VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পুৰুষক সংগ দিবলৈ মহিলা ৰাজি হোৱা মানেই যৌন সম্পর্কৰ সন্মতি নহয় – দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূর্ণ নির্দেশ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 15, 2023
in আইন
পুৰুষক সংগ দিবলৈ মহিলা ৰাজি হোৱা মানেই যৌন সম্পর্কৰ সন্মতি নহয় – দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূর্ণ নির্দেশ
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

এগৰাকী মহিলাই কোনো পুৰুষক সংগ দিবলৈ ৰাজি হোৱা মানেই  তেওঁৰ সৈতে  যৌন সম্পর্ক স্থাপন কৰিবলৈ সন্মত হ’ব বুলি কোনো কথা নাই ৷ এয়া প্ৰকাশ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে ৷ এই  সম্পর্কত ন্যায়াধীশ অনুপ জয়ৰাম ভাম্বানীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে সংগ দিবলৈ ইচ্ছুক  অৰ্থ মানেই  তেওঁ যৌন সম্পৰ্ক স্থাপন কৰিবলৈ ইচ্ছুক,  সেয়া কেতিয়াও নহয়! আনকি, মহিলাগৰাকীয়ে পুৰুষজনৰ লগত কিমান দিন বা কিমান সময়  আছে, সেয়াও যৌন সম্পৰ্ক স্থাপনৰ পূৰ্বচৰ্ত হ’ব নোৱাৰে বুলি ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে ৷

 

চেক গণৰাজ্যৰ এগৰাকী মহিলাৰ সৈতে বলপূৰ্বক যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগত অভিযুক্ত সঞ্জয় মালিক ওৰফে সন্ত সেৱক দাসৰ অধিবক্তাই কয় যে মহিলাগৰাকী দীৰ্ঘদিন ধৰি তেওঁৰ ক্লায়েণ্টৰ সৈতে আছিল।  দাসৰ জামিন আবেদন খাৰিজ কৰি ন্যায়াধীশ গৰাকীয়ে  কয় য, “যদি কোনো মহিলাই কোনো পুৰুষৰ সৈতে থাকিবলৈ সন্মতি দিয়ে, যিমান দিনৰ বাবেই নহওক কিয় তাৰ বাবেই  সেই পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ সন্মতি দিয়া বুলি ধৰি ল’ব নোৱাৰি।”

 

নাৰীৰ ওপৰত হোৱা যৌন নির্যাতনৰ বহু গোচৰৰ শুনানিৰ সময়ত ভুক্তভোগীয়ে কিদৰে নিযৰাতিত হয় সেয়া পোহৰলৈ আহে ৷ আইনী বিশেষজ্ঞৰ এটা অংশই বিশ্বাস কৰে যে মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ ফলত সেই ‘অসৎ কাৰ্য্যৰ ধাৰাবাহিকতা’ৰ অন্ত পেৰাব ৷

 

Previous Post

নির্মাণ হ’বনে অস্কাৰ বিজয়ী ‘আৰ আৰ আৰ’ৰ ছিকুৱেল ? কি ক’লে পৰিচালকজনে ৰাজামৌলীয়ে ?

Next Post

পলাশবাৰী মাজিৰগাঁৱত ৬ এপ্ৰিলত হনুমান পূজাৰ আয়োজন

Related Posts

ৰাজনীতিবিদসকলে  ধর্মক ৰাজনীতিৰ  সৈতে সানমিহলি কৰিছে, ঘৃণামুলক ভাষণক লৈ ক্ষুন্ন উচ্চতম ন্যায়ালয়
আইন

ৰাজনীতিবিদসকলে ধর্মক ৰাজনীতিৰ সৈতে সানমিহলি কৰিছে, ঘৃণামুলক ভাষণক লৈ ক্ষুন্ন উচ্চতম ন্যায়ালয়

March 30, 2023
ডিলিমিটেচনলৈ প্ৰত্যাহ্বান? জিলা বিলুপ্তিকৰণক লৈ আদালতৰ প্ৰশ্নৰ সন্মুখীন চৰকাৰ : ৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী হাইকোৰ্টৰ
আইন

ডিলিমিটেচনলৈ প্ৰত্যাহ্বান? জিলা বিলুপ্তিকৰণক লৈ আদালতৰ প্ৰশ্নৰ সন্মুখীন চৰকাৰ : ৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী হাইকোৰ্টৰ

March 15, 2023
সত্য এতিয়া মিছাৰ বলি হৈছে, সমাজত কমিছে সহনশীলতা ! কিয় উদ্বেগ প্ৰকাশ কৰিলে মুখ্য ন্যায়াধীশে
আইন

সত্য এতিয়া মিছাৰ বলি হৈছে, সমাজত কমিছে সহনশীলতা ! কিয় উদ্বেগ প্ৰকাশ কৰিলে মুখ্য ন্যায়াধীশে

March 4, 2023
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
আইন

আদানী বিতৰ্কৰ পিছত উচ্চতম ন্যায়ালয়ে শ্বেয়াৰ বজাৰৰ নিৰাপত্তা পৰীক্ষাৰ বাবে গঠন কৰিলে কমিটী, কাৰ নেতৃত্বত গঠন হ’ল কমিটী!!

March 3, 2023
নিৰ্বাচন আয়ুক্তক নিযুক্তি দিব  প্ৰধানমন্ত্ৰী, বিৰোধী নেতা, মুখ্য ন্যায়াধীশৰ কমিটীয়ে : নির্বাচন প্ৰক্ৰিয়া স্বচ্চ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আইন

নিৰ্বাচন আয়ুক্তক নিযুক্তি দিব প্ৰধানমন্ত্ৰী, বিৰোধী নেতা, মুখ্য ন্যায়াধীশৰ কমিটীয়ে : নির্বাচন প্ৰক্ৰিয়া স্বচ্চ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

March 2, 2023
মুকেশ আম্বানীসহ পৰিয়ালে দেশ-বিদেশত লাভ কৰিব  জেড প্লাছৰ নিৰাপত্তা,উচ্চতম ন্যায়ালয়ৰ নির্দেশনা
আইন

মুকেশ আম্বানীসহ পৰিয়ালে দেশ-বিদেশত লাভ কৰিব জেড প্লাছৰ নিৰাপত্তা,উচ্চতম ন্যায়ালয়ৰ নির্দেশনা

March 1, 2023
Next Post
পলাশবাৰী মাজিৰগাঁৱত ৬ এপ্ৰিলত হনুমান পূজাৰ আয়োজন

পলাশবাৰী মাজিৰগাঁৱত ৬ এপ্ৰিলত হনুমান পূজাৰ আয়োজন

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7