VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

বিবাহ পাশত আৱদ্ধ হ’ব নেকি হৃত্বিক ৰোশন আৰু চাবা আজাদ ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 10, 2022
in মনোৰঞ্জন
বিবাহ পাশত আৱদ্ধ হ’ব নেকি হৃত্বিক ৰোশন আৰু চাবা আজাদ ?
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

হৃত্বিক ৰোশনে সোনকালেই  তেওঁৰ প্ৰেমিকা চাবা আজাদক বিয়া কৰাবলৈ পৰিকল্পনা কৰিছে  বুলি বৰ্তমান সময়ত বলিউড জগতত এক কৌতূহলৰ উদ্ৰেক ঘটিছে ৷ হৃত্বিক ৰোশন আৰু চাবা আজাদ দুয়ো বৰ্তমান সময়ত  বলীউড জগতৰ দুই মূল্যবান  সম্পদ। যেতিয়াৰ পৰা দুয়োকে মুম্বাইৰ এখন ভোজনালয়ৰ বাহিৰত হাতত হাত থোৱা অৱস্থাত  দেখা পোৱা গৈছিল তেতিয়াৰ পৰাই বহু উৰাবাতৰিয়ে তেওঁলোকৰ গোপন বন্ধুত্বৰ লগ এৰা নাছিল ৷ তেওঁলোকৰ সম্পৰ্ক বৰ্তমান হৈ পৰিছে এক চৰ্চাৰ বিষয় ৷

বিভিন্ন উৰা বাতৰিয়ে দুয়োৰ লগ নেৰা হৈছে আৰু বিভিন্ন জনে এই ক্ষেত্ৰত বিভিন্ন মত আগবঢ়াইছে ৷ কিন্তু শেহতীয়াকৈ তেওঁলোকৰ এজন ঘণিষ্ঠ বন্ধুৱে জনাইছে যে  ‘আমি চাবাক হৃত্বিকৰ পৰিয়ালৰ সৈতে সময় কটোৱা দেখিছোঁ, হৃত্বিকৰ ঘৰৰ পৰা তেওঁলৈ আহাৰ পঠোৱা হৈছে  আৰু  আনকি চাবা আৰু হৃত্বিকৰ প্ৰাক্তন পত্নী চুচান খানক ভাল বান্ধৱীৰ দৰে কথা পতা দেখিছো।  সঘনাই পৰিয়ালৰ ভ্ৰমণ হৃত্বিক ৰোশন আৰু চাবা আজাদৰ বাবে  বিবাহৰ ঘণ্টা নেকি?’

দুয়োৰে ঘণিষ্ঠ বন্ধুৰ পৰা এনে মন্তব্য শুনাৰ পিছত এইবাৰ দুয়োৰে অনুৰাগী সকলো নিশ্চিত হৈ পৰিছে আৰু ভাবিবলৈ বাধ্য হৈছে যে এইবাৰ সঁচাকৈয়ে বিবাহ পাশত আবদ্ধ হ’ব বলিউডৰ বৰ্তমানৰ এক আকৰ্ষণীয় যুটি হৃতিক ৰৌশন আৰু চাবা আজাদ ৷

Previous Post

মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখা নৱজিৎ সিং সিদ্ধু পৰাস্ত, মুখ্যমন্ত্ৰী-প্ৰাক্তন মুখ্যমন্ত্ৰীও পৰিল ৰণত

Next Post

আই চি চি মহিলা বিশ্বকাপঃ দ্বিতীয় মেচত পৰাজিত ভাৰত

Related Posts

২০২২ বৰ্ষৰ  ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হ’ব মালাইকা আৰু অৰ্জুন
মনোৰঞ্জন

২০২২ বৰ্ষৰ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হ’ব মালাইকা আৰু অৰ্জুন

May 18, 2022
৯০দশকৰ বঁটা প্ৰদান অনুষ্ঠানত জনপ্ৰিয় বলীউড যুটি ‘শ্বাহৰুখ-গৌৰী’
মনোৰঞ্জন

৯০দশকৰ বঁটা প্ৰদান অনুষ্ঠানত জনপ্ৰিয় বলীউড যুটি ‘শ্বাহৰুখ-গৌৰী’

May 16, 2022
মুক্তি লাভ কৰিলে ‘দ্য আৰ্চিছ’ৰ প্ৰথমখন পোষ্টাৰে
মনোৰঞ্জন

মুক্তি লাভ কৰিলে ‘দ্য আৰ্চিছ’ৰ প্ৰথমখন পোষ্টাৰে

May 14, 2022
‘ল’ৰাবোৰক মাৰপিট কৰে’ বুলি বিয়পি পৰা উৰাবাতৰিৰ বাবেই  বিয়া হোৱা নাই কংগনা ৰাণাৱটৰ
মনোৰঞ্জন

‘ল’ৰাবোৰক মাৰপিট কৰে’ বুলি বিয়পি পৰা উৰাবাতৰিৰ বাবেই বিয়া হোৱা নাই কংগনা ৰাণাৱটৰ

May 12, 2022
‘কা  চলচিত্ৰ মহোৎসৱ ২০২২’
মনোৰঞ্জন

‘কা চলচিত্ৰ মহোৎসৱ ২০২২’

May 11, 2022
সামাজিক মাধ্যমত সন্তানৰ প্ৰথম খন ফটো শ্বেয়াৰ প্ৰিয়ংকা চোপ্ৰাৰ
মনোৰঞ্জন

সামাজিক মাধ্যমত সন্তানৰ প্ৰথম খন ফটো শ্বেয়াৰ প্ৰিয়ংকা চোপ্ৰাৰ

May 9, 2022
Next Post
আই চি চি মহিলা বিশ্বকাপঃ দ্বিতীয় মেচত পৰাজিত ভাৰত

আই চি চি মহিলা বিশ্বকাপঃ দ্বিতীয় মেচত পৰাজিত ভাৰত

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7