VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘আদিপুৰুষ’ত কেঁচি চলাব নোৱাৰিলে চেন্সৰ ব’ৰ্ডে! ভাল নম্বৰ লৈ চেন্সৰ ব’র্ডৰ পৰীক্ষাত উত্তীর্ণ বিতৰ্কিত ছবি

voicedesk by voicedesk
June 9, 2023
in মনোৰঞ্জন
‘আদিপুৰুষ’ত কেঁচি চলাব নোৱাৰিলে চেন্সৰ ব’ৰ্ডে! ভাল নম্বৰ লৈ চেন্সৰ ব’র্ডৰ পৰীক্ষাত উত্তীর্ণ বিতৰ্কিত ছবি
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

যোৱা বছৰৰ পৰা বিতৰ্কৰ মাজতো ‘আদিপুৰুষ’ক চেঞ্চৰ ব’ৰ্ডে অনুমতি প্ৰদান কৰিছে ৷  ছবিখনৰ দৈর্ঘ্য ৩ ঘণ্টা, যিটো আন হিন্দী ছবিতকৈ বেছি। ‘ৰামায়ণ’ৰ আধাৰত নিৰ্মিত ওম ৰাউতৰ পৰিচালনাত নিৰ্মিত এই ছবিখন চেন্সৰ ব’ৰ্ডৰ কেঁচিয়ে স্পৰ্শ কৰিব নোৱাৰিলে। ৰাৱণৰ ৰূপত ছৈফ আলী খানৰ চৰিত্ৰল লৈ প্ৰথম অৱস্থাত বিতর্কৰ সুচনা হৈছিল ৷  হিন্দুত্ববাদী একাংশই  দাবী কৰিছিল যে ৰাৱণে হিন্দু ব্ৰাহ্মণৰ দৰে সাজ-পোছাক পৰিধান কৰা নাছিল। ছবিখনত ছৈফক মোগল শাসকৰ দৰে দেখা গৈছে। অৱশ্যে পৰৱৰ্তী ট্ৰেইলাৰৰ পৰা ৰাৱণক দেখা পোৱা নগ’ল। সেই বিশেষ বিতৰ্কও নতুন বছৰলৈ ম্লান হৈ পৰিছে। এটা চৰিত্ৰ শেষলৈকে কেনেকুৱা হ’ব সেয়া কেৱল থিয়েটাৰতহে বুজিব পৰা যাব ৷

 

কিন্তু ‘আদিপুৰুষ’ক লৈ হোৱা বিতৰ্ক বেলেগ! পৌৰাণিক কাহিনীৰ আধাৰত নিৰ্মিত ছবিসমূহ বাৰে বাৰে সমালোচনাৰ আওতালৈ আহিছে। শেহতীয়াকৈ ছবিখনৰ সফলতা কামনা কৰি তিৰুপতি মন্দিৰত পূজা আগবঢ়োৱাৰ সময়ত নিজেই পৰিচালকগৰাকীয়ে কটুক্তিৰ বলি হৈছিল। মন্দিৰ চৌহদত অভিনেত্ৰী কৃতি ছাননক সাৱটি ধৰি চুমা খাই বিতৰ্কৰ সৃষ্টি কৰে ওমে। কিন্তু ‘আদিপুৰুষ’ৰ টিকট বিক্ৰীৰ কোনো পৰিৱৰ্তন নহ’ল।

 

প্ৰকাশৰ পূৰ্বে চেঞ্চৰ ব’ৰ্ডৰ প্ৰমাণ পত্ৰ অনুমোদন কৰা হৈছে। ‘আদিপুৰুষ’ সমগ্ৰ বিশ্বতে প্ৰদৰ্শিত হ’ব । কেৱল সেয়াই নহয়, আগতীয়া টিকট বুকিঙৰ জৰিয়তে ইতিমধ্যে প্ৰায় ৮৫ শতাংশ বাজেট লাভ কৰিছে ৷  তেলেংগানাত বিনামূলীয়াকৈ বিক্ৰী হ’ল ১০ হাজাৰ চিনেমাৰ টিকট! তেলেংগানাৰ ‘আদিপুৰুষ’ পক্ষলৈ আহিছে ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনৰ অন্যতম প্ৰযোজক অভিষেক আগৰৱালা। তেওঁ তেলেংগানাৰ দৰ্শকক ‘আদিপুৰুষ’ৰ ১০ হাজাৰ টিকট দান কৰাৰ সিদ্ধান্ত লয়। অভিষেকৰ এই সিদ্ধান্ত ছবিখনৰ প্ৰতি তেওঁৰ নিজৰ সমৰ্থনৰ ভিত্তিত লোৱা বুলি কোৱা হৈছে।

 

অৱশ্যে এই বিনামূলীয়া টিকট লাভ কৰিবলৈ কেইবাটাও চৰ্ত আছে। এই ১০ হাজাৰ টিকট ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, বৃদ্ধা আৰু অনাথ আশ্ৰমৰ সদস্যৰ বাবে আবণ্টন দিয়া হৈছে। কেৱল অভিষেক আগৰৱালাই নহয়, বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰেও আৰ্থিকভাৱে পিছপৰা শিশুৰ বাবে  ১০ হাজাৰ টিকট ক্ৰয় কৰিবলৈ ওলাইছে। শেহতীয়াকৈ এই খবৰটো ছ’চিয়েল মিডিয়া পেজত প্ৰকাশ কৰিছে বলীউডৰ বাণিজ্য বিশেষজ্ঞ তৰণ আদৰ্শই। শ্ব’টোৰ প্ৰথম তিনিদিনতে বাকী ধন সংগ্ৰহ কৰা হ’ব বুলি আশা কৰিছে নির্মাতাসকলে। গতিকে লাভ নাথাকিলেও লোকচানৰ সম্ভাৱনা নাই।

 

সামগ্ৰিকভাৱে অৱশ্যে কোনো বিতৰ্কই ‘আদিপুৰুষ’ৰ জয়া যাত্ৰা ৰোধ কৰিব নোৱাৰিলে। প্ৰভাস, কৃতি আৰু ছৈফ আলী খান অভিনীত ছবি ‘আদিপুৰুষ’ ১৬ জুনত পৰ্দাত মুক্তি পাব।

 

Previous Post

কেন্দ্ৰই বিমানৰ টিকটৰ মূল্য ৬১ শতাংশ পৰ্যন্ত হ্ৰাস কৰিছে! মন্ত্ৰী জ্যোতিৰাদিত্যৰ দাবী

Next Post

মেছিৰ আগমনৰ খবৰ প্ৰকাশৰ পাছতে টিকটৰ দাম বৃদ্ধি হ’ল ১৪০০ গুণ ,আমেৰিকাত এতিয়া মেছি উন্মাদনা ?

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
মেছিৰ আগমনৰ খবৰ প্ৰকাশৰ পাছতে  টিকটৰ দাম বৃদ্ধি হ’ল  ১৪০০ গুণ ,আমেৰিকাত এতিয়া মেছি উন্মাদনা ?

মেছিৰ আগমনৰ খবৰ প্ৰকাশৰ পাছতে টিকটৰ দাম বৃদ্ধি হ’ল ১৪০০ গুণ ,আমেৰিকাত এতিয়া মেছি উন্মাদনা ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7