VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভাৰতীয় চলচ্চিত্ৰ জগতত জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ ৩০ বছৰ

৩০ বছৰীয়া কেৰিয়াৰৰ সময়ছোৱাত লাভ কৰা মৰমৰ বাবে দৰ্শকক ধন্যবাদ জনাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে পোষ্ট

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 25, 2022
in মনোৰঞ্জন
ভাৰতীয় চলচ্চিত্ৰ জগতত জনপ্ৰিয় অভিনেতা  শ্বাহৰুখ খানৰ ৩০ বছৰ
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় চলচ্চিত্ৰত শ্বাহৰুখ খানে সম্পূৰ্ণ কৰিলে ৩০ বছৰ  ৷ শেহতীয়াকৈ মুক্তি লাভ কৰিব লগীয়া ছবি ‘পাঠান’ত এইবাৰ নতুন ৰূপত দৰ্শকে দেখা পাব জনপ্ৰিয় অভিনেতা শ্বাহৰুখক ৷ চলচিত্ৰ জগতত ৩০টা বছৰ অতিক্ৰম কৰাৰ পিছতো পাঠানৰ  মোচন পোষ্টাৰত অতি অকৰ্ষণীয় ৰূপত দেখা গৈছে এইবাৰ এছ.আৰ.কে.ক ৷ আহিবলগীয়া ছবি পাঠানত “শ্বাহৰুখ খানৰ ৩০ বছৰ” যেন অধিক উজ্বল হৈ উঠিছে।

‘পাঠান’ ছবিখনৰ মোচন পোষ্টাৰ শ্বেয়াৰ কৰি এছআৰকেএ তেওঁৰ ৩০ বছৰীয়া কেৰিয়াৰৰ সময়ছোৱাত লাভ কৰা প্ৰচুৰ মৰমৰ বাবে অনুৰাগীসকলক ধন্যবাদ জনোৱাৰ লগতে পাঠানৰ সৈতে তেওঁৰ এই যাত্ৰা “অব্যাহত” ৰখাৰ বিষয়েও  উল্লেখ কৰিছে। তেওঁ পোষ্টটোৰ শিৰোনাম দিছিল: “আপোনালোকৰ অসীম মৰম আৰু আশীৰ্বাদ আৰু আনন্দৰ বাবেই ৩০টা বছৰ কেনেকৈ পাৰ হ’ল গমই নাপালো । এইবাৰো ‘পাঠান’ৰ সৈতে মোৰ এই যাত্ৰা অব্যাহত থাকিব । ২০২৩চনৰ ২৫ জানুৱাৰী  তাৰিখে হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি লাভ কৰিব লগীয়া ৱাইআৰএফ ৫০-ৰ সৈতে আপোনালোকেও ‘পাঠান’ উপভোগ  কৰক। ।”

উল্লেখযোগ্য যে ‘পাঠান’ত শ্বাহৰুখৰ উপৰিও অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা  দীপিকা পাডুকন আৰু জন আব্ৰাহামে । ছবিখন ২০২৩ চনৰ ২৫ জানুৱাৰীত হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি পাব।

শ্বাহৰুখ খানক শেষবাৰৰ বাবে ২০১৮ চনৰ ‘জিৰো’ চলচ্চিত্ৰখনত দেখা গৈছিল, য’ত অনুষ্কা শৰ্মা আৰু কেটৰিনা কাইফেও অভিনয় কৰিছিল। তেওঁ আলিয়া ভট্টৰ ‘ডাৰ্লিংছ’ৰো সহ-প্ৰযোজনা কৰিছে, য’ত  চলচ্চিত্ৰ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰিছে অভিনেতা গৰাকীয়ে৷

ভাৰতীয় চলচ্চিত্ৰ জগতলৈ ভালেসংখ্যক জনপ্ৰিয় ছবি উপহাৰ দিয়া অভিনেতা গৰাকীয়ে সুদীৰ্ঘ ৩০বছৰৰ অন্ততো পুনৰবাৰ ‘পাঠান’ চলচ্চিত্ৰ খনৰ যোগেদি  চমক প্ৰদান কৰিব বুলি আশা কৰি এতিয়া অধীৰ আগ্ৰহেৰে ছবীখনৰ মুক্তিৰ দিনটোলৈ অপেক্ষা কৰিছে তেওঁৰ লক্ষ লক্ষ অনুৰাগীয়ে ৷

I know it’s late… But remember the date… Pathaan time starts now…

See you in cinemas on 25th January, 2023.

