VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসহ্য যন্ত্ৰণা, অমিতাভৰ শৰীৰত নতুন ৰোগ! নিশাই বাসগৃহলৈ মাতি অনা হ’ল চিকিৎসকক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 20, 2023
in মনোৰঞ্জন
অসহ্য যন্ত্ৰণা, অমিতাভৰ শৰীৰত নতুন ৰোগ! নিশাই বাসগৃহলৈ মাতি অনা হ’ল চিকিৎসকক
0
SHARES
39
VIEWS
Share on FacebookShare on Twitter

চলিত মাহত হায়দৰাবাদত ‘প্ৰজেক্ট কে’ৰ শ্বুটিং চেটত আঘাতপ্ৰাপ্ত হৈছিল অমিতাভ বচ্চন। ছবিখনৰ একচন দৃশ্যত অভিনয় কৰি থকাৰ সময়তে অভিনেতাজনে বুকুত আঘাত পায়। অমিতাভে নিজেই প্ৰকাশ কৰিছে যে আঘাত ভাল হ’বলৈ সময় লাগিব। কিন্তু এইবাৰ তেওঁৰ শৰীৰত এটা নতুন ৰোগে দেখা দিছে ৷ ফলত তেওঁৰ চলাফুৰা প্ৰায় বন্ধ হৈ যায়। পৰিস্থিতি এনেকুৱা হৈছে যে তেওঁ মাটিত ভৰি দিব নোৱাৰাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে । শেহতীয়াকৈ অভিনেতাজনে নিজৰ ব্লগত স্বাস্থ্যৰ বিষয়ে লিখি কয় যে তেওঁ বুকুৰ বিষত ভুগি আছে। অভিনেতাজনে কয় যে ‘কেলাছ’ত আক্ৰান্ত হোৱাৰ বাবে ভৰিৰ তলত অসহ্য যন্ত্ৰণা হৈছে ৷ যাৰ ফলত তেওঁ অসহ্যকৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হয়।

 

কিন্তু এই ৰোগ কি?

 

ভৰিৰ তলুৱা বা হাতৰ তলুৱাৰ ছাল শুকান আৰু ৰুক্ষ হৈ পৰে। যদিও ৰোগটো বৰ জটিল নহয়, তথাপিও বিষটো সহ্য কৰিব নোৱাৰা ধৰণৰ। অমিতাভৰ ক্ষেত্ৰত এই কেলাছৰ ভিতৰত ফোহা গঠন হৈছে, যাৰ বাবে তেওঁ বহুত কষ্ট পাইছে ৷ পৰিস্থিতি এনেকুৱা পর্যায় পায় যে  নিশাই ডাক্তৰক ঘৰত মাতিব লগা হয়। কিন্তু ইমান যন্ত্ৰণাৰ মাজতো অমিতাভ আত্মবিশ্বাসী। তেওঁ নিজৰ ছ’চিয়েল মিডিয়া পেজত লিখিছে, “আপোনাৰ সকলো প্ৰার্থনাৰ বাবে ধন্যবাদ, সোনকালে সুস্থ হৈ উঠক, ৰেম্পত আকৌ লগ পাম।”

Previous Post

আদানিৰ বিৰুদ্ধে মাত মতাৰ বাবেই “হাৰাশাস্তি” নেকি ? দিল্লী আৰক্ষীক ৰাহুলৰ প্ৰশ্ন

Next Post

চীনাসকলৰ মাজতো জনপ্ৰিয় মোদী, চীনত ‘লাওক্সিয়ান’ বুলি কিয় কোৱা হয় জানেনে ?

Related Posts

ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড
মনোৰঞ্জন

ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড

September 22, 2023
দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা
মনোৰঞ্জন

দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা

September 15, 2023
ৰাঘৱ –পৰিনীতিৰ বিবাহলৈ ১০ দিন , আৰম্ভ হৈছে পূর্ণ প্ৰস্তুতি, কোন কোন হ’ব আলহী ?
মনোৰঞ্জন

ৰাঘৱ –পৰিনীতিৰ বিবাহলৈ ১০ দিন , আৰম্ভ হৈছে পূর্ণ প্ৰস্তুতি, কোন কোন হ’ব আলহী ?

September 14, 2023
এ আৰ ৰহমানৰ অনুষ্ঠানত বিশৃংখলতা, পদপিষ্ট হ’ল দর্শনার্থী,টিকেট ক্ৰয় কৰাৰ পাছতো  বহু লোকে প্ৰৱেশ কৰিব নোৱাৰিলে সংগীতানুষ্ঠানত
মনোৰঞ্জন

এ আৰ ৰহমানৰ অনুষ্ঠানত বিশৃংখলতা, পদপিষ্ট হ’ল দর্শনার্থী,টিকেট ক্ৰয় কৰাৰ পাছতো বহু লোকে প্ৰৱেশ কৰিব নোৱাৰিলে সংগীতানুষ্ঠানত

September 11, 2023
২৯ বছৰত ভৰি থোৱা ৰবিজিতা গগৈৰ অভিনয় প্ৰতিষ্ঠানৰ বৃহৎ নাট্য আয়োজন, ৮-১০ ছেপ্টেম্বৰত কলাক্ষেত্ৰত জিৰছং থিয়েটাৰৰ স্বয়ম নাট সমাৰোহ
মনোৰঞ্জন

২৯ বছৰত ভৰি থোৱা ৰবিজিতা গগৈৰ অভিনয় প্ৰতিষ্ঠানৰ বৃহৎ নাট্য আয়োজন, ৮-১০ ছেপ্টেম্বৰত কলাক্ষেত্ৰত জিৰছং থিয়েটাৰৰ স্বয়ম নাট সমাৰোহ

September 6, 2023
বৈষ্ণোদেৱীৰ পাছত তিৰুপতি দৰ্শন, নতুন ছবি মুক্তিৰ পূর্বে মন্দিৰে মন্দিৰে শ্বাহৰুখ
মনোৰঞ্জন

বৈষ্ণোদেৱীৰ পাছত তিৰুপতি দৰ্শন, নতুন ছবি মুক্তিৰ পূর্বে মন্দিৰে মন্দিৰে শ্বাহৰুখ

September 5, 2023
Next Post
চীনাসকলৰ মাজতো জনপ্ৰিয়  মোদী, চীনত ‘লাওক্সিয়ান’ বুলি কিয় কোৱা হয় জানেনে ?

চীনাসকলৰ মাজতো জনপ্ৰিয় মোদী, চীনত ‘লাওক্সিয়ান’ বুলি কিয় কোৱা হয় জানেনে ?

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7