VOICE 24x7
Monday, December 11, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

২৩ বছৰীয়া নিষেধাজ্ঞাৰ অন্ত পেলাই মণিপুৰত প্ৰদৰ্শিত হিন্দী ছবি, কোনে কিয় নিষিদ্ধ কৰিছিল হিন্দী ছবি !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 16, 2023
in মনোৰঞ্জন
২৩ বছৰীয়া নিষেধাজ্ঞাৰ অন্ত পেলাই মণিপুৰত প্ৰদৰ্শিত হিন্দী ছবি, কোনে কিয় নিষিদ্ধ কৰিছিল হিন্দী ছবি !!
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

অৱশেষত অন্ত পৰিল দুটা দশকৰ দীৰ্ঘদিনীয়া নিষেধাজ্ঞা। ৭৭ সংখ্যক স্বাধীনতা দিৱসত মণিপুৰলৈ উভতি আহিল হিন্দী ছবি। মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ অস্থায়ী মুকলি আকাশৰ থিয়েটাৰত মঙলবাৰে প্ৰদৰ্শিত হয় বিকি কৌশল অভিনীত ‘উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক’। চিনেমা প্ৰদৰ্শনত লমকা অঞ্চলৰ বহু লোক উপস্থিত থাকে। এই ছবিখনৰ প্ৰদৰ্শনৰ আয়োজন কৰিছিল হোমাৰ ছাত্ৰ সন্থাই।

 

বিগত ২৩ বছৰ ধৰি মণিপুৰত বন্ধ হৈ আছিল হিন্দী ছবিৰ প্ৰদৰ্শনী। ২০০০ চনৰ ছেপ্টেম্বৰ মাহত নিষিদ্ধ পিপলছ লিবাৰেচন আৰ্মীৰ ৰাজনৈতিক শাখা ৰিভল্যুচনেৰী পিপলছ ফ্ৰণ্টে মণিপুৰত হিন্দী ছবি প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰে। কৰণ জোহৰৰ পৰিচালিত আৰু শ্বাহৰুখ খান, কাজল আৰু ৰাণী মুখাৰ্জী অভিনীত কুচ কুচ হোতা হাই শেষবাৰৰ বাবে ১৯৯৮ চনত মণিপুৰত প্ৰদৰ্শিত হৈছিল। ২৫ বছৰৰ পাছত পুনৰ মণিপুৰত স্থান পালে হিন্দী ছবিয়ে। ছাত্ৰ সংগঠনটোৱে দাবী কৰে যে এই সিদ্ধান্ত মেইটেই মূল সন্ত্ৰাসবাদী সংগঠন ‘দ্য ৰিভল্যুচনেৰী পিপলছ ফ্ৰণ্ট’ৰ সিদ্ধান্তৰ প্ৰতিবাদত লোৱা হৈছে। সংগঠনটোৱে নিজকে তেওঁলোক কুকি জনগোষ্ঠীৰ কণ্ঠস্বৰ বুলি দাবী কৰে। আদিবাসী জনজাতি  মঞ্চৰ নেতা মুখপাত্ৰ গিঞ্জা ভুৱালজঙে কয় যে তেওঁলোকৰ চহৰত শেষবাৰৰ বাবে হিন্দী ছবি প্ৰদৰ্শন কৰা হৈছিল দুটা দশকৰো অধিক পূৰ্বে। দীৰ্ঘদিন ধৰি মেইটেই সকলে হিন্দী চিনেমা নিষিদ্ধ কৰি আহিছে। তেওঁলোকৰ দেশবিৰোধী নীতিৰ প্ৰতিবাদ আৰু দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰিবলৈ তেওঁলোকে নিষেধাজ্ঞা ভংগ কৰি ২৩ বছৰৰ পাছত হিন্দী ছবি প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত লৈছে বুলি দাবী কৰিছে মুখপাত্ৰ ভুৱালজুঙে।

 

