VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কোহলীৰ আঁঠুৰ হঠাৎ আঘাত, টেষ্ট বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে উদ্বেগ, কি ক’লে আৰ চি বিয়ে?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 22, 2023
in ক্ৰীড়া
কোহলীৰ আঁঠুৰ হঠাৎ আঘাত, টেষ্ট বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে উদ্বেগ, কি ক’লে আৰ চি বিয়ে?
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

আঘাতৰ বাবে ভাৰতে আইচিচি টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পৰা প্ৰথম শ্ৰেণীৰ কেইবাগৰাকী খেলুৱৈক বাদ দিয়া হৈছে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সেই খেলখনৰ দুসপ্তাহ পূৰ্বে বিৰাট কোহলীয়ে ৰোহিত শৰ্মা, ৰাহুল দ্ৰাবিড়ৰ চিন্তা আৰু অধিক বৃদ্ধি কৰিলে। দেওবাৰে আই পি এল লীগৰ অন্তিমখন খেল খেলি থকাৰ সময়তে ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে আঁঠুৰ আঘাতত ভোগে ৷

 

গুজৰাটৰ ইনিংছৰ ১৫ নং অভাৰত কোহলীয়ে আঁঠুত আঘাত পায় । বিজয় শংকৰৰ কেটছ ধৰাৰ সময়ত কোহলীয়ে আঘাত পায় । লগে লগে খেলপথাৰলৈ আহে আৰ চি বিৰ ফিজিঅ’। কোহলীয়ে তেওঁৰ সৈতে খেলপথাৰ এৰি পেভিলিয়নলৈ যায় । খেলখনৰ বাকী সময়খিনি তেওঁ খেলপথাৰৰ পৰা বাহিৰত থাকে ৷

 

কোহলীৰ আঘাতক লৈ চিন্তিত হৈ পৰিছে ক্ৰিকেট অনুৰাগীসকল। খেলৰ অন্তত সঞ্জয় বাংগাৰক এই সন্দৰ্ভত সোধা-পোছা কৰা হয়। ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ প্ৰশিক্ষকগৰাকীয়ে কয় –“কোহলীৰ আঁঠুৰ সামান্য আঘাত। আঘাত গুৰুতৰ হোৱা যেন দেখা নাযায়। চাৰিদিনত তেওঁ একেৰাহে দুটা শতক অৰ্জন কৰে। কোহলী এজন ক্ৰিকেটাৰ যিয়ে কেৱল বেটেৰে দললৈ অৰিহণা যোগোৱাই নহয়। ফিল্ডিং কৰাৰ সময়তো নিজকে সর্বশ্ৰেষ্ঠ প্ৰদর্শন কৰে। কোহলীয়ে সদায় নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ চেষ্টা কৰে। সদায় ক্ষেত্ৰখনত সক্ৰিয় হ’বলৈ চেষ্টা কৰে।তেওঁৰ আঘাতৰ বাবে আমিও অলপ চিন্তিত হৈ পৰিছিলো। কিন্তু বেছি গুৰুতৰ যেন নালাগে।” বাংগাৰৰ মতে ঘনে ঘনে খেল খেলিলে শৰীৰে কিছু জিৰণি বিচাৰে ৷ ক্লান্তি অনুভৱ হয় ৷

 

টেষ্ট বিশ্বকাপত আঘাতৰ বাবে ভাৰতে নাপাব যশপ্ৰীত বুমৰাহ, ঋষভ পন্ত, শ্ৰেয়াছ আয়াৰ, লোকেশ ৰাহুলৰ দৰে ক্ৰিকেটাৰ । গতিকে কোহলীৰ আঘাতে ভাৰতীয় দলৰ চিন্তা আৰু অধিক বৃদ্ধি কৰিছে। ছন্দত থকা কোহলীয়ে খেলিব নোৱাৰিলে অ’ভেলত অনুষ্ঠিত হ’বলগীয়া সেই মেচখনত ভাৰতৰ সমস্যা নিশ্চয় বাঢ়িব৷ মন কৰিবলগীয়া যে ৭ জুনৰ পৰা আৰম্ভ হ’ব ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট বিশ্বকাপৰ ফাইনেল।

Previous Post

কোৰিয়াত পুনৰ নির্মাণ হ’ব প্ৰথমখন ভাৰতীয় ছবি দৃশ্যমৰ ! ‘অভিনয় কৰিব অস্কাৰ বিজয়ে পেৰাছাইটৰ অভিনেতাই

Next Post

ইউটিউব ভিডিঅ’ লাইক –শ্বেয়াৰ কৰোতেই অনলাইন প্ৰৱঞ্চনা, মহিলাৰ বেংকৰ পৰা উধাও ৪.৫০ লাখ টকা

Related Posts

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ
ক্ৰীড়া

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
মেছিৰ আগমনৰ খবৰ প্ৰকাশৰ পাছতে  টিকটৰ দাম বৃদ্ধি হ’ল  ১৪০০ গুণ ,আমেৰিকাত এতিয়া মেছি উন্মাদনা ?
ক্ৰীড়া

মেছিৰ আগমনৰ খবৰ প্ৰকাশৰ পাছতে টিকটৰ দাম বৃদ্ধি হ’ল ১৪০০ গুণ ,আমেৰিকাত এতিয়া মেছি উন্মাদনা ?

June 9, 2023
আহমেদাবাদত বিশ্বকাপৰ খেল খেলিবলৈ আপত্তি  পাকিস্তানৰ ব’ৰ্ডৰ
ক্ৰীড়া

আহমেদাবাদত বিশ্বকাপৰ খেল খেলিবলৈ আপত্তি পাকিস্তানৰ ব’ৰ্ডৰ

June 8, 2023
কেন্দ্ৰলৈ প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ পাঁচটা দাবী,  মল্লযুঁজৰ সংগঠনত এগৰাকী মহিলা মূৰব্বী বিচাৰিলে প্ৰতিবাদী মল্লযুঁজাৰৱে
ক্ৰীড়া

কেন্দ্ৰলৈ প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ পাঁচটা দাবী, মল্লযুঁজৰ সংগঠনত এগৰাকী মহিলা মূৰব্বী বিচাৰিলে প্ৰতিবাদী মল্লযুঁজাৰৱে

June 7, 2023
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা টেষ্টত অভিলেখ গঢ়িব পাৰে এই দুজন ভাৰতীয় ক্ৰিকেটাৰে ?
ক্ৰীড়া

বুধবাৰৰ পৰা আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল, কোন সময়ৰ পৰা আৰম্ভ হ’ব মেচ ?

June 6, 2023
ইংলেণ্ডলৈ গ’লেও বিশ্ব টেষ্ট ফাইনেল কিয় দেখা নাপাব যশস্বী-সূর্য্যকুমাৰৰ খেল ?
ক্ৰীড়া

ইংলেণ্ডলৈ গ’লেও বিশ্ব টেষ্ট ফাইনেল কিয় দেখা নাপাব যশস্বী-সূর্য্যকুমাৰৰ খেল ?

June 5, 2023
Next Post
ইউটিউব ভিডিঅ’ লাইক –শ্বেয়াৰ কৰোতেই অনলাইন প্ৰৱঞ্চনা, মহিলাৰ বেংকৰ পৰা উধাও ৪.৫০ লাখ টকা

ইউটিউব ভিডিঅ' লাইক –শ্বেয়াৰ কৰোতেই অনলাইন প্ৰৱঞ্চনা, মহিলাৰ বেংকৰ পৰা উধাও ৪.৫০ লাখ টকা

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7