VOICE 24x7
Monday, September 25, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কোৰিয়াত পুনৰ নির্মাণ হ’ব প্ৰথমখন ভাৰতীয় ছবি দৃশ্যমৰ ! ‘অভিনয় কৰিব অস্কাৰ বিজয়ে পেৰাছাইটৰ অভিনেতাই

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 22, 2023
in মনোৰঞ্জন
কোৰিয়াত পুনৰ নির্মাণ হ’ব প্ৰথমখন ভাৰতীয় ছবি দৃশ্যমৰ ! ‘অভিনয় কৰিব অস্কাৰ বিজয়ে পেৰাছাইটৰ অভিনেতাই
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

২০১৩ চনৰ মালয়ালম ছবি ‘দৃশ্যম’ ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে হিন্দীকে ধৰি কেইবাটাও ভাষাত পুনৰ নিৰ্মাণ কৰা হৈছিল। যোৱা বছৰ অজয় ​​দেৱগন অভিনীত হিন্দী ‘দৃশ্যম’ৰ ছিকুৱেল ‘দৃশ্যম ২’ –এ বক্স অফিচত সফলতা লাভ কৰিছে ৷যাৰ বাবে এতিয়া বিদেশী ভাষাত নির্মাণ হ’ব দৃশ্যম ৷

 

শেহতীয়াকৈ কান চলচ্চিত্ৰ মহোৎসৱৰ পৰা এই খবৰ বিয়পি পৰিছে। মোহনলাল অভিনীত ছবি ‘দৃশ্যম’ কোৰিয়ান ভাষাত নিৰ্মাণ হ’ব। হিন্দী ভাষাত পুনৰ্নিৰ্মাণৰ তত্বাৱধান কৰা কুমাৰ মংগট পাঠকৰ পেনোৰামা ষ্টুডিঅ’কো কোৰিয়াৰ ‘দৃশ্যম’ৰ বাবেও চুক্তিৱদ্ধ কৰা হ’ব ৷ দক্ষিণ কোৰিয়াৰ এণ্টলজী ষ্টুডিঅ’ৰ সৈতে ইয়াৰ বাবে চুক্তি কৰা হ’ব ।  ‘দৃশ্যম’ কোৰিয়াত পুনৰ নিৰ্মাণ হ’বলগীয়া প্ৰথমখন ভাৰতীয় ছবি ৷লগতে প্ৰথমবাৰৰ বাবে ভাৰতীয় আৰু কোৰিয়াৰ ষ্টুডিঅ’ই একেলগে এখন চিনেমাৰ কাম কৰিব। তেওঁলোকে যৌথভাৱে ছবিখন নিৰ্মাণ কৰিব।

অহা বছৰৰ পৰা কোৰিয়াত ‘দৃশ্যম’ৰ কাম আৰম্ভ হ’ব। প্ৰডাকচনৰ কাম আৰু আনুষংগিক পৰিকল্পনা অৱশ্যে এই বছৰৰ পৰা আৰম্ভ হ’ব। সমগ্ৰ ছবিখনক লৈ দুয়োপক্ষই উচ্ছ্বসিত। ভাৰতৰ কুমাৰ মংগত পাঠকে কয়, ‘আমাৰ ‘দৃশ্যম’ ছবি কোৰিয়ান ভাষাত নিৰ্মাণ হ’ব বুলি কল্পনা কৰিব নোৱাৰি। হিন্দী চিনেমাত প্ৰথম বাৰৰ বাবে এই ঘটনা সংঘটিত হৈছে! ই কেৱল আমাৰ চিনেমাৰ প্ৰচাৰেই নহয়, হিন্দী চিনেমাকো বিশ্বৰ মানচিত্ৰত স্থান দিব। ইমান বছৰে কোৰিয়ান চিনেমা চাই মই মুগ্ধ হৈছিলো ৷ এতিয়া দেখিছোঁ আমাৰ চিনেমাখ চাই তেওঁলোকো আপ্লুত হৈছিল ৷”

আনহাতে দক্ষিণ কোৰিয়াৰ এন্থলজী ষ্টুডিঅ’ৰ সহ-সৃষ্টিকৰ্তা তথা ৱাৰ্নাৰ ব্ৰাদাৰ্ছৰ প্ৰাক্তন কাৰ্যবাহী জে চয়েও কয়, ‘কোৰিয়ান সংস্কৃতিৰ ৰসত এনে এখন বিপুল সফল হিন্দী ছবি পুনৰ নিৰ্মাণ কৰাৰ সুযোগ পাই আমি ৰোমাঞ্চিত হৈছো। কামৰ ফালৰ পৰা ভাৰত আৰু কোৰিয়াৰ মাজত এনেধৰণৰ প্ৰথম যৌথ চুক্তি। এই অংশীদাৰিত্বত আমি দুয়োখন দেশৰ শ্ৰেষ্ঠ ছবিৰ সৈতে মূল ছবিখনৰ দৰেই এখন মহান ছবি নিৰ্মাণৰ চেষ্টা কৰিম।”

