VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰথমবাৰলৈ বিপাশাই প্ৰকাশ কৰিলে কন্যাৰ ফটো, শুভেচ্ছাৰে ওপচাই দিলে তাৰকাই

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 6, 2023
in মনোৰঞ্জন
প্ৰথমবাৰলৈ বিপাশাই প্ৰকাশ কৰিলে কন্যাৰ ফটো, শুভেচ্ছাৰে ওপচাই দিলে তাৰকাই
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী বিপাশা বাসুৱে প্ৰথমবাৰলৈ প্ৰকাশ কৰিছে তেঁৰ কন্যাৰ ফটো ৷ সামাজিক মাধ্যমৰ জৰিয়তে বিপাশাই কন্যা দেৱীৰ দুখনকৈ ফটো প্ৰকাশ কৰিছে ৷ এতিয়ালৈকে বিপাশা বসু আৰু তেওঁৰ স্বামী কৰণ সিং গ্ৰ’ভাৰে  দেৱীক লগত লৈ ফটোৰ বাবে প’জ দিছিল যদিও কেমেৰাৰ পৰাসন্তানৰ মুখখন সযতনে লুকুৱাই ৰাখিছুইল ৷  আজি  সন্তানৰ ফটোৰ সৈতে কেপচনত লিখিছে -, “হেল্ল’ ৱৰ্ল্ড … আই এম দেৱী “৷

লগতে দেৱীৰ সম্পূৰ্ণ নামটো দেৱী বসু সিং গ্ৰ’ভাৰ হেচটেগ হিচাপে যোগ দিছে ৷  বিপাশা বসুৱে যোৱা বছৰৰ নৱেম্বৰ মাহত কৰণৰ সৈতে প্ৰথম সন্তান দেৱীক আদৰণি জনাইছিল। অভিনেত্ৰীগৰাকীৰ এই পোষ্টটোৱে হিন্দী চলচ্চিত্ৰ জগতৰ সহকৰ্মী আৰু বন্ধু-বান্ধৱীৰ যথেষ্ট মৰম লাভ কৰিছে।

অভিনেত্ৰী  দিয়া মিৰ্জাই লিখিছে, “ভগৱানে তোমাক আশীৰ্বাদ কৰক দেৱী। তোমালৈ মোৰ বহুত মৰম যাচিছো ৷  তোমাক এবাৰ সাৱটি ধৰিবলৈ আৰু বেছি দিন অপেক্ষা কৰিব নোৱাৰিম ৷ “ মালাইকা অৰোৰাই কয় “ভগৱানে কণমানি দেৱীক আশীৰ্বাদ কৰক।” অভিষেক বচ্চনে লিখিছে, “ভগৱানে আশীৰ্বাদ কৰক।”ইণ্টেৰিয়ৰ ডিজাইনাৰ চুছানে খানে লিখিছে, “ভগৱানে তোমালোক তিনিজনক আশীৰ্বাদ কৰক। তোমালৈ বহুত মৰম যাচিছো ৷”  ২০২২ চনৰ নৱেম্বৰ মাহত কন্যা সন্তানৰ জন্মৰ কথা ঘোষণা কৰি বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছিল ৷

 

Previous Post

গৰমৰ দিনত কিয় হ্ৰাস পাই বৈদ্যুতিক পাংখাৰ গতি ?

Next Post

কিয় আগতকৈ বেছিকৈ হাঁহিবলৈ লৈছে কোহলীয়ে , ৰহস্য ফাদিল কৰিলে বন্ধু ডি ভিলিয়ার্ছে

Related Posts

ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে  প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?
মনোৰঞ্জন

ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

June 10, 2023
‘আদিপুৰুষ’ত কেঁচি চলাব নোৱাৰিলে চেন্সৰ ব’ৰ্ডে! ভাল নম্বৰ লৈ চেন্সৰ ব’র্ডৰ পৰীক্ষাত উত্তীর্ণ বিতৰ্কিত ছবি
মনোৰঞ্জন

‘আদিপুৰুষ’ত কেঁচি চলাব নোৱাৰিলে চেন্সৰ ব’ৰ্ডে! ভাল নম্বৰ লৈ চেন্সৰ ব’র্ডৰ পৰীক্ষাত উত্তীর্ণ বিতৰ্কিত ছবি

June 9, 2023
“ক্ৰিকেটাৰৰ সিতে  বিয়াত বহাত মোৰ কোনো  অসুবিধা নাই “! অৱশেষত ছাৰাই শুভমনৰ লগত প্ৰেম স্বীকাৰ কৰিলে নেকি?
মনোৰঞ্জন

“ক্ৰিকেটাৰৰ সিতে বিয়াত বহাত মোৰ কোনো অসুবিধা নাই “! অৱশেষত ছাৰাই শুভমনৰ লগত প্ৰেম স্বীকাৰ কৰিলে নেকি?

June 8, 2023
আদিপুৰুষৰ পাছত এইবাৰ বলিউডত নির্মাণ হ’ব ৰামায়ণৰ কাহিনী, ৰণবীৰ কাপুৰৰ বিপৰীতে সীতাৰ ভুমিকাত অভিনয় কৰিব এইগৰাকী অভিনেত্ৰীয়ে !!
মনোৰঞ্জন

আদিপুৰুষৰ পাছত এইবাৰ বলিউডত নির্মাণ হ’ব ৰামায়ণৰ কাহিনী, ৰণবীৰ কাপুৰৰ বিপৰীতে সীতাৰ ভুমিকাত অভিনয় কৰিব এইগৰাকী অভিনেত্ৰীয়ে !!

June 8, 2023
অৱশেষত প্ৰেমত ছীল!  ছছিয়েল মিডিয়াত ভাইৰেল বিজয় বাৰ্মাই-তমন্না ভাটিয়াৰ ফটো
মনোৰঞ্জন

অৱশেষত প্ৰেমত ছীল! ছছিয়েল মিডিয়াত ভাইৰেল বিজয় বাৰ্মাই-তমন্না ভাটিয়াৰ ফটো

June 7, 2023
‘কেৰালা ষ্টৰী’ৰ পিছত এইবাৰ ‘আজমীৰ ৯২’! কিয় নিষিদ্ধ কৰিবলৈ আহ্বান  মুছলমান সংগঠনৰ ?
মনোৰঞ্জন

‘কেৰালা ষ্টৰী’ৰ পিছত এইবাৰ ‘আজমীৰ ৯২’! কিয় নিষিদ্ধ কৰিবলৈ আহ্বান মুছলমান সংগঠনৰ ?

June 6, 2023
Next Post
কিয় আগতকৈ বেছিকৈ  হাঁহিবলৈ লৈছে কোহলীয়ে , ৰহস্য ফাদিল কৰিলে  বন্ধু ডি ভিলিয়ার্ছে

কিয় আগতকৈ বেছিকৈ হাঁহিবলৈ লৈছে কোহলীয়ে , ৰহস্য ফাদিল কৰিলে বন্ধু ডি ভিলিয়ার্ছে

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7