VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ক্ৰ’ৱেছিয়াক হৰুৱাই ফাইনেলত আর্জেণ্টিনা, এয়াই হ’ব মেছিৰ শেষ বিশ্বকাপ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 14, 2022
in ক্ৰীড়া
ক্ৰ’ৱেছিয়াক হৰুৱাই ফাইনেলত আর্জেণ্টিনা, এয়াই হ’ব মেছিৰ শেষ বিশ্বকাপ
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

বিশ্বকাপ আৰম্ভ হোৱাৰ আগতেই বিশ্ববিশ্ৰুত ফুটবল তাৰকা লিঅ’নেল মেছিয়ে প্ৰকাশ কৰিছিল যে  চলিত বর্ষৰ বিশ্বকাপ তেওঁৰ শেষ বিশ্বকাপ হ’ব পাৰে। মঙলবাৰে নিশা ক্ৰ’ৱেছিয়াক হৰুৱাই আৰ্জেণ্টিনাক ফাইনেলত আগুৱাই নিয়াৰ পাছত এইখন বিশ্বকাপৰ অন্তিমখন খেল হ’ব বুলি ঘোষণা কৰে লিয়নেল মেছিয়ে। ছেমি ফাইনেলত ক্ৰ’ৱেচিয়াক ৩-০ গ’লত পৰাস্ত কৰি আৰ্জেণ্টিনাই ফাইনেলত প্ৰৱেশ কৰিছে। মেছিয়ে এটা গ’ল দিয়ে।

১৯৮৬ চনৰ পিছত আৰ্জেণ্টিনাই বিশ্বকাপ জয় কৰিব পৰা নাই। ৩৬ বছৰৰ পাছত আৰ্জেণ্টিনাই পুনৰ বিশ্বকাপ জয়ৰ সুযোগ লাভ কৰিছে। মেছিয়ে কয় যে ফাইনেল মেচখন তেওঁৰ শেষ মেচ। আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰগৰাকীয়ে কয়  ‘ফাইনেলত প্ৰৱেশ কৰি তেওঁ অত্যন্ত আনন্দিত ৷ মোৰ বিশ্বকাপ ভ্ৰমণৰ অন্ত পৰিব এই চূড়ান্ত মেচখনৰ জৰিয়তে। পৰৱৰ্তী বিশ্বকাপলৈ বহু দেৰি আছে । মোৰ কাৰণে সেই বিশ্বকাপ খেলাটো সম্ভৱ নহ’ব ৷ এইদৰেই শেষ কৰাটো ভাল হ’ব।”

৩৫ বছৰীয়া মেছিয়ে পঞ্চমবাৰৰ বাবে বিশ্বকাপ খেলি আছে।  এই বিশ্বকাপত মেছিয়ে পঞ্চমটো গ’ল দিছে। বিশ্বকাপত তেওঁৰ মুঠ গ’লৰ সংখ্যা হৈছে ১১টা ৷ বিশ্বকাপত এতিয়ালৈকে আৰ্জেণ্টিনাৰ হৈ সৰ্বাধিক গ’ল দিছিল গেব্ৰিয়েল বাটিষ্টুটাই। তেওঁৰ  গ’লৰ সংখ্যা হৈছে ১০টা ৷ মেছিয়ে তেওঁক অতিক্ৰম কৰিলে। মেচৰ অন্তত মেছিয়ে কয়, ‘ব্যক্তিগত অভিলেখ ভাল। এনে কৃতিত্ব অর্জন কৰিব পাৰিলে ভাল লাগে ৷কিন্তু আচল কথাটো হ’ল দল হিচাপে জয়ী হোৱা। সেইটোৱেই মূল লক্ষ্য। সেইটো বৰ ধুনীয়া কথা। আৰু এখন মেচ বাকী। আমি বহুত যুঁজিলোঁ। এইবাৰ আমি বিশ্বকাপ জয় কৰিবলৈ আমাৰ সর্ব্বোচ্চ উজাৰি  দিম।’

দেওবাৰে দ্বিতীয়খন ছেমি ফাইনেলৰ বিজয়ী দলৰ বিৰুদ্ধে খেলিব আৰ্জেণ্টিনাই। বুধবাৰে নিশা দ্বিতীয়খন ছেমি ফাইনেলত ফ্ৰান্স আৰু মৰক্কোৰ মাজত মুখামুখি হ’ব।

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

জল্পনা-কল্পনাৰ অন্ত, জানুৱাৰীতে বিবাহত বহিব কে এল ৰাহুল-আথিয়া

Related Posts

আহমেদাবাদত বিশ্বকাপৰ খেল খেলিবলৈ আপত্তি  পাকিস্তানৰ ব’ৰ্ডৰ
ক্ৰীড়া

আহমেদাবাদত বিশ্বকাপৰ খেল খেলিবলৈ আপত্তি পাকিস্তানৰ ব’ৰ্ডৰ

June 8, 2023
কেন্দ্ৰলৈ প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ পাঁচটা দাবী,  মল্লযুঁজৰ সংগঠনত এগৰাকী মহিলা মূৰব্বী বিচাৰিলে প্ৰতিবাদী মল্লযুঁজাৰৱে
ক্ৰীড়া

কেন্দ্ৰলৈ প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ পাঁচটা দাবী, মল্লযুঁজৰ সংগঠনত এগৰাকী মহিলা মূৰব্বী বিচাৰিলে প্ৰতিবাদী মল্লযুঁজাৰৱে

June 7, 2023
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা টেষ্টত অভিলেখ গঢ়িব পাৰে এই দুজন ভাৰতীয় ক্ৰিকেটাৰে ?
ক্ৰীড়া

বুধবাৰৰ পৰা আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল, কোন সময়ৰ পৰা আৰম্ভ হ’ব মেচ ?

June 6, 2023
ইংলেণ্ডলৈ গ’লেও বিশ্ব টেষ্ট ফাইনেল কিয় দেখা নাপাব যশস্বী-সূর্য্যকুমাৰৰ খেল ?
ক্ৰীড়া

ইংলেণ্ডলৈ গ’লেও বিশ্ব টেষ্ট ফাইনেল কিয় দেখা নাপাব যশস্বী-সূর্য্যকুমাৰৰ খেল ?

June 5, 2023
অমিত শ্বাহক প্ৰতিবাদী মল্লযুঁজাৰুৰ সাক্ষাৎ, ব্ৰীজভূষণৰ বিৰুদ্ধে শীঘ্ৰী চার্জশ্বীট দাখিল কৰাৰ নির্দেশ
ক্ৰীড়া

অমিত শ্বাহক প্ৰতিবাদী মল্লযুঁজাৰুৰ সাক্ষাৎ, ব্ৰীজভূষণৰ বিৰুদ্ধে শীঘ্ৰী চার্জশ্বীট দাখিল কৰাৰ নির্দেশ

June 5, 2023
ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে  ?
ক্ৰীড়া

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে ?

June 2, 2023
Next Post
জল্পনা-কল্পনাৰ অন্ত, জানুৱাৰীতে বিবাহত বহিব  কে এল ৰাহুল-আথিয়া

জল্পনা-কল্পনাৰ অন্ত, জানুৱাৰীতে বিবাহত বহিব কে এল ৰাহুল-আথিয়া

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7