VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মুম্বাইৰ পৰা বহু দূৰৈত সময় কটাইছে হৃত্বিক-ছাবাই

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 29, 2023
in মনোৰঞ্জন
মুম্বাইৰ পৰা বহু দূৰৈত সময় কটাইছে হৃত্বিক-ছাবাই
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

বলিউডৰ সুদর্শন অভিনেতা হৃত্বিক ৰোশনে ৷ পূর্বৰ পত্নীৰ সৈতে বিচ্চেদ ঘটাৰ পাছত নতুন প্ৰেমিকাৰে সময় কটাইছে অভিনেতাজনে ৷ অভিনেতাগৰাকীক এতিয়া প্ৰায়েই দেখা যায় ‘ৰকেট বয়ছ’ খ্যাতিৰ অভিনেত্ৰী শ্বাবা আজাদৰ সৈতে । আনকি বহু অনুষ্ঠানত দুয়োজনে ফটোগ্ৰাফাৰৰ সন্মুখত প’জ দিয়া হৈছিল ৷ এই মুহূৰ্তত এই যুটিটো মুম্বাইৰ পৰা বহু দূৰত।

 

দূৰৈৰ দেশত সময় কটাইছে দুয়ো ৷  তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত কেইবাখনো ছবি পোষ্ট কৰিছে। ইয়াৰে এখন ছবিত হৃতিকক টেবুলত অভিনেত্ৰীগৰাকীৰ বিপৰীতে বহি থকা দেখা গৈছে। কেফে এখনত থকা ছবি তেওঁ পোষ্ট কৰিছে । অভিনেতাগৰাকীয়ে পিন্ধিছে টুপী আৰু ক’লা টি-চাৰ্ট। আন এখন ফটোত দেখা গৈছে দম্পতীহালৰ চেলফি। য’ত স্থানত লিখা আছে ‘বুয়েনোছ আয়াৰ্ছ’। ইয়াৰ পৰা স্পষ্ট যে দুয়োজনেই ছুটীৰ বাবে আৰ্জেণ্টিনাত আছে।

 

 

যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে একেলগে দেখা গৈছিল হৃত্বিক আৰু ছাবাক।  ইতিমধ্যে ছাবাই ৰোশন পৰিয়ালৰ সৈতে সময় কটাইছে। ২০০০ চনত হৃতিক ৰোশনে চুজেন খানৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দুই পুত্ৰ হৃহন আৰু হৃদনৰ পিতৃ-মাতৃ। ২০১৪ চনত হৃতিকে চুজেনৰ সৈতে বিবাহ বিচ্ছেদ কৰে। বিচ্ছেদৰ পিছতো দুয়োৰে  মাজত  আছে ভাল সম্পৰ্ক । হৃতিক আৰু চুজেন ইজনে সিজনৰ বৰ্তমানৰ প্ৰেম জীৱনক লৈও যথেষ্ট উৎসাহী।

Previous Post

আগন্তুক বর্ষত আগতীয়াকৈ অনুষ্ঠিত হ’ব আই পি এল

Next Post

মণিপুৰত মহিলাক উলংগ কৰি সমদল, চিবিআইয়ে দাখিল কৰিলে এফআইআৰ

Related Posts

বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা
মনোৰঞ্জন

বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

September 30, 2023
হেৰী পটাৰৰ  নিখ্যাত চৰিত্ৰ “ডাম্বলড’ৰ” আৰু নাই, ৮২ বছৰ বয়সত  মাইকেল গাম্বনৰ মৃত্যু
মনোৰঞ্জন

হেৰী পটাৰৰ নিখ্যাত চৰিত্ৰ “ডাম্বলড’ৰ” আৰু নাই, ৮২ বছৰ বয়সত মাইকেল গাম্বনৰ মৃত্যু

September 29, 2023
‘দ্য কেৰালা ষ্ট’ৰী’ নহয়, কিন্তু কেৰালাৰ আন এক কাহিনীৰ আধাৰত নিৰ্মিত ছবিয়ে অস্কাৰৰ দৌৰত স্থান লাভ
মনোৰঞ্জন

‘দ্য কেৰালা ষ্ট’ৰী’ নহয়, কিন্তু কেৰালাৰ আন এক কাহিনীৰ আধাৰত নিৰ্মিত ছবিয়ে অস্কাৰৰ দৌৰত স্থান লাভ

September 27, 2023
কিংবদন্তী অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে বটাঁ ঘোষণা
মনোৰঞ্জন

কিংবদন্তী অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে বটাঁ ঘোষণা

September 26, 2023
ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড
মনোৰঞ্জন

ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড

September 22, 2023
দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা
মনোৰঞ্জন

দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা

September 15, 2023
Next Post
মণিপুৰত মহিলাক উলংগ কৰি সমদল, চিবিআইয়ে  দাখিল কৰিলে এফআইআৰ

মণিপুৰত মহিলাক উলংগ কৰি সমদল, চিবিআইয়ে দাখিল কৰিলে এফআইআৰ

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7