VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘ডাৰ্লিংছ’ত কন্যা-মাতৃৰ চৰিত্ৰত আলিয়া ভট্ট আৰু শেফালী শ্বাহ

আলিয়াৰ বিৰুদ্ধে এটা ভেকুলী আৰু বিচ্ছুৰ  ই এটা ভয়ংকৰ কাহিনী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 5, 2022
in মনোৰঞ্জন
‘ডাৰ্লিংছ’ত কন্যা-মাতৃৰ চৰিত্ৰত আলিয়া ভট্ট  আৰু  শেফালী শ্বাহ
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাট আৰু শেফালী শ্বাহে নেটফ্লিক্সত মুক্তি পাব লগীয়া নতুন চিনেমা ‘ডাৰ্লিংছ’ত  জীয়েক আৰু মাতৃৰ  চৰিত্ৰত অভিনয় কৰিছে।

ইতিমধ্যে আলিয়া ভট্ট প্ৰযোজিত আহিবলগীয়া চলচ্চিত্ৰ ‘ডাৰ্লিংছ’ৰ প্ৰথমটো  টিজাৰে মুক্তিলাভ কৰিছে   । উল্লেখযোগ্য যে  অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সৰ চলচ্চিত্ৰখন আলিয়াৰ প্ৰথম থ্ৰিলাৰ আৰু লগতে তেওঁৰ  প্ৰথম প্ৰযোজনাও। আনহাতে ডাৰ্লিংছত শেফালী শ্বাহ, বিজয় বৰ্মা আৰু ৰোশন মেথিউৱেও  অভিনয় কৰিছে।

টিজাৰটোত আলিয়াই বিজয় বৰ্মাৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন হোৱাৰ পিছত দুয়ো  মাকৰ আশীৰ্বাদলৈ বিবাহ পাশত আৱদ্ধ হয়। অৱশ্যে অতি সোনকালেই এই সম্পৰ্ক  অধিক বেয়াৰ ফালে  ঢাল খায় ৷ সন্দেহ আৰু অশুভ অভিপ্ৰায়ৰ বাবে  দুয়োৰে সম্পৰ্কত লাহে লাহে ফাঁট মেলে  ।আলিয়াৰ বিৰুদ্ধে এটা ভেকুলী আৰু বিচ্ছুৰ  ই এটা ভয়ংকৰ কাহিনী ৷ কেনেকৈ এজন চিকাৰীয়ে কেতিয়াও তেওঁলোকৰ প্ৰকৃত প্ৰকৃতি ত্যাগ নকৰে তাকেই প্ৰতিফলিত কৰা হৈছে ছবিখনত। ভিডিঅ’টোৰ অন্তিম শ্বটবোৰত আলিয়াই এটা বম্বচেল মেকঅ’ভাৰ গ্ৰহণ কৰিছে ।

অহা  ৫ আগষ্টত মুক্তি লাভ কৰিব চলচ্চিত্ৰ প্ৰেমীসকলে অধীৰ আগ্ৰহেৰে বাট চাই থকা ‘ডাৰ্লিংছে’ । চলচ্চিত্ৰখনৰ সংগীত  বিশাল ভৰদ্বাজৰ  আৰু গীতসমূহ ভাৰতৰ এগৰাকীয় সন্মানীয় তথা প্ৰবীণ গীতিকাৰ গুলজাৰৰ।

‘ডাৰ্লিংছ’ৰ বিষয়ে আলিয়াই  কৈছিল যে ছবিখনে তেওঁৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে। “প্ৰযোজক হিচাপে এইখন মোৰ প্ৰথম ছবি যিটো ৰেড চিলিজৰ সৈতেও। ছবিখন কেনেদৰে গঢ় লৈ উঠিছে যে আমি অত্যন্ত গৌৰৱান্বিত আৰু সুখী আৰু আমি আশা কৰোঁ যে ই সমগ্ৰ বিশ্বৰ দৰ্শকসকলক মনোৰঞ্জন দিয়াৰ লগতে  আকৰ্ষিত কৰিব” ।

ইয়াৰ উপৰিও, আলিয়াই  প্ৰিয়ংকা চোপ্ৰা আৰু ফাৰহান আখটাৰৰ দ্বাৰা পৰিচালিত কেটৰিনা কাইফৰ সৈতে জী লে জাৰাতো অভিনয় কৰিছে। আনফালে   ‘হাৰ্ট অফ ষ্টোন’ত গাল গাডটৰ সৈতে এইবাৰ হলিউডতো আত্মপ্ৰকাশ কৰিব অভিনেত্ৰী গৰাকীয়ে । তেওঁ  বৰ্তমান বিদেশত চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ   আছে।

 

Previous Post

ধাৰাসাৰ বৰষুণত জলমগ্ন মুম্বাইঃ তীব্ৰ যান-জঁট, সতর্ক হৈ থাকিবলৈ নতুন মুখ্যমন্ত্ৰীৰ নির্দেশ

Next Post

ক’ভিডৰ পাছত সর্বাধিক ১ নিযুত লোকৰ হজযাত্ৰাত অংশগ্ৰহণ

Related Posts

শুভ জন্মদিন ‘প্ৰিন্স অৱ টলিউড’আৰু  ‘গ্ৰীক গড অৱ টলিউড’
মনোৰঞ্জন

শুভ জন্মদিন ‘প্ৰিন্স অৱ টলিউড’আৰু ‘গ্ৰীক গড অৱ টলিউড’

August 9, 2022
মুক্তি পালে ‘দিল্লী ক্ৰাইম চিজন ২’ ৰ ট্ৰেইলাৰ:
মনোৰঞ্জন

মুক্তি পালে ‘দিল্লী ক্ৰাইম চিজন ২’ ৰ ট্ৰেইলাৰ:

August 8, 2022
গাড়ী  দুৰ্ঘটনাত পতিত  অভিনেত্ৰী এনি হেচেক  চিকিৎসালয়ত ভৰ্তি
মনোৰঞ্জন

গাড়ী দুৰ্ঘটনাত পতিত অভিনেত্ৰী এনি হেচেক চিকিৎসালয়ত ভৰ্তি

August 6, 2022
“যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে”
মনোৰঞ্জন

“যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে”

August 5, 2022
‘টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ  বিশ্ব প্ৰিমিয়াৰত  অসম সন্তান  ৰীমা দাসৰ ছবি ‘তৰাজ হাজবেণ্ড’
মনোৰঞ্জন

‘টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ বিশ্ব প্ৰিমিয়াৰত অসম সন্তান ৰীমা দাসৰ ছবি ‘তৰাজ হাজবেণ্ড’

August 4, 2022
এইবাৰ ‘সীতা ৰামাম’ ক্ৰয় কৰিলে আৰ.আৰ.আৰ.ৰ হিন্দী সংস্কৰণৰ প্ৰযোজক পি.ই.এন. ষ্টুডিঅ’ই
মনোৰঞ্জন

এইবাৰ ‘সীতা ৰামাম’ ক্ৰয় কৰিলে আৰ.আৰ.আৰ.ৰ হিন্দী সংস্কৰণৰ প্ৰযোজক পি.ই.এন. ষ্টুডিঅ’ই

August 3, 2022
Next Post
ক’ভিডৰ পাছত সর্বাধিক ১ নিযুত লোকৰ হজযাত্ৰাত অংশগ্ৰহণ

ক’ভিডৰ পাছত সর্বাধিক ১ নিযুত লোকৰ হজযাত্ৰাত অংশগ্ৰহণ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7