যোৱা মে’ মাহৰ পৰা  মণিপুৰত জনজাতীয় সংঘাতৰ সৃষ্টি হৈছে। ৰাজ্যখনত সংখ্যাগৰিষ্ঠ মেইটেই  আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে। এতিয়ালৈকে আনুষ্ঠানিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা ১৬০ জন। হিংসাৰ বাবে প্ৰায় ৬০ হাজাৰ লোক গৃহহীন হৈ পৰিছে।

Previous Post

ধাৰাসাৰ বৰষুণৰ ফলত ছিমলাৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত, বুধবাৰে বন্ধ হৈ পৰে বিদ্যালয়-মহাবিদ্যালয়, হিমাচলত কমেও ৬০ জন লোকৰ মৃত্যু

Next Post

বিশ্বকাপৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰিলে পাকিস্তানৰ এক শক্তিশালী বলাৰে

Related Posts

সুমিত সাগৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল কণ্ঠশিল্পী গীতালি দেৱী
মনোৰঞ্জন

সুমিত সাগৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল কণ্ঠশিল্পী গীতালি দেৱী

November 28, 2023
মুক্তিৰ পাছতে জনপ্ৰিয়তা লাভ কৰিছে ৰঙাটাপু-১৯৮২, মুক্তিৰ প্ৰথম দিনটোতে উপার্জন ৮.৫ লাখ
মনোৰঞ্জন

মুক্তিৰ পাছতে জনপ্ৰিয়তা লাভ কৰিছে ৰঙাটাপু-১৯৮২, মুক্তিৰ প্ৰথম দিনটোতে উপার্জন ৮.৫ লাখ

November 26, 2023
ভাগ হ’ব নেকি বচ্চন পৰিয়ালৰ সম্পত্তি ? কাৰ নামত অমিতাভ বচ্চনে লিখি দিলে বাংলো প্ৰতীক্ষা
মনোৰঞ্জন

ভাগ হ’ব নেকি বচ্চন পৰিয়ালৰ সম্পত্তি ? কাৰ নামত অমিতাভ বচ্চনে লিখি দিলে বাংলো প্ৰতীক্ষা

November 25, 2023
বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী চুমি বৰা-ফটোগ্ৰাফাৰ তার্কিক বৰা, ৰাজস্থানৰ উদয়পুৰৰ বিলাসী হোটেলত ডেষ্টিনেচন ৱেডিং
মনোৰঞ্জন

বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী চুমি বৰা-ফটোগ্ৰাফাৰ তার্কিক বৰা, ৰাজস্থানৰ উদয়পুৰৰ বিলাসী হোটেলত ডেষ্টিনেচন ৱেডিং

November 25, 2023
ঐশ্বৰ্যৰ লগত বচ্চন পৰিয়ালৰ তিক্ততা চৰম পর্যায়ত নেকি? অমিতাভে নাতিনীয়েক আৰাধ্যাক নজনালে  জন্মদিনৰ শুভেচ্ছা!
মনোৰঞ্জন

ঐশ্বৰ্যৰ লগত বচ্চন পৰিয়ালৰ তিক্ততা চৰম পর্যায়ত নেকি? অমিতাভে নাতিনীয়েক আৰাধ্যাক নজনালে জন্মদিনৰ শুভেচ্ছা!

November 18, 2023
চলচ্চিত্ৰ পৰিচালক হেমেন দাসৰ দেহাৱসান, যুঁজ ছবিৰ বাবে লাভ কৰিছিল ৰজত কমল বঁটা
মনোৰঞ্জন

চলচ্চিত্ৰ পৰিচালক হেমেন দাসৰ দেহাৱসান, যুঁজ ছবিৰ বাবে লাভ কৰিছিল ৰজত কমল বঁটা

November 17, 2023
Next Post
বিশ্বকাপৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰিলে পাকিস্তানৰ এক শক্তিশালী বলাৰে

বিশ্বকাপৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰিলে পাকিস্তানৰ এক শক্তিশালী বলাৰে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7