VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

হাৰিয়ানাত ব্যক্তিগত খণ্ডত স্থানীয় লোকৰ বাবে ৭৫ শতাংশ চাকৰি সংৰক্ষণৰ পথ প্ৰশস্ত , উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে স্থগিতাদেশ

voicedesk by voicedesk
February 17, 2022
in আইন
হাৰিয়ানাত ব্যক্তিগত খণ্ডত  স্থানীয় লোকৰ বাবে ৭৫ শতাংশ চাকৰি সংৰক্ষণৰ পথ প্ৰশস্ত , উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে  স্থগিতাদেশ
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

ব্যক্তিগত খণ্ডত স্থানীয় লোকসকলৰ বাবে ৭৫ শতাংশ চাকৰি  সংৰক্ষণৰ বাবে হাৰিয়ানা চৰকাৰে লোৱা সিদ্ধান্ত  কার্যকৰী কৰাৰ পথ প্ৰশস্ত হ’ল ৷ চৰকাৰৰ নির্দেশত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে প্ৰদান কৰা স্থগিতাদেশ খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে ৷ অৱশ্যে  বর্তমান সময়ত ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহে বিতৰ্কিত নতুন আইন অনুসৰণ নকৰিলেও তেওঁলোকৰ বিৰুদ্ধে বলপূৰ্বক পদক্ষেপ লোৱাৰ পৰা বিৰত থাকিবলৈ হাৰিয়ানা চৰকাৰক নির্দেশ দিছে উচ্চতম ন্যায়ালয় ৷

হাৰিয়ানাত  ৰাজ্যিক স্থানীয় প্ৰাৰ্থী নিযুক্তি আইন, ২০২০ যোৱা  নৱেম্বৰত গৃহীত  কৰা হৈছিল। যোৱা  ১৫ জানুৱাৰীৰ পৰা এই আইন  বলবৎ কৰা হৈছিল। এই আইনৰ অধীনত কর্মচাৰীসকলক  মাহিলী দৰমহা ৩০,০০০ টকা নূন্যতম নির্ধাৰণ কৰা হৈছে ৷ যোৱা বছৰৰ মাৰ্চত হাৰিয়ানাৰ ৰাজ্যপাল বান্দাৰু দত্তাত্ৰেয়ই বিধেয়কখনত স্বাক্ষৰ কৰিছিল। আইনখন বলবৎ হোৱাৰ পিছত  উপ মুখ্যমন্ত্ৰী দুষ্মন্ত চৌতালাই প্ৰকাশ কৰিছিল যে  ইয়াৰ জৰিয়তে  হাজাৰ হাজাৰ যুৱক-যুৱতীৰ বাবে নিযুক্তিৰ নতুন পথ মুকলি হ’ব ৷ হাৰিয়ানাৰ এই নতুন আইনক লৈ যথেষ্ট বিতর্কৰো সৃষ্টি হৈছিল ৷ পৰৱর্তী সময়ত  পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে  আিনখন বলবতকৰণত সাময়িক ভাৱে স্থগিতাদেশ প্ৰদান কৰিছিল ৷

ইয়াৰ পাছতে  হাৰিয়ানাৰ মুখ্যমন্ত্ৰী এম এল খট্টৰ চৰকাৰে উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ  বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল ৷ উচ্চ ন্যায়ালয়ে চৰকাৰৰ সিদ্ধান্ত বহনক্ষম নহয় আৰু স্বাভিৱিক  ন্যায়ৰ পৰিপন্থী  বুলি অভিহিত কৰিছিল। অৱশ্যে উচ্চ ন্যায়ালয়ক গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰি চাৰি সপ্তাহৰ ভিতৰতে নিষ্পত্তি কৰিবলৈ নির্দেশ দিছে ৷

 

 

Previous Post

নাছাৰ জুনো মহাকাশযানে চিত্ৰিত কৰিছে বিৰাটাকায় বৃহস্পতি গ্ৰহক

Next Post

পশ্চিমীয়া নহয়,তামিল পৰম্পৰাৰে বিবাহত বহিব অষ্ট্ৰেলিয়াৰ শীর্ষ ক্ৰিকেট তাৰকা, ৰাজহুৱা হ’ল বিবাহৰ দিন

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
পশ্চিমীয়া নহয়,তামিল পৰম্পৰাৰে বিবাহত বহিব অষ্ট্ৰেলিয়াৰ শীর্ষ ক্ৰিকেট তাৰকা, ৰাজহুৱা হ’ল বিবাহৰ দিন

পশ্চিমীয়া নহয়,তামিল পৰম্পৰাৰে বিবাহত বহিব অষ্ট্ৰেলিয়াৰ শীর্ষ ক্ৰিকেট তাৰকা, ৰাজহুৱা হ’ল বিবাহৰ দিন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7