VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জল্পনা-কল্পনাৰ অন্ত, জানুৱাৰীতে বিবাহত বহিব কে এল ৰাহুল-আথিয়া

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 14, 2022
in মনোৰঞ্জন
জল্পনা-কল্পনাৰ অন্ত, জানুৱাৰীতে বিবাহত বহিব  কে এল ৰাহুল-আথিয়া
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল। অহা বছৰৰ জানুৱাৰীত কে এল ৰাহুল আৰু আথিয়া শ্বেট্টীয়ে বিবাহপাশত আবদ্ধ হ’ব। ভাৰতীয়  ক্ৰিকেটাৰ কে এল ৰাহুল আৰু বলীউডৰ তাৰকা সুনীল শ্বেট্টীৰ কন্যা আথিয়া শ্বেট্টীও বলীউডৰ এগৰাকী অভিনেত্ৰী। শেহতীয়াকৈ প্ৰায় তিনি বছৰ ধৰি সম্পৰ্কত থকা দম্পতীহালে বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লৈছে।  এই খবৰ প্ৰকাশ কৰিছে স্বয়ং কইনাৰ পিতৃ সুনীল শ্বেট্টী ৷

প্ৰায়ে এই তাৰকা দম্পতীৰ বিবাহৰ কথাকে ধৰি বিভিন্ন  খবৰ সামাজিক মাধ্যমত  বিয়পি পৰিছিল। শেহতীয়াকৈ বহু অপেক্ষাৰ অন্তত তেওঁলোকে এই সম্পৰ্কৰ কথা  স্বীকাৰ কৰিছে। ৰাহুলে ২০১৯ চনত বন্ধুৰ জৰিয়তে আথিয়াক লগ পাইছিল। বৰ্তমান তেওঁলোকৰ বিয়াৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে।

সুনীল শ্বেট্টীৰ খাণ্ডলাৰ বাংলোত ঘৰুৱা পৰিৱেশত বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব। ‘জাহান’ নামৰ এই বাংলোটো মুম্বাই চহৰৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰত্বত। সুনীলে ১৭ বছৰ পূৰ্বে কেইবাবিঘা মাটিত এই প্ৰসাদোপম বাংলোটো ক্ৰয় কৰিছিল। বাগিচাৰে আগুৰি থকা এই বাংলোটোত আছে বিনোদনৰ সম্পূর্ণ ব্যৱস্থা ৷

বলীউডৰ নিৰ্ভৰযোগ্য সূত্ৰৰ মতে, ২১ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ৰাহুল-আথিয়াৰ বিবাহ অনুষ্ঠান, সংগীতৰ লগতে। দক্ষিণ ভাৰতৰ পৰম্পৰাগত ৰীতি-নীতিৰে হ’ব এই বিয়া। হালধি, সংগীত, মেহেন্দি সকলো ৰীতি-নীতিৰে উদযাপন কৰা হ’ব। আথিয়াৰ বিবাহৰ পোছাক নিৰ্মাণ কৰিব জনপ্ৰিয় ডিজাইনাৰ মনীষ মালহোত্ৰাই। ৰাহুলৰ বিয়াৰ সাজ-পোছাকৰ বিষয়ে এতিয়ালৈকে কোনো তথ্য পোৱা নাই।

 

 

Previous Post

ক্ৰ’ৱেছিয়াক হৰুৱাই ফাইনেলত আর্জেণ্টিনা, এয়াই হ’ব মেছিৰ শেষ বিশ্বকাপ

Next Post

আজিৰ পৰা অসমীয়া গামোচা কেৱল অসমীয়াৰ

Related Posts

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ
মনোৰঞ্জন

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ

June 1, 2023
” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”,  প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ
মনোৰঞ্জন

” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”, প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ

May 31, 2023
মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন  কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ
মনোৰঞ্জন

মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ

May 30, 2023
ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!
মনোৰঞ্জন

ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!

May 29, 2023
মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷
মনোৰঞ্জন

মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷

May 27, 2023
তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!
মনোৰঞ্জন

তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!

May 26, 2023
Next Post
আজিৰ পৰা অসমীয়া গামোচা কেৱল অসমীয়াৰ

আজিৰ পৰা অসমীয়া গামোচা কেৱল অসমীয়াৰ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7