 

 

বং জুন হোৰ পৰিচালনাত নিৰ্মিত অস্কাৰ বিজয়ী কোৰিয়ান ছবি ‘পেৰাচাইট’ (২০১৯)ৰ জনপ্ৰিয় অভিনেতা ছং কাং হ’ই এই নতুন ‘দৃশ্যম’ত অভিনয় কৰিব। কোৰিয়ান ভাষাত ছবিখনৰ নাম কি হ’ব সেয়া অৱশ্যে এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই।

Previous Post

গৰমৰ দিনত প্ৰতিদিনে জামু খাই নেকি? খোৱাৰ সময়ত কি নিয়ম মানি নচলিলে সৃষ্টি হয় শাৰিৰীক সমস্যাৰ ?

Next Post

কোহলীৰ আঁঠুৰ হঠাৎ আঘাত, টেষ্ট বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে উদ্বেগ, কি ক’লে আৰ চি বিয়ে?

Related Posts

ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড
মনোৰঞ্জন

ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড

September 22, 2023
দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা
মনোৰঞ্জন

দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা

September 15, 2023
ৰাঘৱ –পৰিনীতিৰ বিবাহলৈ ১০ দিন , আৰম্ভ হৈছে পূর্ণ প্ৰস্তুতি, কোন কোন হ’ব আলহী ?
মনোৰঞ্জন

ৰাঘৱ –পৰিনীতিৰ বিবাহলৈ ১০ দিন , আৰম্ভ হৈছে পূর্ণ প্ৰস্তুতি, কোন কোন হ’ব আলহী ?

September 14, 2023
এ আৰ ৰহমানৰ অনুষ্ঠানত বিশৃংখলতা, পদপিষ্ট হ’ল দর্শনার্থী,টিকেট ক্ৰয় কৰাৰ পাছতো  বহু লোকে প্ৰৱেশ কৰিব নোৱাৰিলে সংগীতানুষ্ঠানত
মনোৰঞ্জন

এ আৰ ৰহমানৰ অনুষ্ঠানত বিশৃংখলতা, পদপিষ্ট হ’ল দর্শনার্থী,টিকেট ক্ৰয় কৰাৰ পাছতো বহু লোকে প্ৰৱেশ কৰিব নোৱাৰিলে সংগীতানুষ্ঠানত

September 11, 2023
২৯ বছৰত ভৰি থোৱা ৰবিজিতা গগৈৰ অভিনয় প্ৰতিষ্ঠানৰ বৃহৎ নাট্য আয়োজন, ৮-১০ ছেপ্টেম্বৰত কলাক্ষেত্ৰত জিৰছং থিয়েটাৰৰ স্বয়ম নাট সমাৰোহ
মনোৰঞ্জন

২৯ বছৰত ভৰি থোৱা ৰবিজিতা গগৈৰ অভিনয় প্ৰতিষ্ঠানৰ বৃহৎ নাট্য আয়োজন, ৮-১০ ছেপ্টেম্বৰত কলাক্ষেত্ৰত জিৰছং থিয়েটাৰৰ স্বয়ম নাট সমাৰোহ

September 6, 2023
বৈষ্ণোদেৱীৰ পাছত তিৰুপতি দৰ্শন, নতুন ছবি মুক্তিৰ পূর্বে মন্দিৰে মন্দিৰে শ্বাহৰুখ
মনোৰঞ্জন

বৈষ্ণোদেৱীৰ পাছত তিৰুপতি দৰ্শন, নতুন ছবি মুক্তিৰ পূর্বে মন্দিৰে মন্দিৰে শ্বাহৰুখ

September 5, 2023
Next Post
কোহলীৰ আঁঠুৰ হঠাৎ আঘাত, টেষ্ট বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে উদ্বেগ, কি ক’লে আৰ চি বিয়ে?

কোহলীৰ আঁঠুৰ হঠাৎ আঘাত, টেষ্ট বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে উদ্বেগ, কি ক’লে আৰ চি বিয়ে?

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7