Releasing in Hindi, Tamil and Telugu.

Celebrate #Pathaan with #YRF50 only at a big screen near you. @deepikapadukone |@TheJohnAbraham | #SiddharthAnand | @yrf pic.twitter.com/dm30yLDfF7

— Shah Rukh Khan (@iamsrk) March 2, 2022

gt;

Previous Post

মহাৰাষ্ট্ৰত অব্যাহত ৰাজনৈতিক অচলাৱস্থাঃ বিদ্ৰোহীয়ে নিজৰ গোটৰ নাম দিলে “শিৱ সেনা বালাচাহেব”

Next Post

পুৰণ হ’ল বাংলাদেশবাসীৰ সপোন,পদ্মা নদীৰ ওপৰত মুকলি হ’ল আটাইতকৈ দীঘল দলং

Related Posts

গাড়ী  দুৰ্ঘটনাত পতিত  অভিনেত্ৰী এনি হেচেক  চিকিৎসালয়ত ভৰ্তি
মনোৰঞ্জন

গাড়ী দুৰ্ঘটনাত পতিত অভিনেত্ৰী এনি হেচেক চিকিৎসালয়ত ভৰ্তি

August 6, 2022
“যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে”
মনোৰঞ্জন

“যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে”

August 5, 2022
‘টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ  বিশ্ব প্ৰিমিয়াৰত  অসম সন্তান  ৰীমা দাসৰ ছবি ‘তৰাজ হাজবেণ্ড’
মনোৰঞ্জন

‘টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ বিশ্ব প্ৰিমিয়াৰত অসম সন্তান ৰীমা দাসৰ ছবি ‘তৰাজ হাজবেণ্ড’

August 4, 2022
এইবাৰ ‘সীতা ৰামাম’ ক্ৰয় কৰিলে আৰ.আৰ.আৰ.ৰ হিন্দী সংস্কৰণৰ প্ৰযোজক পি.ই.এন. ষ্টুডিঅ’ই
মনোৰঞ্জন

এইবাৰ ‘সীতা ৰামাম’ ক্ৰয় কৰিলে আৰ.আৰ.আৰ.ৰ হিন্দী সংস্কৰণৰ প্ৰযোজক পি.ই.এন. ষ্টুডিঅ’ই

August 3, 2022
এজন অভিনেতাৰ অভিনয়ৰ বাবে নিৰ্দিষ্ট বয়স থাকে নেকি?
মনোৰঞ্জন

এজন অভিনেতাৰ অভিনয়ৰ বাবে নিৰ্দিষ্ট বয়স থাকে নেকি?

August 2, 2022
মৃত্যুৰ ভাবুকি,  ছলমান খানক প্ৰদান কৰা হ’ল অস্ত্ৰৰ অনুজ্ঞাপত্ৰ
মনোৰঞ্জন

মৃত্যুৰ ভাবুকি, ছলমান খানক প্ৰদান কৰা হ’ল অস্ত্ৰৰ অনুজ্ঞাপত্ৰ

August 1, 2022
Next Post
পুৰণ হ’ল বাংলাদেশবাসীৰ সপোন,পদ্মা নদীৰ ওপৰত মুকলি হ’ল আটাইতকৈ দীঘল দলং

পুৰণ হ’ল বাংলাদেশবাসীৰ সপোন,পদ্মা নদীৰ ওপৰত মুকলি হ’ল আটাইতকৈ দীঘল দলং

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7