VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অস্কাৰৰ দৌৰত থকাৰ পাছতো পাকিস্তানত নিষিদ্ধ ‘জয়লেণ্ড’ নামৰ ছবি, এইবাৰ ভাৰতত মুক্তি দিয়া হ’ব ছবিখন

voicedesk by voicedesk
February 8, 2023
in মনোৰঞ্জন
অস্কাৰৰ দৌৰত থকাৰ পাছতো পাকিস্তানত নিষিদ্ধ ‘জয়লেণ্ড’ নামৰ ছবি, এইবাৰ ভাৰতত মুক্তি দিয়া হ’ব ছবিখন
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

যোৱা বছৰৰ ১৮ নৱেম্বৰত পাকিস্তানত মুক্তি পাবলগীয়া আছিল ‘জয়লেণ্ড’ নামৰ ছবিখন। এইবাৰ পাকিস্তানৰ এই ছবিখনক অস্কাৰৰ দৌৰত অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু এই ছবিখনক লৈ যথেষ্ট বিতৰ্ক হৈছে। সেয়ে মুক্তিৰ পূৰ্বে সেই দেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জনাইছে যে পাকিস্তানৰ ১১খন ৰাজ্যত ছবিখন নিষিদ্ধ কৰা হৈছে। এই ছবিখনে ক্যাঁ চলচ্চিত্ৰ মহোৎসৱত পাকিস্তানৰ হৈ আত্মপ্ৰকাশ কৰিছিল। এই পূৰ্ণদৈৰ্ঘ্যৰ ছবিখন ২০২৩ চনৰ একাডেমী বঁটাত মনোনয়নৰ বাবে দাখিল কৰা হৈছিল।  আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসা লাভ কৰিলেও নিজৰ দেশত মুক্তি পোৱা নাই এই ছবিখনে । এইবাৰ ভাৰতত মুক্তি পাব পাকিস্তানত নিষিদ্ধ ‘জয়লেণ্ড’ ছবিখনে।

এই ছবিখন কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বৰ বিভিন্ন দেশত মুক্তি দিয়া হ’ব । স্পেইন, ইংলেণ্ড, ছুইজাৰলেণ্ড, বেনেলাক্স, পূব ইউৰোপত মুক্তি লাভ কৰিব ‘জয়লেণ্ড’-এ। ‘জয়লেণ্ড’ ছবিখনৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত এক বিবৃতিত এই কথা প্ৰকাশ কৰা হৈছে । এই ছবিখন সমগ্ৰ বিশ্বই চাবলৈ সক্ষম হ’ব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে ৷ এই ছবিখন অহা ১০ মাৰ্চত মুক্তি পাব ৷

‘জয়লেণ্ড’ এটা সাধাৰণ পৰিয়ালৰ কাহিনী, য’ত পিতৃতন্ত্ৰই শেষ শব্দ। তেওঁ পৰিয়ালৰ মুৰব্বী আৰু বাকী সদস্যসকলে পুত্ৰ জন্মৰ বাবে অপেক্ষা কৰে। কিন্তু তেওঁলোকৰ ইচ্ছা পূৰণ হোৱাৰ আগতেই পৰিয়ালটোৰ ওপৰত আন এক ‘দুৰ্যোগ’ আহিল। সেই দেশৰ চৰকাৰে ছবিখনৰ বিষয়বস্তু ‘আপত্তিজনক’ বুলি নিষিদ্ধ ঘোষণা কৰিছে ৷  তাৰকাসকলে এই ছবিখন ভাৰতত মুক্তি পাব বুলি জানি আনন্দিত হৈ পৰিছে।

Previous Post

ঘৰখন ধন-সম্পত্তিৰে ভৰি থকাতো বিচাৰে নেকি ? ঘৰত আপুনি কি কি গছ ৰোপন কৰিলে কৰিলে দেৱী লক্ষ্মীৰ কৃপা লাভ কৰিব আপুনি ?

Next Post

পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবী- ১০ ফেব্ৰুৱাৰীত ৰাজ্যজুৰি কর্মবিৰতি পালন কৰিব ৰাজ্যৰ চৰকাৰী কর্মচাৰীয়ে

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবী- ১০ ফেব্ৰুৱাৰীত ৰাজ্যজুৰি  কর্মবিৰতি পালন কৰিব ৰাজ্যৰ চৰকাৰী কর্মচাৰীয়ে

পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবী- ১০ ফেব্ৰুৱাৰীত ৰাজ্যজুৰি কর্মবিৰতি পালন কৰিব ৰাজ্যৰ চৰকাৰী কর্মচাৰীয়ে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7