VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

লেডী গাগাৰ ডগ-ৱাকাৰৰ হত্যাকাৰীক ২১ বছৰৰ কাৰাদণ্ড

কিয় হত্যা কৰিবলৈ বিচৰা হৈছিল ৰিয়ান ফিচাৰক ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 7, 2022
in মনোৰঞ্জন
লেডী গাগাৰ ডগ-ৱাকাৰৰ হত্যাকাৰীক ২১ বছৰৰ কাৰাদণ্ড
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

লেডী গাগা সমগ্ৰ বিশ্বৰ সংগীত জগতৰ এক পৰিচিত নাম ৷ যোৱা বছৰ যাৰ মৰমৰ  পোহনীয়া কুকুৰকেইটাক যত্ন লোৱা ৰিয়ান ফিচাৰক গুলীয়াই হত্যা  কৰাৰ চেষ্টা কৰাক  লৈ সমগ্ৰ বিশ্বতে এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷অৱশ্যে হোৱাটোৱেই স্বাভাৱিক ৷  কিন্তু  সোমবাৰে আমেৰিকাৰ বিষয়াসকলে জনোৱা মতে ফিচাৰক গুলীয়াই হত্যা কৰিবলৈ চেষ্টা কৰা  সেই লোকজনক  ২১ বছৰৰ কাৰাদণ্ড বিহা হৈছে  ।

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত হলিউডৰ এটা ৰাস্তাত পপ ষ্টাৰগৰাকীৰ মৰমৰ কুকুৰকেইটা চোৱাচিতা কৰা লোকজনক  আক্ৰমণ কৰা হৈছিল আৰু তেওঁৰ তিনিটা ফৰাচী বুলডগৰ ভিতৰত দুটা চুৰি হৈছিল।অৱশ্যে  পিছত দুইটা জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ ওচৰলৈ  ঘূৰাই পঠিওৱা হয়।

অৱশ্যে এই ঘটনা সন্দৰ্ভত লেডী গাগাৰ সংযোগ কাকতলীয়া বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। এই কাণ্ডৰ উদ্দেশ্য আছিল অতি মূল্যবান এই ফৰাচী বুলডগ৷  অৱশ্যে  চোৰবোৰে  হয়তো  এই কুকুৰকেইটা কাৰ জানিছিল । লছ এঞ্জেলছ কাউন্টি জিলা এটৰ্নীৰ কাৰ্যালয়ে জনোৱা মতে, হিংসাত্মক ডকাইতিত অংশগ্ৰহণ কৰা তিনিজন লোক আৰু দুজন সহযোগীৰ ভিতৰত এজন জেমছ হাৱাৰ্ড জেকচন ।

অভিযুক্তসকলে পূৰ্বে এই কথা স্বীকাৰ কৰিছিল যে জেকচন আৰু তেওঁৰ সহযোগী কেইজন  ২০২১ চনৰ ২৪ ফেব্ৰুৱাৰীত হলিউড, পশ্চিম হলিউড চহৰ আৰু ছান ফাৰ্নাণ্ডো উপত্যকাত “ফৰাচী বুলডগ বিচাৰি”গাড়ী চলাই ঘূৰি ফুৰিছিল ৷  । তেওঁলোকে লেডী গাগাৰ ডগ ৱাকাৰ ৰিয়ান ফিচাৰক পপ ষ্টাৰগৰাকীৰ আন তিনিটা পোহনীয়া কুকুৰৰ  সৈতে দেখা পাইছিল। সেয়ে ডকাইতিৰ সময়ত জেকচনে ৰিয়ান ফিচাৰক গুলীয়াইছিল। অৱশ্যে জেকচনে  শাৰীৰিক আঘাত দিয়াৰ অভিযোগো স্বীকাৰ কৰে আৰু পূৰ্বৰ ধৰ্মঘটৰ অভিযোগো স্বীকাৰ কৰে। যাক বৰ্তমান  ২১ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহা হয় ।

পপ ষ্টাৰগৰাকীৰ ডগ ৱাকাৰ ৰিয়ান ফিচাৰ এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় আৰু সোমবাৰে আদালতত সম্বোধন কৰি ইমপেক্ট ষ্টেটমেন্ট দিয়ে  যিটো তেওঁ ইনষ্টাগ্ৰামত পোষ্ট কৰে।

এই ঘটনাৰ পিছত  ফিচাৰে সামাজিক মাধ্যমৰ পোষ্টত এই হিংসাক “মৃত্যুৰ সৈতে অতি ঘনিষ্ঠ আহ্বান” বুলি অভিহিত কৰে। সোমবাৰে দিয়া বিবৃতিত তেওঁ কয় যে গুলীচালনাৰ  পিছত এতিয়া শাৰীৰিক আৰু মানসিকভাৱে তেওঁ কিছু সুস্থ হৈছে। অৱশ্যে  তেওঁৰ হাওঁফাওঁৰ এটা অংশ আঁতৰাবলগীয়া হৈছিল আৰু এতিয়াও তেওঁৰ থেৰাপী চলি আছে।

Previous Post

কৰোণা ভাইৰাছ মানৱসৃষ্ট- বিজ্ঞানীৰ দাবীত নতুন চাঞ্চল্য

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ
মনোৰঞ্জন

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ

June 1, 2023
” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”,  প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ
মনোৰঞ্জন

” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”, প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ

May 31, 2023
মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন  কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ
মনোৰঞ্জন

মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ

May 30, 2023
ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!
মনোৰঞ্জন

ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!

May 29, 2023
মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷
মনোৰঞ্জন

মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷

May 27, 2023
তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!
মনোৰঞ্জন

তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!

May 26, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7