VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্বকাপৰ ছেমি ফাইনেল-ফাইনেলত ব্যৱহাৰ কৰা হ’ব নতুন বল, কি ৰঙ দিয়া হ’ব নতুন বলত ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 12, 2022
in ক্ৰীড়া
বিশ্বকাপৰ ছেমি ফাইনেল-ফাইনেলত ব্যৱহাৰ কৰা হ’ব নতুন বল, কি ৰঙ দিয়া হ’ব নতুন বলত ?
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

কাটাৰত অনুষ্ঠিত হৈ থকা ফুটবল বিশ্বকাপ অন্তিম পৰ্যায়ত উপনীত হৈছে। বিশ্বকাপৰ মাত্ৰ চাৰিখন খেল বাকী আছে। ছেমি ফাইনেল দুখন, তৃতীয় স্থানৰ মেচ আৰু ফাইনেল মেচ অনুষ্ঠিত হ’ব ৷ এই চাৰিওখন মেচ নতুন ডিজাইনাৰ বলেৰে খেলা হ’ব ৷ ফিফাই তেওঁলোকৰ ৱেবছাইটত এই কথা প্ৰকাশ কৰিছে।অৱশ্যে  বলৰ গঠন বা আন কোনো পৰিৱৰ্তন কৰা হোৱা নাই ৷ মাত্ৰ ডিজাইনটোহে অলপ সলনি কৰা হৈছে। যোৱা চাৰিখন মেচৰ বলত সোণালী ৰঙ দেখা পোৱা যাব । নতুন বলটোৰ নাম দিয়া হৈছে ‘আল হিম’ অৰ্থাৎ সপোন।

ফিফাই প্ৰতিবাৰেই শেষত অনুষ্ঠিত হোৱা মেচসমূহতত বলৰ ডিজাইন সলনি কৰে। এইবাৰো ইয়াৰ ব্যতিক্ৰম নহ’ল। বিশ্বকাপৰ বল এইবাৰ শেহতীয়া প্ৰযুক্তিৰে ব্যৱহাৰ কৰা হৈছে। ‘আল ৰিহলা’ নামেৰে নামাকৰণ কৰা এই বলটোৰ ভিতৰত চেন্সৰ থাকে, যিয়ে মেচখনৰ প্ৰতিটো মুহূৰ্তৰ বহু তথ্য প্ৰদান কৰে। মৰুভূমিৰ দুপৰীয়া  সময়ত দেখা পোৱা ৰঙ বলটোত সন্নিবিষ্ট কৰা হ’ব ৷য’ত কাটাৰৰ পতাকাৰ ডিজাইনো আছে। তদুপৰি থাকিব  বিশ্বকাপৰ ট্ৰফীৰ ৰং।

বিশ্বকাপ মেচৰ বলত ব্যৱহাৰ কৰা উন্নত প্ৰযুক্তিৰ বাবে এইবাৰ বহু সুবিধা হৈছে। বলৰ পৰা তথ্য বিশ্লেষণ কৰিও অফছাইডৰ কঠিন সিদ্ধান্তও সহজে লোৱা হৈছে। এই বলটো মেচৰ আগতে মোবাইল, লেপটপৰ দৰে চাৰ্জ কৰিব লাগে। বলটোক লৈ এতিয়ালৈকে কোনো অভিযোগ উত্থাপন হোৱা নাই।

Previous Post

ডিচেম্বৰ মাহতে কিয় চাকৰি কৰ্তন কৰিব ছুইগীয়ে ?

Next Post

বলীউড তাৰকা শ্বাহৰুখ খানৰ বৈষ্ণো দেৱী মন্দিৰ দৰ্শন

Related Posts

ৰোহিতক দেখিলেও কোহলীক নেদেখিবও পাৰে টি-২০ বিশ্বকাপত ! কি ভাবিছে বিচিচিআইয়ে !!
ক্ৰীড়া

ৰোহিতক দেখিলেও কোহলীক নেদেখিবও পাৰে টি-২০ বিশ্বকাপত ! কি ভাবিছে বিচিচিআইয়ে !!

December 7, 2023
দ্ৰাবিড়ৰ পিছত ৰোহিত শর্মাক লৈ দ্বিধাত ব’র্ড , কিন্তু কিয়?
ক্ৰীড়া

দ্ৰাবিড়ৰ পিছত ৰোহিত শর্মাক লৈ দ্বিধাত ব’র্ড , কিন্তু কিয়?

November 30, 2023
জল্পনা-কল্পনাৰ অন্ত! বিশ্বকাপত পৰাজিত হ’লেও দ্ৰাৱিড়েই হৈ থাকিব ভাৰতীয় দলৰ প্ৰশিক্ষক
ক্ৰীড়া

জল্পনা-কল্পনাৰ অন্ত! বিশ্বকাপত পৰাজিত হ’লেও দ্ৰাৱিড়েই হৈ থাকিব ভাৰতীয় দলৰ প্ৰশিক্ষক

November 29, 2023
হাৰ্দিক এৰিলে গুজৰাট টাইটানছ, লগে লগে ঘোষণা কৰা হ’ল নতুন অধিনায়ক৷ কোনে দিব নেতৃত্ব!!
ক্ৰীড়া

হাৰ্দিক এৰিলে গুজৰাট টাইটানছ, লগে লগে ঘোষণা কৰা হ’ল নতুন অধিনায়ক৷ কোনে দিব নেতৃত্ব!!

November 27, 2023
আজি  গুৱাহাটী পাব ভাৰত- অষ্ট্ৰেলিয়াৰ দল, বর্ষাপাৰাত হাইভ’ল্টেজ টি-২০ মেচ
ক্ৰীড়া

আজি গুৱাহাটী পাব ভাৰত- অষ্ট্ৰেলিয়াৰ দল, বর্ষাপাৰাত হাইভ’ল্টেজ টি-২০ মেচ

November 27, 2023
সৰ্বভাৰতীয় ডাক বিভাগ টেবুল টেনিছত অসম দলৰ ৰূপৰ পদক লাভ , ভাৰতীয় ডাক টি টি দলত  কৌশিক ফুকন
ক্ৰীড়া

সৰ্বভাৰতীয় ডাক বিভাগ টেবুল টেনিছত অসম দলৰ ৰূপৰ পদক লাভ , ভাৰতীয় ডাক টি টি দলত কৌশিক ফুকন

November 27, 2023
Next Post
বলীউড তাৰকা শ্বাহৰুখ খানৰ বৈষ্ণো দেৱী মন্দিৰ দৰ্শন

বলীউড তাৰকা শ্বাহৰুখ খানৰ বৈষ্ণো দেৱী মন্দিৰ দৰ্শন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7