VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কিয় আগতকৈ বেছিকৈ হাঁহিবলৈ লৈছে কোহলীয়ে , ৰহস্য ফাদিল কৰিলে বন্ধু ডি ভিলিয়ার্ছে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 6, 2023
in ক্ৰীড়া
কিয় আগতকৈ বেছিকৈ  হাঁহিবলৈ লৈছে কোহলীয়ে , ৰহস্য ফাদিল কৰিলে  বন্ধু ডি ভিলিয়ার্ছে
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

বেংগালুৰুক দীৰ্ঘদিন ধৰি আই পি এলৰ নেতৃত্ব দিছিল বিৰাট কোহলীয়ে। তেওঁ তিনিটা ফৰ্মেটত ৰাষ্ট্ৰীয় দলক অধিনায়কত্বও কৰিছে। যোৱা ডেৰ বছৰৰ ভিতৰত বিৰাট কোহলীয়ে সকলো ফর্মেটত অধিনায়কত্ব ত্যাগ কৰিছে। এ বি ডি ভিলিয়াৰ্ছে অনুভৱ কৰিছে যে তেওঁ এতিয়া অধিক শিথিল আৰু আগৰ তুলনাত ভাল খেলিছে। তেওঁৰ মতে, কোহলীৰ খেলত বিশেষ কৌশল সলনি হোৱা নাই। কিন্তু শৰীৰৰ ভাষা বহুত সলনি হৈছে। কোহলীয়ে এতিয়া আগতকৈ অধিক হাহিঁবলৈ লৈছে ৷

 

২০২১ চনত কোহলীয়ে টি-২০ৰ নেতৃত্ব এৰিছিল। পিছত এদিনীয়া ক্ৰিকেটত তেওঁক নেতৃত্বৰ পৰা আঁতৰাই দিয়া হয়। দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হোৱাৰ পিছত ২০২২ চনত টেষ্টৰ অধিনায়কত্বৰ পৰা পদত্যাগ কৰে। যোৱা আই পি এলৰ পূর্বে আৰ চি বিৰ নেতৃত্বও ত্যাগ কৰে৷ সেইবাবেই এতিয়া কোহলীয়ে এবিডিৰ দৰে শান্তিপূৰ্ণভাৱে খেলিব পাৰিব।

 

প্ৰটিয়াছৰ প্ৰাক্তন বেটছমেনগৰাকীয়ে কয় যে কোহলীৰ বিশেষ পৰিৱৰ্তন দেখা নাই। সকলো একেই। কৌশলটো অতি উত্তম। ক্ৰীজত ভাৰসাম্য বৰ ভাল। তথাপিও তেওঁ বহু শক্তিৰে ক্ৰীজত প্ৰৱেশ কৰা ‘ব্যস্ত’ ক্ৰিকেটাৰ। এই ছিজনত তেওঁক বহুত সতেজ দেখা গৈছে। কেইবাটাও সাক্ষাৎকাৰ ত তেওঁক বহুত হাঁহি থকা দেখা গৈছে ৷ ইমান হাঁহি থকা কোহলীক আগতে কেতিয়াও দেখা নাই।

 

ডি ভিলিয়াৰ্ছৰ মতে কোহলী তেওঁৰ কান্ধৰ ওপৰত থকা বিশাল বোজা কমি যোৱাৰ লগে লগে সকাহ অনুভৱ কৰিছে ৷ গতিকে ইমান মুকলিকৈ খেলিব পাৰিছে। তেওঁ কয়, ‘নেতৃত্ব এৰি যোৱাটোৱে কোহলীক সকাহ প্ৰদসান কৰাত সহায় কৰিছিল। তেওঁ আছিল এজন মহান অধিনায়ক। কিন্তু ইমান দিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আৰু আই পি এলৰ নেতৃত্ব দি ভাগৰি পৰিছিল। পৰিয়াল বা বন্ধু-বান্ধৱীৰ সৈতে সময় কটাব পৰা নাছিল। এইবাৰ তেওঁৰ মন্ত্ৰ হ’ল খেলপথাৰলৈ গৈ আনন্দ লোৱা।”

Previous Post

প্ৰথমবাৰলৈ বিপাশাই প্ৰকাশ কৰিলে কন্যাৰ ফটো, শুভেচ্ছাৰে ওপচাই দিলে তাৰকাই

Next Post

চীনৰ ‘ফা-চিত’ আৰু অসমীয়াৰ ‘গামোচা’

Related Posts

টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা ফুটবল খেলুৱৈয়ে স্পেনিছ ক্লাব চেভিলাক দিলে ইউৰোপা লীগৰ সন্মান
ক্ৰীড়া

টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা ফুটবল খেলুৱৈয়ে স্পেনিছ ক্লাব চেভিলাক দিলে ইউৰোপা লীগৰ সন্মান

June 1, 2023
মল্লযুজাঁৰুৰ প্ৰতিবাদক লৈ চিন্তিত বিশ্ব সংস্থা ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বৰ্খাস্ত কৰাৰ ভাবুকি
ক্ৰীড়া

মল্লযুজাঁৰুৰ প্ৰতিবাদক লৈ চিন্তিত বিশ্ব সংস্থা ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বৰ্খাস্ত কৰাৰ ভাবুকি

May 31, 2023
সৰুসজাইত ৪জুনত চিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা
ক্ৰীড়া

সৰুসজাইত ৪জুনত চিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা

May 31, 2023
ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?
ক্ৰীড়া

ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?

May 30, 2023
যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ
ক্ৰীড়া

যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ

May 30, 2023
মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ
ক্ৰীড়া

মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ

May 29, 2023
Next Post
চীনৰ ‘ফা-চিত’ আৰু অসমীয়াৰ ‘গামোচা’

চীনৰ ‘ফা-চিত’ আৰু অসমীয়াৰ ‘গামোচা’

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7