VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবী- ১০ ফেব্ৰুৱাৰীত ৰাজ্যজুৰি কর্মবিৰতি পালন কৰিব ৰাজ্যৰ চৰকাৰী কর্মচাৰীয়ে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 8, 2023
in মুখ্য সংবাদ
পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবী- ১০ ফেব্ৰুৱাৰীত ৰাজ্যজুৰি  কর্মবিৰতি পালন কৰিব ৰাজ্যৰ চৰকাৰী কর্মচাৰীয়ে
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

“অসমৰ কৰ্মচাৰী সমাজৰ অৱসৰকালিন সুৰক্ষাৰ স্বাৰ্থত ৰাজ্যৰ পুৰণি পেঞ্চন ব্যৱস্থা পুন: প্ৰতিষ্ঠাৰ দাবীত অহা ১০ ফেব্ৰুৱাৰীত অসমৰ কৰ্মচাৰী সমাজে এদিনীয়াকৈ কৰ্মবিৰতি পালন কৰিব। এই কাৰ্যসূচীত অসমৰ বিভিন্ন শিক্ষক-কৰ্মচাৰী সংস্থা/ সংঘই সমৰ্থন জনাইছে। এই সম্পৰ্কত যোৱা ইং ৭ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় কৰ্মচাৰী সমন্বয়ৰক্ষী সমিতি, অসম (Confederation of Central Govt. Employees, Assam) ৰ  দ্বীজেন কুমাৰ দেৱনাথ, ৰাজু কুমাৰ ৰয়, জইণ্ট কাউঞ্চিল অব ট্ৰেড ইউনিয়ন, অসম, (Joint Council of Trade Unions, Assam) ৰ ভবেন্দ্ৰ কুমাৰ কলিতা, গৰ্গ তালুকদাৰ, অসম ৰাজ্যিক কৰ্মচাৰী ফেডাৰেচন (Assam State Employees Federation)ৰ নব কুমাৰ পাটগিৰী আৰু সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধিৰ মাজত এক আলোচনা হয়। আলোচনাত অহা  ১০ ফেব্ৰুৱাৰী কৰ্মবিৰতি কাৰ্যসূচীক সংস্থা কেইটাই পূৰ্ণ সমৰ্থন জনোৱাৰ লগতে আগন্তুক সময়ত এন পি এছ বিৰোধী সকলো কাৰ্যসূচী উমৈহতীয়া ভাবে আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।“ সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ সভাপতি  অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক  অপূৰ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে ৷

 

এই সন্দর্ভত হাজৰিকাই কয় – “ৰাজ্যৰ ১৩০ টাৰো অধিক শ্ৰমিক-শিক্ষক-কৰ্মচাৰী সন্থা/ সংঘৰ সমৰ্থনত আগন্তুক সময়ত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাই এক পূৰ্ণ আৰু তীব্ৰ গণসংগ্ৰামৰ বাবে সাজু হৈছে। এই সংগ্ৰামত অসমৰ শিক্ষক-কৰ্মচাৰী-শ্ৰমিক সংস্থা/সংঘৰ উপৰিও ৰাজ্যৰ সামাজিক সংস্থা আৰু সুধী মহলক লগত লৈ অসম চৰকাৰক সকলো ধৰণেৰে হেচাঁ প্ৰয়োগৰ বাবে সংস্থাই এক কাৰ্যপ্ৰণালী প্ৰস্তুত কৰিছে। অসমৰ কৰ্মচাৰী সমাজে নিজৰ অধিকাৰ আৰু সুৰক্ষা আদায় কৰাৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা বাহাল নোহোৱা পৰ্যন্ত বিভিন্ন গণতান্ত্ৰিক সংগ্ৰামী কাৰ্যসূচী চলাই নিব। অহা  ১০ ফেব্ৰুৱাৰীত কাৰ্যসূচীৰ বাবে ইতিমধ্যে সদৌ অসম ডায়েট বিষয়া সংস্থা, সদৌ অসম আমোলা সন্থা, সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থা, অসম কলেজ শিক্ষক সংস্থা, সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা আদিয়ে পূৰ্ণ সমৰ্থন জনোৱাৰ উপৰিও সংস্থাৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই উত্তৰ পূবৰ মনিপূৰ, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু চিকিম ৰাজ্যৰ কৰ্মচাৰী সমাজেও নিজ নিজ ৰাজ্যত বিভিন্ন কাৰ্যসূচী পালন কৰিব।“

Previous Post

অস্কাৰৰ দৌৰত থকাৰ পাছতো পাকিস্তানত নিষিদ্ধ ‘জয়লেণ্ড’ নামৰ ছবি, এইবাৰ ভাৰতত মুক্তি দিয়া হ’ব ছবিখন

Next Post

পাকিস্তানী ক্ৰিকেটাৰ কামৰাণ আকমালৰ অৱসৰ ঘোষণা, পালন কৰিব নতুন দায়িত্ব

Related Posts

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !
মুখ্য সংবাদ

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া
মুখ্য সংবাদ

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ  !
মুখ্য সংবাদ

৭০ বছৰ পিছত কুনো বনাঞ্চলত মুকলি অঞ্চলত দেখা গ’ল চিতা বাঘ !

March 21, 2023
বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ  ভাৰতৰ বিৰুদ্ধে কি কি  মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ
মুখ্য সংবাদ

বাক স্বাধীনতাত হস্তক্ষেপ- সংখ্যালঘুক নির্যাতন-সংবাধমাধ্যমৰ স্বাধীনতা হৰণ ভাৰতৰ বিৰুদ্ধে কি কি মানৱ অধিকাৰ উলংঘাৰ অভিযোগ আমেৰিকাৰ

March 21, 2023
খালিস্তান সমৰ্থক  অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?
মুখ্য সংবাদ

খালিস্তান সমৰ্থক অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?

March 20, 2023
অ’টিটিত অশ্লীলতাক লৈ  সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ,  কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ
মুখ্য সংবাদ

অ’টিটিত অশ্লীলতাক লৈ সকীয়নি মন্ত্ৰী অনুৰাগ ঠাকুৰৰ, কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ

March 20, 2023
Next Post
পাকিস্তানী ক্ৰিকেটাৰ কামৰাণ আকমালৰ অৱসৰ ঘোষণা, পালন কৰিব নতুন দায়িত্ব

পাকিস্তানী ক্ৰিকেটাৰ কামৰাণ আকমালৰ অৱসৰ ঘোষণা, পালন কৰিব নতুন দায়িত্ব

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7