VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘শ্ৰী ৰঘুপতি’ৰ অভূতপূৰ্ব সাফল্যৰ পিছত এইবাৰ যতীন বৰা অভিনীত মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ নতুন ছবি ‘অগ্নিবাণ’

voicedesk by voicedesk
February 13, 2024
in মনোৰঞ্জন
‘শ্ৰী ৰঘুপতি’ৰ অভূতপূৰ্ব সাফল্যৰ পিছত এইবাৰ যতীন বৰা অভিনীত মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ নতুন ছবি ‘অগ্নিবাণ’
0
SHARES
2.7k
VIEWS
Share on FacebookShare on Twitter

 

ব্লকবাষ্টাৰ অসমীয়া ছবি নিৰ্মাণেৰে  অসমীয়া চলচ্চিত্ৰ উদ্যোগত খ্যাতি অৰ্জন কৰা মণিৰত্ন এণ্টাৰটেইনমেণ্টে (শ্ৰী ৰঘুপতিৰ প্ৰযোজক) এইবাৰ আন এখন ব্যতিক্ৰমী ছবি নির্মাণৰ প্ৰস্তুতি চলাইছে। যুৱ পৰিচালক মৃণ্ময় অৰুণ শইকীয়াৰ পৰিচালনাৰে আৰু যতীন বৰাৰ দৰে তাৰকা অভিনেতাৰ অভিনয়ৰে সমৃদ্ধ মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ আহিবলগীয়া ছবিখনৰ নাম হৈছে ‘অগ্নিবাণ’। ছবিখনৰ কাহিনীৰ আধাৰ হৈছে উত্তৰ-পূব ভাৰতত বিভীষিকা নমাই অনা মাদক দ্ৰৱ্যৰ অবৈধ বেহা ৷উত্তৰ-পূব ভাৰতক বিধ্বস্ত কৰি পেলোৱা মাদক সন্ত্ৰাসৰ অন্ধকাৰ দিশটোক এই ছবিখনৰ জৰিয়তে তুলি ধৰা হৈছে।

 

 

ব্যয়বহুল এই অসমীয়া ছবিখনত যতীন বৰাৰ উপৰিও কমল লোচন, হিমাংশু প্ৰসাদ দাস, প্ৰীতি কংগনা, কংকনা চক্ৰৱৰ্তী (কলকাতা)ৰ দৰে তাৰকা অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে। ইয়াৰোপৰি এই ছবিখনত দেখা পোৱা যাব উত্তৰ-পূবৰ আন বহু কেইগৰাকী নবীন-প্ৰবীণ কলা-কুশলীকো।

 

 

‘অগ্নিবাণ’ সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিনেতা যতীন বৰাই কয়, ‘অগ্নিবাণৰ দৰে এক গুৰুত্বপূৰ্ণ আৰু ব্যয়বহুল প্ৰকল্পৰ অংশ হ’বলৈ পাই মই অত্যন্ত সুখী অনুভৱ কৰিছোঁ। এই ছবিখনৰ কাহিনী আৰু আমাৰ উপস্থাপনশৈলী ছবিপ্ৰেমী দৰ্শকে ভাল পাব বুলি মই নিশ্চিত। আমি শীঘ্ৰে এই ছবিখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি ছবিপ্ৰেমীসকলক এখন ব্লকবাষ্টাৰ ছবি উপহাৰ দিম।’

 

ইফালে ছবিখন পৰিচালনা কৰা যুৱ পৰিচালক মৃণ্ময় অৰুণ শইকীয়াই কয়, ”অগ্নিবাণ’ কেৱল এখন ছবিয়েই নহয়, এয়া আমাৰ সমাজৰ এক আৰ্থ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতিফলনো। ছবিখনত উপস্থাপন কৰা কাহিনীৰ জৰিয়তে আমি মাদক সন্ত্ৰাসৰ ভয়াবহতা আৰু আমাৰ সমাজত ইয়াৰ বিধ্বংসী প্ৰভাৱক দৰ্শকৰ সন্মুখলৈ উলিয়াই দিবলৈ চেষ্টা কৰিছোঁ।’’

 

 

Previous Post

ৰায়বৰেলী সমষ্টি এৰিব কন্যা প্ৰিয়ংকালৈ, এইবাৰ ৰাজ্যসভা নির্বাচনৰ প্ৰার্থী হ’ব ছোনিয়া গান্ধী

Next Post

নগাঁৱৰ খলিহামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ছাত্ৰী

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
যোৰহাটৰ বঙালপুখুৰীত দুই বাহনৰ মুখামুখি সংঘৰ্ষ, আহত ৯জন লোক

নগাঁৱৰ খলিহামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ছাত্ৰী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7