VOICE 24x7
Friday, May 2, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কৌতূক অভিনেতা জনী লিভাৰৰ প্ৰেৰণা দীনেশ হিংগু

কিয় বোলছবি জগতত সক্ৰিয় নহয় দীনেশ হিংগু ?

voicedesk by voicedesk
April 17, 2023
in মনোৰঞ্জন
কৌতূক অভিনেতা জনী লিভাৰৰ প্ৰেৰণা দীনেশ হিংগু
0
SHARES
34
VIEWS
Share on FacebookShare on Twitter

যদিও বলীউড জগতত একাধিক কৌতুক অভিনেতা আছে তথাপি প্ৰবীণ কৌতুক অভিনেতা দীনেশ হিংগুৰ কথাই যেন সুকীয়া । দীনেশ হিংগুৱেই হয়তো বলীউড জগতৰ একমাত্ৰ তাৰকা যি তেওঁৰ হাঁহিৰ বাবেই বিখ্যাত।

৩০০ৰো অধিক ছবিত অভিনয় কৰা এই জনপ্ৰিয় অভিনেতা গৰাকীৰ
জন্ম: ১৯৪০ চনৰ ১৩ এপ্ৰিলত ৷  চাৰি দশকৰো অধিক সময়ৰ  কৌতুক অভিনেতা হিচাপে অভিনয়  কৰা ৮৩ বছৰীয়া অভিনেতা  গৰাকীয়ে  মেহমুদ, জনী ৱাকাৰৰ পিছতে  হিন্দী ছবিত কৌতুক অভিনয়ক জীয়াই ৰাখিছিল। বিখ্যাত কমেডিয়ান জনী লিভাৰেও দীনেশ হিংগুক তেওঁৰ প্ৰেৰণা হিচাপে গণ্য কৰে।

পৰিয়ালৰ  তীব্ৰ বিৰোধিতা  স্বত্তেও আৰম্ভণিৰে পৰা অভিনেতা হ’বলৈ বিচাৰিছিল এইগৰাকী অভিনেতাই।যাৰ বাবে ঘৰৰ পৰা পলাই গৈ  কেইখনমান ছবিত সৰু সৰু চৰিত্ৰত অভিনয় কৰি পিছলৈ তেওঁ এজন সুদক্ষ কৌতূক অভিনেতা হৈ পৰে।

কিন্তু বৰ্তমান সময়ত বাৰ্ধক্যজনীত কাৰণত বোলছবি জগতত সক্ৰিয় হৈ থকা নাই জ্যেষ্ঠ অভিনেতাগৰাকী। ছবিজগতত তেওঁ বৰ দীঘলীয়া সময় ধৰি অভিনয় কৰা নাছিল যদিও যি চৰিত্ৰতেই অভিনয় কৰিছিল নিজৰ অভিনয়ৰ যোগেদি সকলোকে আপ্লুত কৰিছিল তেওঁ। প্ৰায়বোৰ ছবিতে তেওঁ পাৰ্চী ব্যৱসায়ী হিচাপে অভিনয় কৰিছিল। লেডিজ টেইলাৰ, নমক হালাল, শ্ৰীমান শ্ৰীমতী, ৰক্ত বন্ধন, লাভাৰ বয়,  খুদগৰ্জ, ছুপাৰমেন, ইমান্দৰ, হানিমুন, ফুল ঔৰ অংগাৰ, গোপী কিষাণ, কৰণ অৰ্জুন আৰু গুপ্তৰ দৰে ৩০০ৰো অধিক ছবিত অভিনয় কৰিছে অভিনেতাজনে।

‘হেৰা ফেৰী’ ছবিত চমন ঝিংগাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ  লাভ কৰিছিল আৰু তেওঁৰ এই নামটোও অতি জনপ্ৰিয় হৈ পৰিছিল। অভিনেতাগৰাকী বহু মহান কৌতুক অভিনেতাৰ বাবে প্ৰেৰণাৰ উৎস।

বলীউডৰ আন এগৰাকী জনপ্ৰিয় কৌতুক অভিনেতা  জনী লিভাৰে এক সাক্ষাৎকাৰত কৈছিল যে দীনেশ হিংগুৱেই তেওঁক প্ৰথম পৰ্য্যয়ত অনুষ্ঠান পৰিৱেশন কৰিবলৈ এখন মঞ্চ দিছিল।

Previous Post

গোটেই ৰাতি এচি চলায় বিজুলী বিল কিদৰে ৰাহি কৰিব ?

Next Post

উল্কাপিণ্ডৰ বৰষুণঃ নিশাৰ আকাশত দৃশ্যমান হৈছে লাইৰিড উল্কাপিণ্ড , কেতিয়ালৈ দেখা পাব আকাশত ?

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
উল্কাপিণ্ডৰ বৰষুণঃ নিশাৰ আকাশত দৃশ্যমান হৈছে লাইৰিড উল্কাপিণ্ড , কেতিয়ালৈ দেখা পাব আকাশত ?

উল্কাপিণ্ডৰ বৰষুণঃ নিশাৰ আকাশত দৃশ্যমান হৈছে লাইৰিড উল্কাপিণ্ড , কেতিয়ালৈ দেখা পাব আকাশত ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7