VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নির্মাণ হ’বনে অস্কাৰ বিজয়ী ‘আৰ আৰ আৰ’ৰ ছিকুৱেল ? কি ক’লে পৰিচালকজনে ৰাজামৌলীয়ে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 15, 2023
in মনোৰঞ্জন
নির্মাণ হ’বনে অস্কাৰ বিজয়ী ‘আৰ আৰ আৰ’ৰ ছিকুৱেল ? কি ক’লে পৰিচালকজনে ৰাজামৌলীয়ে ?
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ পৃথিৱীৰ মুখত মাথোঁ এটাই গীত ‘নাতু নাতু’। এছ এছ ৰাজামৌলিৰ ‘আৰ আৰ আৰ’ ছবিখনে তেলেগু ছবিৰ ইতিহাসত নজিৰ গঢ়ি তুলি সমগ্ৰ দেশৰ গৌৰৱ বৃদ্ধি কৰিছে। গোল্ডেন গ্ল’বছত শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ সন্মান লাভ কৰে ৷ অস্কাৰত শ্ৰেষ্ঠ মৌলিক গীতৰ সন্মান লাভ কৰে ‘নাতু নাতু’ গীতটোৱে । এতিয়াৰ বাবে এছ এছ ৰাজামৌলি, এম এম কিৰাৱনী আৰু ‘আৰ আৰ আৰ’ৰ সমগ্ৰ দলটো সফলতাৰ শিখৰত উপনীত হৈছে। পৰৱৰ্তী লক্ষ্য  কি? অস্কাৰৰ  পাৰ্টিত এই প্ৰশ্নৰ সন্মুখীন হ’ল পৰিচালক ৰাজামৌলি। ইতিমধ্যে ‘আৰ আৰ আৰ’ৰ ছিকুৱেলৰ  চিন্তা আৰম্ভ হৈছে। অস্কাৰৰ আফটাৰ পাৰ্টিত ৰাজামৌলীয়ে কয় যে অস্কাৰৰ মঞ্চৰ সফলতাৰ পিছত তেওঁ আশা কৰিছে যে কামটো অধিক দ্ৰুতগতিত আগবাঢ়িব।

ৰাজামৌলীয়ে কয় যে তেওঁৰ পিতৃ চিত্ৰনাট্যকাৰ বিজয়েন্দ্ৰ প্ৰসাদে ‘আৰ আৰ আৰ’ৰ ছিকুৱেলৰ চিত্ৰনাট্য লিখিছে। অস্কাৰ লাভ কৰিলে নিশ্চিতভাৱে চিত্ৰনাট্য লিখাৰ গতি অধিক হ’ব। অস্কাৰ বিজয়ী সংগীত পৰিচালক এম এম কীৰাৱনীৰ একেটা প্ৰশ্নৰ উত্তৰত কয় -, ‘এয়া অতি কঠিন প্ৰশ্ন।’ যোৱা বছৰ ৰাজামৌলিক ‘আৰ আৰ আৰ’ৰ ছিকুৱেলৰ বিষয়ে সোধাত তেওঁ কয় যে তেওঁ ছিকুৱেল ছবিখনৰ কথা ভবা নাছিল। কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ‘আৰ আৰ আৰ’ৰ স্বীকৃতি লাভ কৰি সেই স্থিতি সলনি কৰিলে। অস্কাৰৰ  পাৰ্টিত ৰাজমৌলিয়ে কয় , “আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত  সফলতাৰ পিছত কীৰৱণীয়ে আমাৰ আগত এটা ধাৰণা প্ৰকাশ কৰিলে। সেই কথা শুনি মই ভাবো যে ই এক একেবাৰে বেলেগ ধাৰণা। আমি সেইটো লৈ আগবাঢ়িম। এই আলোচনাৰ অন্তত বিজয়েন্দ্ৰ প্ৰসাদে চিত্ৰনাট্য লিখিবলৈ আৰম্ভ কৰিছে।“ ৰাজামৌলিয়ে কয় যে ছবিখনৰ চিত্ৰনাট্য লিখাৰ পিছতহে ছবিখনৰ শ্বুটিঙৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰিব। ইয়াৰ পিছত মুক্তিৰ তাৰিখ নিৰ্ধাৰণ কৰা হ’ব।

