VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

আই চি চি মহিলা বিশ্বকাপঃ দ্বিতীয় মেচত পৰাজিত ভাৰত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 10, 2022
in ক্ৰীড়া
আই চি চি মহিলা বিশ্বকাপঃ দ্বিতীয় মেচত পৰাজিত ভাৰত
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

আই চি চি মহিলা বিশ্বকাপৰ দ্বিতীয়খন খেলত বৃহস্পতিবাৰে   টীম ইণ্ডিয়াই নিউজিলেণ্ডৰ হাতত ৬২ ৰাণত পৰাজিত হয় ৷ ইয়াৰ পূর্বে বিশ্বকাপৰ আৰম্ভণি খেলত নিউজিলেণ্ড ৱেষ্ট ইণ্ডিজৰ হাতত তিনি ৰাণৰ  ব্যৱধানত পৰাজিত হৈছিল। ইফালে, ভাৰতে  প্ৰথম খন খেলত পাকিস্তানক ১০৭ ৰাণত পৰাস্ত কৰিছিল।

আজি টছত জয়ী হৈ ভাৰতীয় অধিনায়ক মিথালী ৰাজে আয়োজক দলটোক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় ৷ নিউজীলেণ্ডে  ৫০ অভাৰত  ৯ উইকেটৰ বিনিময়ত ২৬০ ৰাণ সংগ্ৰহ কৰে। এমি চেটাৰ্থৱেইট  75 ৰাণ কৰাৰ লগতে এমেলিয়া কেৰেও ৬৪ বলত ৫০ ৰাণ সংগ্ৰহ কৰিছিল ৷কেটি মাৰ্টিনেও ৪১ ৰাণ সংগ্ৰহ কৰি  নিউজিলেণ্ডক শক্তিশালী স্থানলৈ লৈ যায় ৷  ভাৰতৰ হৈ পূজা বস্ত্ৰকাৰে ৪ টা উইকেট দখল কৰে ৷

ভাৰতীয় দলটোৱে ইনিংছৰ আৰম্ভণিতে স্মৃতি মান্ধানা (৬) আৰু দীপ্তি শৰ্মাৰ (৫) উইকেট হেৰুৱাইছিল। অৰ্ডাৰৰ শীৰ্ষত থকা শ্বাফালী বাৰ্মাৰ ঠাইত থকা যস্তিকা ভাটিয়াও ২৮ ৰাণত আউট হোৱাৰ বিপৰীতে মিথালী ৰাজ ৩১ ৰাণত এমেলিয়া কেৰৰ বলত আউট হয় ৷হৰমনপ্ৰীত কৌৰে ৬৩ টা বলত ৭১ ৰাণ কৰি  ভাৰতক  আগুৱাই লৈ যায় ৷ ভাৰতীয় দলটো ৪৬.৪ অভাৰত ১৯৮ ৰাণহে কৰিবলৈ সক্ষম হয় ৷

Previous Post

বিবাহ পাশত আৱদ্ধ হ’ব নেকি হৃত্বিক ৰোশন আৰু চাবা আজাদ ?

Next Post

উত্তৰ লক্ষীমপুৰ জিলাৰ হাৰমতীত ছয় দিনীয়া লে’ডাৰ বলৰ ক্ৰিকেট প্ৰতিযোগিতা

Related Posts

“মোৰ ফালে চোৱা বন্ধ কৰক আৰু বল কৰক”:
ক্ৰীড়া

“মোৰ ফালে চোৱা বন্ধ কৰক আৰু বল কৰক”:

May 27, 2022
‘ৰাফাই বলটো কিমান কষ্টকৰি মাৰিছিল তাক লৈ মই আচৰিত হৈছিলো’
ক্ৰীড়া

‘ৰাফাই বলটো কিমান কষ্টকৰি মাৰিছিল তাক লৈ মই আচৰিত হৈছিলো’

May 26, 2022
অষ্ট্ৰেলিয়াৰ পুৰুষৰ সহকাৰী প্ৰশিক্ষক হিচাপে  নিযুক্ত ডেনিয়েল ভেট্টোৰী আৰু আন্দ্ৰে বড়োভেক
ক্ৰীড়া

অষ্ট্ৰেলিয়াৰ পুৰুষৰ সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্ত ডেনিয়েল ভেট্টোৰী আৰু আন্দ্ৰে বড়োভেক

May 24, 2022
২০২২ বৰ্ষত দ্বিতীয়বাৰৰ বাবে  মেগনাস কাৰ্লচেনক পৰাজিত কৰে ভাৰতীয় কিশোৰ প্ৰাগনান্ধাই
ক্ৰীড়া

২০২২ বৰ্ষত দ্বিতীয়বাৰৰ বাবে মেগনাস কাৰ্লচেনক পৰাজিত কৰে ভাৰতীয় কিশোৰ প্ৰাগনান্ধাই

May 21, 2022
আই পি এল ২০২২ত এজন বলাৰক বিশেষ ভাৱে প্ৰশংসা ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ
ক্ৰীড়া

আই পি এল ২০২২ত এজন বলাৰক বিশেষ ভাৱে প্ৰশংসা ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ

May 19, 2022
সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে
ক্ৰীড়া

সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে

May 18, 2022
Next Post
উত্তৰ লক্ষীমপুৰ জিলাৰ হাৰমতীত ছয় দিনীয়া লে’ডাৰ বলৰ ক্ৰিকেট প্ৰতিযোগিতা

উত্তৰ লক্ষীমপুৰ জিলাৰ হাৰমতীত ছয় দিনীয়া লে’ডাৰ বলৰ ক্ৰিকেট প্ৰতিযোগিতা

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 28, 2022
আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7