VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘আৰ আৰ আৰ’ৰ অভিনেতা ৰে ষ্টিভেনছনৰ দেহাৱসান , গৱৰ্ণৰ স্কট বাক্সটনৰ চৰিত্ৰত অভিনয়েৰে কৰিছিল মুগ্ধ

voicedesk by voicedesk
May 23, 2023
in মনোৰঞ্জন
‘আৰ আৰ আৰ’ৰ অভিনেতা ৰে ষ্টিভেনছনৰ দেহাৱসান , গৱৰ্ণৰ স্কট বাক্সটনৰ চৰিত্ৰত অভিনয়েৰে কৰিছিল মুগ্ধ
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ বিশ্ব মঞ্চত দেশৰ নাম উজ্জ্বল কৰি তোলা ভাৰতীয় ছবিখন হৈছে এছ এছ ৰাজামৌলিৰ পৰিচালনাত নিৰ্মিত ‘আৰ আৰ আৰ’। গোল্ডেন গ্ল’বৰ পৰা একাডেমী বঁটালৈকে ‘আৰ আৰ আৰ’ৰ সফলতাৰ তালিকাত কেইবাটাও আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি আৰু সন্মান অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্যে এইবাৰ শোকৰ ছাঁ  পৰিছে ‘আৰ আৰ আৰ’ শিবিৰত।  ছবিখনৰ অন্যতম গুৰুত্বপূৰ্ণ অভিনেতা ৰে ষ্টিভেনছনৰ দেহাৱসান ঘটিছে ৷ । ছবিখনত তেওঁ গৱৰ্ণৰ স্কট বাক্সটনৰ চৰিত্ৰত অভিনয় কৰিছিল। ৫৮ বছৰ বয়সত মৃত্যু হয় অভিনেতাজনৰ। তেওঁৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে তেওঁৰ মুখপাত্ৰই। অৱশ্যে অভিনেতাজনৰ মৃত্যু কেনেকৈ হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

 

১৯৬৪ চনত লিছবাৰ্নত জন্মগ্ৰহণ কৰিছিল ৰে ষ্টিভেনছনে। আইৰিছ অভিনেতাগৰাকীয়ে ব্ৰিটিছ টেলিভিছনৰ কামেৰে মনোৰঞ্জনৰ জগতখনত প্ৰৱেশ কৰে । ‘দ্য থিয়ৰী অৱ ফ্লাইট’ ছবিৰে হলিউডত আত্মপ্ৰকাশ কৰিছিল ষ্টিভেনছনে। তেওঁ জনপ্ৰিয় ৱেব ছিৰিজ ‘ৰোম’ত কাম কৰিছে। মাৰ্ভেলৰ বিখ্যাত ‘থ’ৰ’ ফ্ৰেঞ্চাইজিতো তেওঁক এছগাৰ্ডিয়ান যোদ্ধা হিচাপে দেখা গৈছিল। ‘আৰ আৰ আৰ’ ছবিখনত তেওঁ কমেডী চৰিত্ৰত অভিনয় কৰিছিল। গৱৰ্ণৰ স্কট বাক্সটনৰ চৰিত্ৰত তেওঁৰ অভিনয়ে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

 

ৰে ষ্টিভেনছনৰ মৃত্যুত সমগ্ৰ ‘আৰ আৰ আৰ’ দলটোৱে শোক প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়া পেজত শোক প্ৰকাশ কৰি “আৰ আৰ আৰ” দলটোৱে লিখিছে, “কি কৰুণ খবৰ! অভিনেতা ৰে ষ্টিভেনছনে শান্তি লাভ কৰক। আপুনি সদায় আমাৰ হৃদয়ত থাকিব ছাৰ স্কট!” আৰ আৰ আৰৰ পৰিচালক এছ এছ ৰাজামৌলিয়েও অভিনেতাজনৰ মৃত্যুত শোক প্ৰকাশ কৰে। ৰাজামৌলীয়ে ছ’চিয়েল মিডিয়াত এখন ফটো পোষ্ট কৰি লিখিছে, ‘বহুত আশ্চর্যজনক, এই খবৰটো বিশ্বাস কৰিব পৰা নাই।  সদায় নিজৰ উল্লাসিত আৰু সজীৱ ব্যক্তিত্বৰে চেটলৈ আহিছিল। বাকী সকলোৱে তেওঁৰ পৰা অনুপ্ৰাণিত হৈছিল। তেওঁৰ লগত কাম কৰি ভাল লাগিল। তেওঁৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।”

Previous Post

একেলগে জন্ম দিলে ৫ সন্তান, সুস্থ মাতৃ-শিশু

Next Post

পুৱা খাদ্য নোখোৱা অভ্যাস আপোনাৰো আছে নেকি ? সাৱধান হওঁক আক্ৰান্ত হ’ব পাৰে এই তিনিটা ৰোগত !!’

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
পুৱা খাদ্য নোখোৱা অভ্যাস আপোনাৰো আছে নেকি ? সাৱধান হওঁক আক্ৰান্ত হ’ব পাৰে এই তিনিটা ৰোগত !!’

পুৱা খাদ্য নোখোৱা অভ্যাস আপোনাৰো আছে নেকি ? সাৱধান হওঁক আক্ৰান্ত হ’ব পাৰে এই তিনিটা ৰোগত !!’

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7