VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

খলনায়ক হিচাপে ‘লৰ্ড ববি’! ‘এনিমেল’ৰ পিছত কোনখন ছবিত দেখিব অভিনেতা গৰাকীক ?

voicedesk by voicedesk
July 27, 2024
in মনোৰঞ্জন
খলনায়ক হিচাপে ‘লৰ্ড ববি’! ‘এনিমেল’ৰ পিছত কোনখন ছবিত দেখিব অভিনেতা গৰাকীক ?
0
SHARES
32
VIEWS
Share on FacebookShare on Twitter

যোৱা বছৰ ববি দেউলে ‘এনিমেল’ ছবিখনৰ জৰিয়তে লাইমলাইটলৈ আহিছিল। বহুতে কয় যে সন্দীপ ৰেড্ডী বাংগাৰ ছবিখনে তেওঁক কেৰিয়াৰৰ নতুন ইনিংছ আৰম্ভ কৰাত সহায় কৰিছিল। ছবিখনত খলনায়কৰ চৰিত্ৰত অভিনয় কৰি ববিয়ে দৃষ্টি আকৰ্ষণ কৰিছিল। আকৌ এবাৰ খলনায়কৰ ৰূপত ডাঙৰ পৰ্দাত দেখা যাব ধৰ্মেন্দ্ৰ-পুত্ৰক।

 

জুনিয়ৰ এন টি আৰ আৰু জাহ্নৱী কাপুৰৰ নতুন ছবি ‘দেবাৰা’ ছবিত তেওঁক দেখা যাব ৷ এই ছবিখনত ছৈফ আলী খানক খলনায়কৰ চৰিত্ৰত দেখা যাব। সূত্ৰৰ দাবী যে ছবিখনত  খলনায়কৰ আন এটা চৰিত্ৰ আছে। তাত নির্মাতাসকলে ববিৰ কথা ভাবিছে। প্ৰাৰম্ভিক পৰ্যায়ত অভিনেতাজনৰ সৈতে কথা বতৰাও চলিছে ৷

 

সূত্ৰসমূহে দাবী কৰিছে যে ছৈফে ‘দেবাৰা: পাৰ্ট ৱান’ত মুখ্য খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ শেষৰ ফালে ববিক চিনাকি কৰাই দি নিৰ্মাতাসকলে আচৰিত কৰিব বিচাৰিছে। ছবিখনৰ ছিকুৱেলত দৰ্শকে ছৈফ আৰু ববীক আৰম্ভণিৰ পৰা শেষলৈকে দেখা পাব। ইয়াৰ পূৰ্বে খলনায়কৰ চৰিত্ৰত কেইবাবাৰো দৃষ্টি আকৰ্ষণ কৰিছে ছৈফে। তেওঁৰ লগত থকা ববিৰ যুটিটো দৰ্শকে ভাল পায় নে নাই তাৰ বাবে অপেক্ষা কৰিব লাগিব ৷

 

এই বছৰতে মুক্তি পোৱাৰ কথা আছিল দেবাৰা। কিন্তু নিৰ্মাতাসকলে সময়মতে ভিএফএক্সৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে। গতিকে ছবিখনৰ মুক্তি পিছুৱাই দিয়া হৈছে। অহা  অক্টোবৰ মাহত মুক্তি পাব ছবিখন।

Previous Post

কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া জীৱেশ ৰায়

Next Post

কাশ্মীৰত “গৰম”ৰ অভিলেখ! ২৫ বছৰৰ পাছত সর্বোচ্চ গৰম

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
কাশ্মীৰত “গৰম”ৰ অভিলেখ! ২৫ বছৰৰ পাছত সর্বোচ্চ গৰম

কাশ্মীৰত "গৰম"ৰ অভিলেখ! ২৫ বছৰৰ পাছত সর্বোচ্চ গৰম

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7