VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আদানিৰ বিৰুদ্ধে মাত মতাৰ বাবেই “হাৰাশাস্তি” নেকি ? দিল্লী আৰক্ষীক ৰাহুলৰ প্ৰশ্ন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 20, 2023
in ৰাজনীতি
আদানিৰ বিৰুদ্ধে মাত মতাৰ বাবেই  “হাৰাশাস্তি” নেকি ? দিল্লী আৰক্ষীক ৰাহুলৰ প্ৰশ্ন

New Delhi: Congress leader Rahul Gandhi and other opposition MPs during a protest over the Adani issue, at Parliament House complex in New Delhi, Friday, March 17, 2023. (PTI Photo/Kamal Singh) (PTI03_17_2023_000091A)

0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

 

দিল্লী আৰক্ষীয়ে তেওঁৰ ঘৰত চলোৱা অভিযানক ‘অভূতপূৰ্ব’ বুলি অভিহিত কৰে ৰাহুল গান্ধীয়ে। একে সময়তে আৰক্ষীক কংগ্ৰেছৰ সাংসদগৰাকীয়ে প্ৰশ্ন কৰে যে সংসদৰ বাহিৰে ভিতৰে আদানি কাণ্ডৰ বিৰুদ্ধে মাত মতাৰ এয়া প্ৰত্যুত্তৰ নেকি ?

যোৱা বছৰৰ ৭ ছেপ্টেম্বৰৰ পৰা ‘ভাৰত জোৰো যাত্ৰা’ কাৰ্যসূচী আৰম্ভ কৰিছিল ৰাহুলে। সেই পদযাত্ৰাৰ অন্ত পৰে ৩০ জানুৱাৰীত। শ্ৰীনগৰৰ এই অনুষ্ঠানতেই ৰাহুলে কৈছিল, ” এতিয়াও মহিলাক যৌন নিৰ্যাতন চলোৱা হয় । ” দেওবাৰে পুৱা ১০ বজাত দিল্লীৰ টোগলাক ৰোডৰ  ৰাহুলৰ ঘৰলৈ গৈছিল দিল্লী আৰক্ষীৰ এটা দল .৷দলটোৰ নেতৃত্বত আছিল বিশেষ আয়ুক্ত (আইন-শৃংখলা) সাগৰপ্ৰীত হুদা।

 

আৰক্ষীৰ মতে, মহিলাৰ ওপৰত হোৱা হিংসাৰ অভিযোগ গুৰুতৰ। গতিকে যদি কোনো ভুক্তভোগীৰ বিষয়ে ৰাহুলৰ কিবা তথ্য আছে তেন্তে তেওঁ প্ৰকাশ কৰা উচিত । সেই ক্ষেত্ৰত ভুক্তভোগীসকলক নিৰাপত্তা দিয়া হ’ব আৰু তদন্ত আৰম্ভ কৰা হ’ব। সেই তথ্য সংগ্ৰহৰ বাবে দেওবাৰে ৰাহুলৰ ঘৰলৈ গৈছিল আৰক্ষীৰ এটা দল। সূত্ৰৰ পৰা জানিব পৰা মতে,  পুৱা ১০ বজাত তালৈ যোৱাৰ ২ ঘণ্টাৰ পিছতে ৰাহুলে সাক্ষাৎ কৰে আৰক্ষীক । পিছত দুপৰীয়া ১ বজাত আৰক্ষী ওলাই আহে ৷ দিল্লী আৰক্ষী ৰাহুলৰ ঘৰলৈ যোৱাৰ খবৰক লৈ দেওবাৰে ৰাজধানী উত্তাল হৈ পৰে। যোৱা ৩০ জানুৱাৰীত সমাপ্ত হয় ‘ভাৰত জোৰো যাত্ৰা’। ইমান দিনৰ মূৰত কিয় এই পদক্ষেপ বুলি কংগ্ৰেছে উত্থাপন কৰিছে প্ৰশ্ন।

 

ইয়াক লৈ ৰাজনৈতিক উত্তেজনাৰ মাজতে দিল্লী আৰক্ষীৰ জাননীৰ ভিত্তিত ৪ পৃষ্ঠাৰ প্ৰাৰম্ভিক সঁহাৰি প্ৰেৰণ কৰিছে ছোনিয়া-পুত্ৰই। আৰক্ষীৰ এই কাৰ্যক তেওঁ অভূতপূৰ্ব” বুলি অভিহিত কৰে।

 

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

অসহ্য যন্ত্ৰণা, অমিতাভৰ শৰীৰত নতুন ৰোগ! নিশাই বাসগৃহলৈ মাতি অনা হ’ল চিকিৎসকক

Related Posts

২২ হাজাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বিজেপিয়ে! কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কমল নাথৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক আক্ৰমণ
ৰাজনীতি

২২ হাজাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বিজেপিয়ে! কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কমল নাথৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক আক্ৰমণ

June 10, 2023
কেন্দ্ৰীয় মন্ত্ৰীত্ব হেৰুৱাব ৰামেশ্বৰ তেলীয়ে !! সন্মুখত চাৰিখন ডাঙৰ ৰাজ্যৰ বিধানসভা আৰু লোকসভা নির্বাচনক লৈ তৎপৰ বিজেপিয়ে কৰিব সালসলনি
ৰাজনীতি

কেন্দ্ৰীয় মন্ত্ৰীত্ব হেৰুৱাব ৰামেশ্বৰ তেলীয়ে !! সন্মুখত চাৰিখন ডাঙৰ ৰাজ্যৰ বিধানসভা আৰু লোকসভা নির্বাচনক লৈ তৎপৰ বিজেপিয়ে কৰিব সালসলনি

June 8, 2023
‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ
ৰাজনীতি

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল
ৰাজনীতি

ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল

June 1, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !
ৰাজনীতি

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত
ৰাজনীতি

সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত

May 27, 2023
Next Post
অসহ্য যন্ত্ৰণা, অমিতাভৰ শৰীৰত নতুন ৰোগ! নিশাই বাসগৃহলৈ মাতি অনা হ’ল চিকিৎসকক

অসহ্য যন্ত্ৰণা, অমিতাভৰ শৰীৰত নতুন ৰোগ! নিশাই বাসগৃহলৈ মাতি অনা হ’ল চিকিৎসকক

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে  প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7