সোমবাৰে অস্কাৰ বিজয়ৰ পিছত ৰাজামৌলিয়েও লছ এঞ্জেলছৰ ঘৰত পাৰ্টি আয়োজন কৰে। এই পাৰ্টিত কীৰাৱনী, ৰাম চৰণ, এন টি আৰ জুনিয়ৰৰ দৰে তাৰকা উপস্থিত থাকে। অস্কাৰ বিজয়ী সংগীত পৰিচালক কীৰাৱানীকো তাত পিয়ানো বজাই থকা দেখা যায়।

Previous Post

ৰ’দত পোৰা ভৰি আৰু ছালখনক লৈ সমস্যাত ভুগিছে নেকি ? ঘৰতে প্ৰস্তুত কৰা সামগ্ৰীৰে দূৰ কৰক সমস্যা

Next Post

পুৰুষক সংগ দিবলৈ মহিলা ৰাজি হোৱা মানেই যৌন সম্পর্কৰ সন্মতি নহয় – দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূর্ণ নির্দেশ

Related Posts

দৰ্শকৰ পচণ্ড হোৱাৰ পাছতো  কিয় ৰাজেশ খান্নাৰ সৈতে কাম কৰা বন্ধ কৰিছিল শৰ্মিলাই?
মনোৰঞ্জন

দৰ্শকৰ পচণ্ড হোৱাৰ পাছতো কিয় ৰাজেশ খান্নাৰ সৈতে কাম কৰা বন্ধ কৰিছিল শৰ্মিলাই?

March 31, 2023
অ’টিটি জগতত ভৰি দিব যশৰাজ ফিল্মছে:নতুন ছিৰিজত  অভিনয় কৰিব বাণী কাপুৰে
মনোৰঞ্জন

অ’টিটি জগতত ভৰি দিব যশৰাজ ফিল্মছে:নতুন ছিৰিজত অভিনয় কৰিব বাণী কাপুৰে

March 30, 2023
পুষ্পাৰ আইটেম গান ‘উ অন্তাভা’ক লৈ কিয় আপত্তি কৰিছিল সামান্থাৰ পৰিয়ালে ?
মনোৰঞ্জন

পুষ্পাৰ আইটেম গান ‘উ অন্তাভা’ক লৈ কিয় আপত্তি কৰিছিল সামান্থাৰ পৰিয়ালে ?

March 29, 2023
কেৰিয়াৰৰ শীর্ষ সময়ত কিয় বলীউড এৰিগৈছিল প্ৰিয়ংকাই !! নিজেই প্ৰকাশ কৰিলে কাৰণ
মনোৰঞ্জন

কেৰিয়াৰৰ শীর্ষ সময়ত কিয় বলীউড এৰিগৈছিল প্ৰিয়ংকাই !! নিজেই প্ৰকাশ কৰিলে কাৰণ

March 28, 2023
ভৰিত আঘাতৰ পাছতো থমকি ৰোৱা নাই অক্ষয় কুমাৰ, ভাগ লৈছে ষ্টাণ্ট দৃশ্যৰ শ্বুটিঙত
মনোৰঞ্জন

ভৰিত আঘাতৰ পাছতো থমকি ৰোৱা নাই অক্ষয় কুমাৰ, ভাগ লৈছে ষ্টাণ্ট দৃশ্যৰ শ্বুটিঙত

March 27, 2023
কোন গৰাকী জনপ্ৰিয় বলীউড অভিনেতাৰ আছে ঘঢ়িৰ প্ৰতি বিশেষ আকৰ্ষণ?
মনোৰঞ্জন

কোন গৰাকী জনপ্ৰিয় বলীউড অভিনেতাৰ আছে ঘঢ়িৰ প্ৰতি বিশেষ আকৰ্ষণ?

March 25, 2023
Next Post
পুৰুষক সংগ দিবলৈ মহিলা ৰাজি হোৱা মানেই যৌন সম্পর্কৰ সন্মতি নহয় – দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূর্ণ নির্দেশ

পুৰুষক সংগ দিবলৈ মহিলা ৰাজি হোৱা মানেই যৌন সম্পর্কৰ সন্মতি নহয় – দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূর্ণ নির্দেশ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7