VOICE 24x7
Sunday, January 29, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কেতিয়া বিয়াত বহিব সিদ্ধার্থ-কিয়াৰা, কোন কোন হ’ব অতিথি !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 15, 2022
in মনোৰঞ্জন
কেতিয়া বিয়াত বহিব সিদ্ধার্থ-কিয়াৰা, কোন কোন হ’ব অতিথি !!
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

বলীউডত জোৱাৰ উঠিছে বিবাহৰ ৷এইবাৰ বিবাহত বহাৰ সিদ্ধান্ত লৈছে  সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী। কেইবাদিনো ছ’চিয়েল মিডিয়াত তেওঁলোকৰ বিবাহৰ বাতৰিয়ে চর্চা লাভ কৰি আহিছে ৷  চলিত বছৰৰ শেষত তেওঁলোকৰ বিবাহ অনুষ্ঠান সম্পন্ন হ’ব বুলি খবৰ ওলাইছিল ৷ অৱশ্যে নতুন খবৰ অনুসৰি অহা বছৰৰ জানুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত বিবাহত বহিব সিদ্ধার্থ আৰু কিয়াৰা ৷

সিদ্ধাৰ্থ পাঞ্জাবী পৰিয়ালৰ সন্তান।  তেওঁ আৰু কিয়াৰাই পৰিয়ালৰ ৰীতি-নীতি আৰু আভিজাত্যক মনত ৰাখি চণ্ডীগড়ক বিবাহ স্থান হিচাপে বাছি লৈছে। জানিব পৰা মতে, তাৰকা দম্পতীয়ে শেহতীয়াকৈ চণ্ডীগড়ৰ দ্য অ’বেৰয় সুখভিলাছ স্পা এণ্ড ৰিজ’ৰ্টছত বুকিং কৰাৰ বিষয়ে সোধা-পোছা কৰিছিল।

খবৰ অনুসৰি বিয়াৰ অতিথি তালিকাখনো  প্ৰস্তুত কৰা হৈছে। স্বাভাৱিকতে এই তালিকা যথেষ্ট দীঘলীয়া হ’ব৷ কৰণ জোহৰ, কেটৰিনা কাইফ, বিকি কৌশল, ৰাকুলপ্ৰীত সিং, বৰুণ ধাৱনকে ধৰি বহু তাৰকাৰ নাম অতথিৰ তালিকাত ৰখা হৈছে ৷ ইয়াৰ উপৰিও সিদ্ধার্থ-কিয়াৰাৰ ঘনিষ্ঠ প্ৰযোজক আৰু উদ্যোগটোৰ অন্যান্য সহকৰ্মীসকলো এই বিয়াত উপস্থিত থাকিব। তেওঁলোক প্ৰথমবাৰৰ বাবে ২০১৮ চনত দেখা গৈছিল, ‘লাষ্ট ষ্ট’ৰী’ৰ চেটত। ইয়াৰ পিছত এই দুয়োগৰাকী তাৰকাক ‘শ্বেৰশ্বাহ’ ছবিখনত একেলগে দেখা গৈছিল।

জনপ্ৰিয় শ্ব’ ‘কফি উইথ কাৰণৰ চেটত এই দম্পতীহালে নিজৰ প্ৰেমৰ সম্পৰ্কৰ কথা  প্ৰকাশ  কৰে। আনহাতে, সিদ্ধার্থে এটা সাক্ষাৎকাৰত কয়, “বিয়া গোপন কৰি ৰাখিব পৰা নাযায় বুলি মই ভাবো। জীৱনৰ ইমান ডাঙৰ পদক্ষেপ সকলোৱে জানিব”।

Previous Post

ডিব্ৰুগড় গ্ৰন্থমেলাত ‘বনলতা’ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান

Next Post

দিল্লীৰ বনাঞ্চলত উদ্ধাৰ হোৱা হাড়ঁ শ্ৰদ্ধাৰ আছিল নে ? আৰক্ষীয়ে লাভ কৰিছে ফৰেনচিক প্ৰতিবেদন

Related Posts

মহাৰাষ্ট্ৰৰ কলহাপুৰ চহৰত বলীউডৰ জনপ্ৰিয় অভিনতা চনু সুদৰ  ৮৭ হাজাৰ বৰ্গফুটৰ এক বিস্ময়কৰ প্ৰতিকৃতি
মনোৰঞ্জন

মহাৰাষ্ট্ৰৰ কলহাপুৰ চহৰত বলীউডৰ জনপ্ৰিয় অভিনতা চনু সুদৰ  ৮৭ হাজাৰ বৰ্গফুটৰ এক বিস্ময়কৰ প্ৰতিকৃতি

January 28, 2023
বহুল ভাৱে চৰ্চিত দক্ষিণাত্যৰ তাৰকা ৰজনীকান্তৰ এটা বক্তব্য
মনোৰঞ্জন

বহুল ভাৱে চৰ্চিত দক্ষিণাত্যৰ তাৰকা ৰজনীকান্তৰ এটা বক্তব্য

January 27, 2023
কোন বাৰু এইগৰাকী বলীউডৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী ?
মনোৰঞ্জন

কোন বাৰু এইগৰাকী বলীউডৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী ?

January 26, 2023
‘আৰ আৰ আৰ’ ছবিখনে অস্কাৰ লাভ কৰাটো  সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰৰ বাবে  হ’ব এক সোণালী মুহূৰ্ত
মনোৰঞ্জন

‘আৰ আৰ আৰ’ ছবিখনে অস্কাৰ লাভ কৰাটো সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰৰ বাবে হ’ব এক সোণালী মুহূৰ্ত

January 25, 2023
বিবাহপাশত আবদ্ধ হ’ল আথিয়া আৰু ৰাহুল
মনোৰঞ্জন

বিবাহপাশত আবদ্ধ হ’ল আথিয়া আৰু ৰাহুল

January 24, 2023
মুক্তিলাভ কৰিলে  অক্ষয়-ইমৰাণ অভিনীত ছবি ‘চেলফি’ৰ ট্ৰেইলাৰে
মনোৰঞ্জন

মুক্তিলাভ কৰিলে অক্ষয়-ইমৰাণ অভিনীত ছবি ‘চেলফি’ৰ ট্ৰেইলাৰে

January 23, 2023
Next Post
দিল্লীৰ বনাঞ্চলত উদ্ধাৰ হোৱা হাড়ঁ শ্ৰদ্ধাৰ আছিল নে ? আৰক্ষীয়ে লাভ কৰিছে ফৰেনচিক প্ৰতিবেদন

দিল্লীৰ বনাঞ্চলত উদ্ধাৰ হোৱা হাড়ঁ শ্ৰদ্ধাৰ আছিল নে ? আৰক্ষীয়ে লাভ কৰিছে ফৰেনচিক প্ৰতিবেদন

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7