VOICE 24x7
Monday, September 25, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অ’টিটি প্লেটফৰ্মৰ সৈতে ছলমানৰ ৫ বছৰৰ চুক্তি, অভিনেতাজনে কিমান টকা লাভ কৰিব ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 20, 2023
in মনোৰঞ্জন
অ’টিটি প্লেটফৰ্মৰ সৈতে ছলমানৰ ৫ বছৰৰ চুক্তি, অভিনেতাজনে কিমান টকা লাভ কৰিব ?
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

সময় ভাল চলি থকা নাই ছলমান খানৰ। এফালে অহৰহ মৃত্যুৰ ভাবুকি,আনফালে বক্স অফিচত ছবিৰ বিফলতা ৷ ইফালে ‘টাইগাৰ ৩’ৰ বাবে শ্বুটিং কৰাৰ সময়ত আঘাতপ্ৰাপ্ত হয় চলমান । অৱশ্যে ইয়াৰ মাজতে তেওঁৰ উপার্জন বৃদ্ধি পাইছে ৷ পৰৱৰ্তী পাঁচ বছৰৰ বাবে জেড ৫ৰ সৈতে চুক্তিবদ্ধ হৈছে অভিনেতাগৰাকী। এই অ’টিটি প্লেটফৰ্মত ২০২৩ চনৰ জানুৱাৰীৰ পৰা অহা পাঁচ বছৰৰ বাবে ভাইজানৰ চেটেলাইট ৰাইট মুকলি কৰা হ’ব।

ছলমানৰ সৈতে জি ৫ৰ সম্পৰ্ক দীৰ্ঘদিন ধৰি চলি আহিছে। তেওঁৰ ছবি ‘ৰাধে’ এই অ’টিটিত ক’ভিডৰ সময়ত মুক্তি পাইছিল। এই ছবিখন দেখি দৰ্শকসকল ইমানেই উৎসাহিত হৈছিল যে চাৰ্ভাৰ ডাউন  হৈ গৈছিল। আনহাতে, সদ্য মুক্তি পোৱা ছবি ‘কিছি কি ভাই কিছি জান’ৰ বিতৰক আছিল জি ৷  সেয়ে পূজা হেগড়ে আৰু ছলমান খান অভিনীত এই ছবিখনৰ পৰা ছলমানৰ সৈতে নিৰ্মাণ হৈ থকা সুৰজ বৰজাত্য আৰু কৰণ জোহৰৰ ছবিও এই মঞ্চত দেখা যাব। কিন্তু টাইগাৰ ৩ৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয়। কাৰণ এই ছবিখনৰ প্ৰযোজক যশৰাজ ফিল্মছে ইতিমধ্যে এই ছবিখনৰ অধিকাৰৰ বাবে আন এটা অ’টিটি প্লেটফৰ্মৰ সৈতে চুক্তি কৰিছে । যদিও এই চুক্তিৰ বাবে ছলমানে কিমান কোটি টকা লৈছিল সেয়া সঠিকভাৱে জনা নাযায়, তথাপিও যোৱাবাৰ ভাইজানে এনে চুক্তিৰ বাবে প্ৰায় ৪০০ৰ পৰা ৫০০ কোটি টকা লৈছিল।

Previous Post

যিকোনো পোছাক পৰিধান কৰি বিদ্যালয়লৈ আহিব নোৱাৰিব ৰাজ্যৰ শিক্ষক, পিন্ধিব নোৱাৰিব জিনছ –টি ছার্ট ,ফর্মেল পোছাক পৰিধানৰ নির্দেশ বিদ্যালয় শিক্ষা বিভাগৰ

Next Post

আইপিএলৰ মাজতে বিশ্বকাপৰ প্ৰস্তুতি আৰম্ভ কৰিছে বিচিচিআইয়ে

Related Posts

ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড
মনোৰঞ্জন

ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড

September 22, 2023
দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা
মনোৰঞ্জন

দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা

September 15, 2023
ৰাঘৱ –পৰিনীতিৰ বিবাহলৈ ১০ দিন , আৰম্ভ হৈছে পূর্ণ প্ৰস্তুতি, কোন কোন হ’ব আলহী ?
মনোৰঞ্জন

ৰাঘৱ –পৰিনীতিৰ বিবাহলৈ ১০ দিন , আৰম্ভ হৈছে পূর্ণ প্ৰস্তুতি, কোন কোন হ’ব আলহী ?

September 14, 2023
এ আৰ ৰহমানৰ অনুষ্ঠানত বিশৃংখলতা, পদপিষ্ট হ’ল দর্শনার্থী,টিকেট ক্ৰয় কৰাৰ পাছতো  বহু লোকে প্ৰৱেশ কৰিব নোৱাৰিলে সংগীতানুষ্ঠানত
মনোৰঞ্জন

এ আৰ ৰহমানৰ অনুষ্ঠানত বিশৃংখলতা, পদপিষ্ট হ’ল দর্শনার্থী,টিকেট ক্ৰয় কৰাৰ পাছতো বহু লোকে প্ৰৱেশ কৰিব নোৱাৰিলে সংগীতানুষ্ঠানত

September 11, 2023
২৯ বছৰত ভৰি থোৱা ৰবিজিতা গগৈৰ অভিনয় প্ৰতিষ্ঠানৰ বৃহৎ নাট্য আয়োজন, ৮-১০ ছেপ্টেম্বৰত কলাক্ষেত্ৰত জিৰছং থিয়েটাৰৰ স্বয়ম নাট সমাৰোহ
মনোৰঞ্জন

২৯ বছৰত ভৰি থোৱা ৰবিজিতা গগৈৰ অভিনয় প্ৰতিষ্ঠানৰ বৃহৎ নাট্য আয়োজন, ৮-১০ ছেপ্টেম্বৰত কলাক্ষেত্ৰত জিৰছং থিয়েটাৰৰ স্বয়ম নাট সমাৰোহ

September 6, 2023
বৈষ্ণোদেৱীৰ পাছত তিৰুপতি দৰ্শন, নতুন ছবি মুক্তিৰ পূর্বে মন্দিৰে মন্দিৰে শ্বাহৰুখ
মনোৰঞ্জন

বৈষ্ণোদেৱীৰ পাছত তিৰুপতি দৰ্শন, নতুন ছবি মুক্তিৰ পূর্বে মন্দিৰে মন্দিৰে শ্বাহৰুখ

September 5, 2023
Next Post
আইপিএলৰ মাজতে বিশ্বকাপৰ প্ৰস্তুতি আৰম্ভ কৰিছে বিচিচিআইয়ে

আইপিএলৰ মাজতে বিশ্বকাপৰ প্ৰস্তুতি আৰম্ভ কৰিছে বিচিচিআইয়ে

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7