VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উত্তপ্ত মণিপুৰত প্ৰৱেশ কৰিছে ম্যানমাৰৰ লোক, উদ্বিগ্ন চৰকাৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 25, 2023
in মুখ্য সংবাদ
উত্তপ্ত মণিপুৰত প্ৰৱেশ কৰিছে ম্যানমাৰৰ লোক, উদ্বিগ্ন চৰকাৰ
0
SHARES
32
VIEWS
Share on FacebookShare on Twitter

দুগৰাকী মহিলাক উলংগ কৰি এদল উন্মত্ত  লোকে সমদল কৰা ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই  মণিপুৰত চুবুৰীয়া দেশৰ লোক প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন হৈছে । মণিপুৰ চৰকাৰে এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। বিগত কিছুদিনত ম্যানমাৰৰ পৰা ভাৰতত প্ৰৱেশ কৰিছে বহু লোক। মণিপুৰ চৰকাৰে সীমান্ত সুৰক্ষাৰ দায়িত্বত থকা আছাম ৰাইফলছৰ পৰা এই সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে ৷

 

সোমবাৰে গভীৰ নিশা মণিপুৰ চৰকাৰে এক বিবৃতি প্ৰকাশ কৰে। তাতেই ৰাজ্য চৰকাৰে ম্যানমাৰৰ পৰা অহা অনুপ্ৰৱেশকাৰীক লৈ উদ্বেগ প্ৰকাশ কৰিছে। খবৰ পোৱা গৈছে যে যোৱা দুদিনত (২২ জুলাই আৰু ২৩ জুলাই) ম্যানমাৰৰ পৰা মহিলা, পুৰুষ আৰু শিশুকে ধৰি মুঠ ৭১৮ জন লোকে ভাৰতত প্ৰৱেশ কৰিছিল। চাণ্ডেল জিলাৰ মাজেৰে মণিপুৰত প্ৰৱেশ কৰে লোককেইজনে । প্ৰৱেশ কৰা লোকসকলৰ হাতত উপযুক্ত নথি-পত্ৰ নাই।

 

মণিপুৰ চৰকাৰৰ উদ্বেগ প্ৰকাশ কৰিছে যে ম্যানমাৰৰ পৰা এই অনুপ্ৰৱেশকাৰীৰ জৰিয়তে মণিপুৰলৈ অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰি ৰাজ্যখনৰ উত্তপ্ত পৰিস্থিতি  অধিক বিস্ফোৰক কৰিব পাৰে। ই পুনৰ বিশৃংখলতাৰ সৃষ্টি কৰিব পাৰে।

 

এনে পৰিস্থিতিত মণিপুৰ চৰকাৰে অসম ৰাইফলছক যিকোনো অবৈধ প্ৰৱেশ (উচিত নথি-পত্ৰ অবিহনে) কঠোৰভাৱে দমন কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰিও এই ৭১৮ জন লোকে কিদৰে প্ৰয়োজনীয় নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰিছিল সেই সন্দৰ্ভত এক প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে ৷

 

ডেৰ-দুমাহতকৈও অধিক সময় ধৰি অস্থিৰ হৈ পৰিছে মণিপুৰ। ৩ মে’ত ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অৱ মণিপুৰ’ (আটছুম)ৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি অশান্তিৰ সৃষ্টি হয়। জনগোষ্ঠীয় কুকি আৰু সংখ্যাগৰিষ্ঠ মেইটেইৰ মাজত হোৱা সংঘৰ্ষৰ ফলত দুয়োপক্ষৰ লোকৰ মৃত্যু হয়। মণিপুৰৰ হিংসাত এতিয়ালৈকে ১৫০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। বহু লোক আহত হৈছে । বহু লোক স্থানচ্যুত হৈছে।  বহু লোকে মণিপুৰ এৰি আন ৰাজ্যলৈ পলায়ন কৰিছে।

 

Previous Post

বিমান পৰিচাৰিকা গীতিকা শৰ্মাৰ আত্মহত্যাৰ গোচৰত গোপাল কাণ্ডাক দোষমুক্ত কৰিলে দিল্লী আদালতে

Next Post

পৃথিৱীৰ পঞ্চম বৃহত্তম হীৰাৰ মালিক তমান্না, কোনে তেওঁক এই উপহাৰ দিলে?

Related Posts

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি
মুখ্য সংবাদ

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই
মুখ্য সংবাদ

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!
মুখ্য সংবাদ

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত
মুখ্য সংবাদ

১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত

October 2, 2023
প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক
মুখ্য সংবাদ

প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক

October 2, 2023
আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !
মুখ্য সংবাদ

আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !

October 2, 2023
Next Post
পৃথিৱীৰ পঞ্চম বৃহত্তম হীৰাৰ মালিক তমান্না, কোনে তেওঁক এই উপহাৰ দিলে?

পৃথিৱীৰ পঞ্চম বৃহত্তম হীৰাৰ মালিক তমান্না, কোনে তেওঁক এই উপহাৰ দিলে?

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7