VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সন্তানৰ মাচুল আদায় দিবলৈ শাক-পাচলিৰ ব্যৱসায়ীৰ বাবে ধন ধাৰলৈ লৈছিল প্ৰখ্যাত সংগীতশিল্পী মুকেশে, কিদৰে তেওঁ যুঁজিছিল দাৰিদ্ৰ্যৰে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 5, 2022
in মনোৰঞ্জন
সন্তানৰ মাচুল আদায় দিবলৈ শাক-পাচলিৰ ব্যৱসায়ীৰ বাবে ধন ধাৰলৈ লৈছিল প্ৰখ্যাত সংগীতশিল্পী মুকেশে, কিদৰে তেওঁ যুঁজিছিল দাৰিদ্ৰ্যৰে ?
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

হিন্দী ছবিজগতৰ স্বনামধন্য সংগীত শিল্পী গৰাকীৰ অন্যতম হৈছে মুকেশ ৷ বহু জনপ্ৰিয় গীতেৰে তেওঁ  অনুৰাগীৰ হৃদয়ত স্থান লাভ কৰিছিল ৷ কিন্তু এই গৰাকী শিল্পীৰ জীৱন আছিল অত্যন্ত কঠিন সংগ্ৰামেৰে ভৰা ৷ প্ৰতিষ্ঠা লাভ কৰাৰ পূর্বেতেওঁ তীব্ৰ আর্থিক সংকটৰ মাজেৰে জীৱন নির্বাহ কৰিবলগীয়া হৈছে ৷

শাক-পাচলিৰ ব্যৱসায়ীৰ পৰা পৰা টকা ধাৰলৈ লৈ পুত্ৰৰ বিদ্যালয়ৰ খৰচৰ জোৰা মাৰিছিল মুকেশে ৷‘মেৰা জুটা হায় জাপানীজ’ গায়িকাগৰাকীৰ সংগ্ৰামৰ দিনবোৰ হয়তো বহুতে নাজানে। তেওঁৰ বহু অকথিত কাহিনী প্ৰকাশ কৰিছে পুত্ৰ নীতিন মুকেশে।বলীউডত এটাৰ পিছত এটাকৈ হিট গীত গাইছে মুকেশে। তথাপিও গায়কজনৰ পৰিয়ালে প্ৰতিদিনে জীয়াই থকাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলগীয়া হৈছিল। তেওঁ দেউতাকৰ পদাংক অনুসৰণ কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে  সেই যুগ আৰু আজিৰ সময়ৰ মাজত ডাঙৰ পাৰ্থক্য আছে ! নীতিনে কয়, “কাৰো জীৱনত এনেকুৱা উত্থান-পতনৰ কথা শুনা নাই। দেউতাই কি অৱস্থাৰ মাজেৰে পাৰ হৈছিল, কোনেও কল্পনা কৰিব নোৱাৰে। লঘোণে থাকিবলগীয়া পৰিস্থিতিৰ আমাৰ পৰিয়াললৈ আহিছিল ৷ কিন্তু সেই মানুহজন এদিন ‘মুকেশজী’ নামেৰে পৰিচিত হ’ল। ‘আৱৰা হুন’, ‘মেৰা জুটা হায় জাপানীজ’ গীত গাই সকলোৱে চিনি পালে। কিন্তু তাৰ পিছতো তেওঁ ৬-৭ দীঘলীয়া বছৰ আৰ্থিকভাৱে কষ্ট কৰিবলগীয়া হৈছিল। যুঁজিবলগীয়া হ’ল।”

নীতিনে লগতে কয় যে তেওঁৰ পিতৃৰ নিজৰ ল’ৰা-ছোৱালীক স্কুলত পঢ়ুৱাও সামৰ্থ্য নাছিল। তথাপিও মনত আছে যে ঘৰৰ ওচৰতে এজন পাচলি বেপাৰী আছিল, তেওঁ দেউতাকক বৰ ভাল পাইছিল।  তেওঁৰ পিতৃৰ কণ্ঠত গান শুনিবলৈ সদায় আগ্ৰহ প্ৰকাশ কৰিছল৷ এদিন  তেওঁ টকা   ধাৰলৈ দিলে। ইয়াৰে স্কুলৰ মাচুল আদায় দিছিল । কিন্তু এই তথ্য পিতৃ বা শাক-পাচলিৰ ব্যৱসায়ীজনে কেতিয়াও  প্ৰকাশ কৰা নাছিল কিন্তু পৰৱর্তী সময়ত মাতৃ সৰলাৰ মুখেৰে এই কথা অৱগত হৈছিল বুলি তেওঁ সদৰী কৰে ৷

Previous Post

চানমাৰীত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

Next Post

অহা ১২ ৰ পৰা ১৪ ডিচেম্বৰলৈকে যোৰহাটৰ ‘ভিজন আৰ্ট অসম’ত

Related Posts

মহাৰাষ্ট্ৰৰ কলহাপুৰ চহৰত বলীউডৰ জনপ্ৰিয় অভিনতা চনু সুদৰ  ৮৭ হাজাৰ বৰ্গফুটৰ এক বিস্ময়কৰ প্ৰতিকৃতি
মনোৰঞ্জন

মহাৰাষ্ট্ৰৰ কলহাপুৰ চহৰত বলীউডৰ জনপ্ৰিয় অভিনতা চনু সুদৰ  ৮৭ হাজাৰ বৰ্গফুটৰ এক বিস্ময়কৰ প্ৰতিকৃতি

January 28, 2023
বহুল ভাৱে চৰ্চিত দক্ষিণাত্যৰ তাৰকা ৰজনীকান্তৰ এটা বক্তব্য
মনোৰঞ্জন

বহুল ভাৱে চৰ্চিত দক্ষিণাত্যৰ তাৰকা ৰজনীকান্তৰ এটা বক্তব্য

January 27, 2023
কোন বাৰু এইগৰাকী বলীউডৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী ?
মনোৰঞ্জন

কোন বাৰু এইগৰাকী বলীউডৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী ?

January 26, 2023
‘আৰ আৰ আৰ’ ছবিখনে অস্কাৰ লাভ কৰাটো  সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰৰ বাবে  হ’ব এক সোণালী মুহূৰ্ত
মনোৰঞ্জন

‘আৰ আৰ আৰ’ ছবিখনে অস্কাৰ লাভ কৰাটো সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰৰ বাবে হ’ব এক সোণালী মুহূৰ্ত

January 25, 2023
বিবাহপাশত আবদ্ধ হ’ল আথিয়া আৰু ৰাহুল
মনোৰঞ্জন

বিবাহপাশত আবদ্ধ হ’ল আথিয়া আৰু ৰাহুল

January 24, 2023
মুক্তিলাভ কৰিলে  অক্ষয়-ইমৰাণ অভিনীত ছবি ‘চেলফি’ৰ ট্ৰেইলাৰে
মনোৰঞ্জন

মুক্তিলাভ কৰিলে অক্ষয়-ইমৰাণ অভিনীত ছবি ‘চেলফি’ৰ ট্ৰেইলাৰে

January 23, 2023
Next Post
অহা ১২ ৰ পৰা ১৪ ডিচেম্বৰলৈকে যোৰহাটৰ ‘ভিজন আৰ্ট অসম’ত

অহা ১২ ৰ পৰা ১৪ ডিচেম্বৰলৈকে যোৰহাটৰ 'ভিজন আৰ্ট অসম'ত

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7