VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ডিব্ৰুগড় গ্ৰন্থমেলাত ‘বনলতা’ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান

১৭,১৮ ডিচেম্বৰৰ সামৰণি অনুষ্ঠানলৈ পত্ৰযোগে সকলোকে নিমন্ত্ৰণ জনাইছে 'বনলতা'ই

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 15, 2022
in সমাজ
ডিব্ৰুগড় গ্ৰন্থমেলাত ‘বনলতা’ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান
0
SHARES
49
VIEWS
Share on FacebookShare on Twitter

১৯৭২চনৰ পৰা ২০২২চনলৈকে ৫০বছৰীয়া এক সোণোৱালী সময় অতিক্ৰম কৰি অসম তথা অসমীয়া সাহিত্য জগতত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হোৱা এক নাম হ’ল ‘বনলতা’ ৷ অসমীয়া জাতি কিম্বা অসমীয়া ভাষাটোৰ বাবে স্ব-আৰোপিত দায়িত্বক প্ৰতিষ্ঠা লগ্নৰ পৰাই অতি নিষ্ঠাৰে পালন কৰি আহিছে  প্ৰকাশনটোৱে ৷ যি বৰ্তমান কেৱল মাত্ৰ এটা প্ৰকাশন গোষ্ঠীয়েই নহয় প্ৰতিজন অসমীয়াৰ আৱেগ ৷

গ্ৰন্থ ভাল পোৱা মানুহৰ গ্ৰন্থ পঢ়াৰ চেতনা জগাই তুলিব খোজা ‘বনলতা’ই ১৭আৰু ১৮ ডিচেম্বৰত অনুষ্ঠিত কৰিছে প্ৰকাশন গোষ্ঠীটোৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠান ৷ যাৰ বাবে লেখক,পঢ়ুৱৈ, বিতৰককে আদি কৰি সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি নিমন্ত্ৰণ জনাইছে প্ৰকাশন গোষ্ঠীটোৱে ৷

ডিব্ৰুগড় জিলাৰ নিৰ্মালী গাঁও ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা ডিব্ৰুগড় গ্ৰন্থমেলাত অনুষ্ঠিত হ’বলগীয়া  এই অনুষ্ঠানত ১৭ ডিচেম্বৰৰ দিনা আবেলি ৩বজাত ‘কিতাপ আৰু আলাপ’ শীৰ্ষক অনুষ্ঠানত উন্মোচন কৰা হ’ব ‘অপূৰ্ব শৰ্মাৰ গল্প সমগ্ৰ’  ৷ গ্ৰন্থখন উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই ৷ আনহাতে উক্ত অনুষ্ঠানত উপস্থিত থাকিব সাহিত্য অকাডেমী আৰু অসম উপত্যকা বটা প্ৰাপক গল্পকাৰ অপূৰ্ব শৰ্মাৰ লগতে বিশিষ্ট সাহিত্য সমালোচক প্ৰভাত বৰা আৰু সাহিত্য অকাডেমী প্ৰাপক সাহিত্যিক জ্ঞান পূজাৰী ৷ আনহাতে উক্ত দিনটোতে আবেলি ৫বজাত অনুষ্ঠিত হ’বলগীয়া মাখন হাজৰিকা  স্মৃতিচাৰণ বটা প্ৰদান অনুষ্ঠান আৰু’বনলতা’ বিশেষ বক্তৃতা অনুষ্ঠানত বক্তা হিচাপে উপস্থিত থাকিব নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়ৰ অধ্যাপক অৰবিন্দ ৰাজখোৱা ৷ লগতে উপস্থিত থাকিব সূৰ্য হাজৰিকা ,অনন্ত হাজৰিকা আৰু ৰুলী হাজৰিকা ৷

সামৰণি অনুষ্ঠান উপলক্ষে ১৮ ডিচেম্বৰ তাৰিখে  দুপৰীয়া ১১বজাত পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ দুটা শাখাত অনুষ্ঠিত  হ’বলগীয়া  চিত্ৰাংকণ প্ৰতিযোগিতাৰ  সঞ্চালনা কৰিব ড০ লিমা হাজৰিকা আৰু দীপক চৰকাৰে ৷ আনহাতে কুইজ মাষ্টাৰ দীপাংকৰ কৌশিক আৰু দিলীপ কুমাৰ শৰ্মাৰ তত্বাৱধানত আবেলি ৩বজাত অনুষ্ঠিত হ’ব সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা ৷

সেয়েহে উক্ত অনুষ্ঠানত সমূহ ৰাইজৰ সহায়-সহযোগিতা ও আশীৰ্বাদ কামনা কৰিছে  ৫০বছৰ গৰকা অসমৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠীটোৱে ৷

Previous Post

কেনেকুৱা গুণ থকাটো বিচাৰে আপোনাৰ সন্তানৰ গাত ? জন্মৰ পূর্বেই নির্ধাৰণ কৰিব পাৰিব মেধা, মাতৃগর্ভত নহয় পৰীক্ষাগাৰত হ’ব সন্তান

Next Post

কেতিয়া বিয়াত বহিব সিদ্ধার্থ-কিয়াৰা, কোন কোন হ’ব অতিথি !!

Related Posts

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?
সমাজ

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?

May 24, 2023
দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা
সমাজ

দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা

April 13, 2023
জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?
সমাজ

জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?

April 4, 2023
ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?
সমাজ

ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?

April 4, 2023
সুৰাৰ বটলত গামোচা বিতৰ্ক
সমাজ

সুৰাৰ বটলত গামোচা বিতৰ্ক

April 4, 2023
নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক  প্ৰদান কৰে এক  অনন্য ট্ৰেকিং অভিজ্ঞতা
সমাজ

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক প্ৰদান কৰে এক অনন্য ট্ৰেকিং অভিজ্ঞতা

March 24, 2023
Next Post
কেতিয়া বিয়াত বহিব সিদ্ধার্থ-কিয়াৰা, কোন কোন হ’ব অতিথি !!

কেতিয়া বিয়াত বহিব সিদ্ধার্থ-কিয়াৰা, কোন কোন হ’ব অতিথি !!

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে  ?

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে ?

June 2, 2023
‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7