VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পৃথিৱীৰ পঞ্চম বৃহত্তম হীৰাৰ মালিক তমান্না, কোনে তেওঁক এই উপহাৰ দিলে?

voicedesk by voicedesk
July 25, 2023
in মনোৰঞ্জন
পৃথিৱীৰ পঞ্চম বৃহত্তম হীৰাৰ মালিক তমান্না, কোনে তেওঁক এই উপহাৰ দিলে?
0
SHARES
35
VIEWS
Share on FacebookShare on Twitter

দুটা দশকৰো অধিক সময় ধৰি দক্ষিণ আৰু হিন্দী ছবিত কাম কৰি আহিছে তম্মানা ভাটিয়াই  ৷ বিৰতি নোলোৱাকৈ এখনৰ পাছত আন এখন ছবিত তেওঁ  কাম কৰি গৈছে। ‘বাহুবলী’ৰ দৰে সফল ছবিত অভিনয় কৰাৰ পাছত তমান্নাৰ ব্যস্ততা অধিক বৃদ্ধি পাইছে ৷ তেনেদৰে অভিনেত্ৰীগৰাকীৰ পাৰিশ্ৰমিকও বাঢ়িছে ।  আপুনি জানেনে যে অভিনেত্ৰীগৰাকীৰ হাতত আছে বিশ্বৰ পঞ্চম বৃহত্তম হীৰাৰ আঙঠি?  এই আঙঠিটো কোনে দিলে তেওঁক উপহাৰ ?

 

সদ্য মুক্তি পোৱা ছবি ‘লাষ্ট ষ্ট’ৰীজ ২’ত একেলগে দেখা যাব বিজয়-তমন্নাক। ছবিখনত তামানাই ইমান বছৰৰ প্ৰতিশ্ৰুতি ভংগ কৰি পৰ্দাত চুম্বনৰ দৃশ্যত অভিনয় কৰিছিল। বহুতে এই সিদ্ধান্ত বিজয়ৰ বাবে বুলি ভাবিবলৈ আৰম্ভ কৰিছে । জনা যায় যে তেওঁলোকে কামৰ জৰিয়তে ইজনে সিজনৰ ঘনিষ্ঠ হৈ পৰিছে ৷প্ৰায় ১৭ বছৰীয়া অভিনয় জীৱনত কেতিয়াও কোনো অভিনেতাক পৰ্দাত চুমা খোৱা নাই তমান্নাই। এই চৰ্তটো তেওঁৰ চুক্তিত সদায় উল্লেখ কৰা হৈছিল। ‘লাষ্ট ষ্ট’ৰীজ ২’ৰ বাবে অভিনেত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে প্ৰায় দুটা দশকৰ এই নিয়মৰ ব্যতিক্ৰম কৰিছিল। অৱশ্যে তমান্নাৰ বিশাল হীৰা আঙঠিটো বিজয়ে দিয়া নাছিল, বৰঞ্চ অভিনেত্ৰী ৰাম চৰণৰ পত্নী উপাসনা কনিডেলাইহে দিছিল অভিনেত্ৰীগৰাকীক। যাৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা। কিন্তু অভিনেতা ৰাম চৰণৰ পত্নীয়ে কিয় তমান্নাক ইমান মূল্যৱান উপহাৰ দিলে?

 

তমন্নাই ‘ছাই ৰা নৰসিংহ ৰেড্ডী’ ছবিখনত অভিনয় কৰিছিল। ইয়াৰ প্ৰযোজনা কৰিছিল উপাসনা আৰু ৰাম চৰণে। শহুৰেক চিৰঞ্জীৱীৰ সপোনৰ ছবি আছিল ‘ছাই ৰা নৰসিংহ ৰেড্ডী’। ভাৰতীয় স্বাধীনতা সংগ্ৰামী নৰসিংহ ৰেড্ডীৰ জীৱনৰ পৰা অনুপ্ৰাণিত এই ছবিখন। যদিও ৰাম চৰণৰ পিতৃৰ সপোনৰ ছবিখনে বক্স অফিচত সফলতা লাভ কৰিব নোৱাৰিলে, তথাপিও ছবিখনত কৰা অভিনয়ৰ বাবে তমন্নাই প্ৰশংসা লাভ কৰে। সেই সময়ত তামান্নাই প্ৰযোজক উপাসনাৰ পৰা এই উপহাৰটো লাভ কৰিছিল ৷

 

Previous Post

উত্তপ্ত মণিপুৰত প্ৰৱেশ কৰিছে ম্যানমাৰৰ লোক, উদ্বিগ্ন চৰকাৰ

Next Post

ইণ্ডিয়ান মুজাহিদীন- ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰসংগেৰে বিৰোধী ‘ইণ্ডিয়া’ক আক্ৰমণ প্ৰধানমন্ত্ৰী মোডীৰ

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
ইণ্ডিয়ান মুজাহিদীন- ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰসংগেৰে বিৰোধী ‘ইণ্ডিয়া’ক আক্ৰমণ প্ৰধানমন্ত্ৰী মোডীৰ

ইণ্ডিয়ান মুজাহিদীন- ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰসংগেৰে বিৰোধী ‘ইণ্ডিয়া’ক আক্ৰমণ প্ৰধানমন্ত্ৰী মোডীৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7