতি কলিতা, সঞ্জয় বিশ্বাস(বিকি),নুৰ নাহাৰ বেগম, বন্দনা দাস আদিয়ে কবিতা পাঠ কৰে । সঞ্চালকৰ ভাষণত কবি-সাংবাদিক দীপক শৰ্মাই কয় যে  কবি, সাহিত্যিকসকল যুগে-যুগে মহান হৈ থাকে । কবিয়ে সাৰ্থক কবিতা সৃষ্টিৰে  সমাজ পৰিবৰ্তন কৰিব পাৰে । অনুশীলন, অধ্যয়ন কৰিলে উন্নত কবিতা সৃষ্টি কৰিব পাৰে । বৰ্তমান অসমত প্ৰায় এক লাখৰো অধিক কবি আছে । ই শুভ লক্ষণ ।তেওঁ লগতে কয় যে মানৱতাবাদ প্ৰকাশ ঘটা কবিতাই সমাদৃত হয়।

কবি সন্মিলনখনৰ শেষত শলাগৰ শৰাই আগবঢ়াই শাখা সভাৰ সম্পাদক হৃষিকেশ দাসে ।

Previous Post

 যি নাছিল সেইটোৰ কথা কেতিয়াও ভবা নাছিল বলীউড অভিনেতা জেকী শ্ৰফে

Next Post

সঁচাকৈয়ে বিপদত পৰিছে নেকি জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰৰ ঐতিহাসিক ক্ষেত্ৰ?

Related Posts

দিল্লীৰ তিন মূৰ্তি মাৰ্গত ৩০৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়
সমাজ

দিল্লীৰ তিন মূৰ্তি মাৰ্গত ৩০৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়

August 21, 2023
ছত্তীশগড়ৰ শক্তি জিলাৰ কাইঠা গাঁৱত অৱস্থিত বিৰাটীয়া বাবা মন্দিৰ
সমাজ

ছত্তীশগড়ৰ শক্তি জিলাৰ কাইঠা গাঁৱত অৱস্থিত বিৰাটীয়া বাবা মন্দিৰ

August 21, 2023
৩০ বছৰতকৈও অধিক সময় ৰাজ পৰিয়ালৰ বাসস্থান আছিল এই ৰাজপ্ৰসাদ
সমাজ

৩০ বছৰতকৈও অধিক সময় ৰাজ পৰিয়ালৰ বাসস্থান আছিল এই ৰাজপ্ৰসাদ

August 19, 2023
সামাজিক মাধ্যমত চৰ্চিত নিৰ্বোধ প্ৰাণীক অত্যাচাৰ কৰি ভাইৰেল হ’ব খোজা এজন যুৱকৰ ভিডিঅ’
সমাজ

সামাজিক মাধ্যমত চৰ্চিত নিৰ্বোধ প্ৰাণীক অত্যাচাৰ কৰি ভাইৰেল হ’ব খোজা এজন যুৱকৰ ভিডিঅ’

August 19, 2023
পাঁচ বছৰীয়া শিশুক লিভাৰ দান তিনি বছৰীয়া শিশুৰ! এহাল পিতৃ-মাতৃৰ সাহসী সিদ্ধান্তই জীৱন দিলে আন এটি শিশুক
সমাজ

পাঁচ বছৰীয়া শিশুক লিভাৰ দান তিনি বছৰীয়া শিশুৰ! এহাল পিতৃ-মাতৃৰ সাহসী সিদ্ধান্তই জীৱন দিলে আন এটি শিশুক

July 20, 2023
৭৪ বছৰীয়া কর্মজীৱনত এদিনৰ বাবেও কৰা নাই ছুটীৰ বাবে অৱেদন , শেহতীয়াকৈ অৱসৰ লোৱা কোন এইগৰাকী মহিলা কর্মচাৰী !
সমাজ

৭৪ বছৰীয়া কর্মজীৱনত এদিনৰ বাবেও কৰা নাই ছুটীৰ বাবে অৱেদন , শেহতীয়াকৈ অৱসৰ লোৱা কোন এইগৰাকী মহিলা কর্মচাৰী !

July 12, 2023
Next Post
সঁচাকৈয়ে বিপদত পৰিছে নেকি জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰৰ ঐতিহাসিক ক্ষেত্ৰ?

সঁচাকৈয়ে বিপদত পৰিছে নেকি জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰৰ ঐতিহাসিক ক্ষেত্ৰ?

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7