VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বলীউড তাৰকা শ্বাহৰুখ খানৰ বৈষ্ণো দেৱী মন্দিৰ দৰ্শন

'পাঠান'ৰ মুক্তিৰ পূৰ্বে মন্দিৰে,মছজিদে অভিনেতা শ্বাহৰুখ খান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 12, 2022
in মনোৰঞ্জন
বলীউড তাৰকা শ্বাহৰুখ খানৰ বৈষ্ণো দেৱী মন্দিৰ দৰ্শন
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান সময়ত  নতুন ছবি ‘পাঠান’ৰ বাবে  চৰ্চাত বলীউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খান ৷ অনুৰাগী সকলৰ বাবে সুখৰ খবৰ যে  চাৰিবছৰৰ মূৰত এইবাৰ ‘পাঠান’ৰ যোগেদি বলীউড জগতলৈ পুনৰ উভটিছে কিংখান ৷

পাঠান ছবি খনে মুক্তি লাভ কৰাৰ প্ৰাকমূহুৰ্তত  এইবাৰ বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰি দেৱীৰ আশীৰ্বাদ ল’লে  জনপ্ৰিয় অভিনেতাগৰাকীয়ে  ৷  তেওঁ  মন্দিৰ দৰ্শন কৰা এই  ভিডিঅ’ই  ইতিমধ্যে সামাজিক মাধ্যমত প্ৰচূৰ সমাদৰ লাভ কৰিছে  ৷

SRK recently visited Mata Vaishnodevi to seek blessings.pic.twitter.com/Cr17b9N7gz

— Shah Rukh Khan Fc – Pune ( SRK Fc Pune ) (@SRKFC_PUNE) December 12, 2022

শ্বাহৰুখ খান ফেন ক্লাৱৰ পৰা সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এই ভিডিঅ’টোত দেৱী দৰ্শনৰ বাবে শ্বাহৰুখ খানক বৈষ্ণোদেৱী মন্দিৰলৈ  যোৱা পৰিলক্ষিত হৈছে ৷ তেওঁৰ অংগৰক্ষক সকলে বেৰি আছে  জনপ্ৰিয় বলীউড তাৰকা গৰাকীক৷ ক’লা ৰঙৰ হুডী পৰিধান কৰা বলীউড তাৰকা গৰাকীয়ে  এজন জনপ্ৰিয় অভিনেতা বা তাৰকা হোৱা স্বত্বেও  খোজ কাঢ়ি মন্দিৰ দৰ্শনলৈ অহা দৃশ্যই  আপ্লুত কৰিছে অনুৰাগী সকলক৷ সেয়েহে ভিডিঅ’টোত মন্তব্যৰ যোগেদি তেওঁক মৰম ,আশীৰ্বাদ প্ৰদান কৰিছে সহস্ৰ অনুৰাগীয়ে ৷

উল্লেখযোগ্য যে বৈষ্ণোদেৱী মন্দিৰলৈ যোৱাৰ আগত অভিনেতা গৰাকী প্ৰাৰ্থনাৰ বাবে মক্কালৈকো গৈছিল আৰু ইয়াৰো বহু ছবি সামাজিক মাধ্যম যোগে প্ৰকাশিত হৈছিল ৷ এই সময়ছোৱাত অভিনেতা গৰাকীয়ে পৰিধান কৰিছিল বগা কাপোৰ আৰু মাস্ক ৷

Previous Post

বিশ্বকাপৰ ছেমি ফাইনেল-ফাইনেলত ব্যৱহাৰ কৰা হ’ব নতুন বল, কি ৰঙ দিয়া হ’ব নতুন বলত ?

Next Post

বাইকেৰে খুন্দিয়াই বৃদ্ধাক হত্যা কৰি পার্টী উদণ্ড বাইকার্ছৰ, ৰাজ্যৰ ক’ত ঘটিল এই ঘটনা ?

Related Posts

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ
মনোৰঞ্জন

মুছলমান হৈ মহাকাল মন্দিৰত পূজা! সমালোচনাকাৰীক প্ৰত্যুত্তৰ ছাৰা আলী খানৰ

June 1, 2023
” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”,  প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ
মনোৰঞ্জন

” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”, প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ

May 31, 2023
মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন  কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ
মনোৰঞ্জন

মুক্তিৰ পূৰ্বে ১৫০ কোটি টকা উপার্জন কৰি কৃতি-প্ৰভাসৰ ‘আদিপুৰুষ’ৰ নজিৰ

May 30, 2023
ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!
মনোৰঞ্জন

ডন-৩ত অভিনয় কৰিবলৈ অমান্তি প্ৰকাশ শ্বাহৰুখৰ, কোন হ’ব নতুন ডন !!

May 29, 2023
মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷
মনোৰঞ্জন

মন্দিৰত ছুটি কাপোৰ পৰিধান কৰাৰ বিৰোধিতা কংকনাৰ, সুকীয়া নিয়ম জাৰি কৰাৰো পোষকতা ৷

May 27, 2023
তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!
মনোৰঞ্জন

তৃতীয় বাৰৰ বাবে বিয়াত বহিব আমিৰ খান, কোন হ’ব কইনা !!

May 26, 2023
Next Post
বাইকেৰে খুন্দিয়াই বৃদ্ধাক হত্যা কৰি পার্টী উদণ্ড বাইকার্ছৰ, ৰাজ্যৰ ক’ত  ঘটিল এই ঘটনা ?

বাইকেৰে খুন্দিয়াই বৃদ্ধাক হত্যা কৰি পার্টী উদণ্ড বাইকার্ছৰ, ৰাজ্যৰ ক’ত ঘটিল এই ঘটনা ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7