VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

টেটত গ্ৰেচ মার্ক প্ৰদান ব্যৱস্থাক অবৈধ আখ্যা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, কি হ’ব ১,৩৮১ জন গ্ৰেচ মার্ক লাভ কৰা প্ৰার্থীৰ ভাগ্য !

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 21, 2022
in আইন
টেটত গ্ৰেচ মার্ক প্ৰদান ব্যৱস্থাক অবৈধ আখ্যা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, কি হ’ব ১,৩৮১ জন গ্ৰেচ মার্ক লাভ কৰা প্ৰার্থীৰ ভাগ্য !
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

 

শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা যোগ্যতামূলক পৰীক্ষা ‘টেট’ত গ্ৰেচ মার্ক প্ৰদানৰ ব্যৱস্থাক অবৈধ আখ্যা দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ এই সন্দর্ভত দাখিল কৰা কেইবাখনো আৱেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে  শেহতীয়াকৈ ‘টেট’ত গ্ৰেচ মার্ক প্ৰদান ব্যৱস্থা গ্ৰহণযোগ্য নহয় বুলি প্ৰকাশ কৰিছে ৷ কেইবাটায়ো কাৰণ বিবেচনা কৰি উচ্চ ন্যায়ালয়ে এই নির্দেশ প্ৰদান কৰিছে ৷ হাইস্কুলসমূহত শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা টেটৰ ফলাফল ২০২০ বর্ষৰ ৪ মার্চত ঘোষণা কৰা হৈছিল ৷ এই পৰীক্ষাত ৫,৩২৫ জন পৰীক্ষার্থীক গ্ৰেচ মার্ক দি উত্তীর্ণ কৰোৱা হয় ৷ ইয়াৰ পাচতে ৰাজ্য চৰকাৰে ৫,৭৪৬ টা শিক্ষক পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ কিন্তু নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগে একাংশ প্ৰার্থীয়ে গুৱাহাটী উচ্চ ন্যায়লয়ত গোচৰ ৰুজু কৰে ৷ এই গোচৰসমূহৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়লয়ে গোচৰটো নিষ্পত্তি নোহোৱা পর্যন্ত গ্ৰেচ মার্ক লাভ কৰা আৰু মেধাৰ তালিকাত স্থান লাভ কৰা প্ৰার্থীসকলক নিযুক্তি প্ৰদান কৰিবলৈ বাধা আৰোপ কৰে ৷ যাৰ ভিত্তিত যোৱা ৪ এপ্ৰিলত  শিক্ষা বিভাগে এই প্ৰার্থীসকলৰ নাম বাদ দিবলৈ নির্দেশ দিয়ে ৷ এনেদৰে মেধাৰ তালিকাৰ পৰা বাদ পৰা প্ৰার্থীৰ সংখ্যা ১৩৮১ জন বুলি জানিব পৰা গৈছে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে  গ্ৰেচ মার্ক প্ৰদান ব্যৱস্থাক নাকচ কৰাৰ লগে লগে এই প্ৰার্থীসকলৰ মাজত  হাহাকাৰৰ সৃষ্টি হৈছে ৷

Previous Post

নিক জোনাছে কি উপহাৰ দিলে পত্নী প্ৰিয়ংকাক ?

Next Post

পুনৰ মূল্য বৃদ্ধি চিএনজিৰ: খাতি খোৱা ৰাইজৰ হাহাকাৰ

Related Posts

সতীন্দৰ জৈনৰ জামিন অস্বীকাৰ দিল্লী আদালতৰ
আইন

সতীন্দৰ জৈনৰ জামিন অস্বীকাৰ দিল্লী আদালতৰ

June 18, 2022
অভিযুক্ত ‘বিশ্বপ’ৰ বিৰুদ্ধে কিয় আৰু কোনে বাতিল কৰিলে ‘পকচো’ গোচৰ ?
আইন

অভিযুক্ত ‘বিশ্বপ’ৰ বিৰুদ্ধে কিয় আৰু কোনে বাতিল কৰিলে ‘পকচো’ গোচৰ ?

June 15, 2022
নজিৰঃ একেদিনাই ১৯০ টা গোচৰৰ শুনানি গ্ৰহণ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ
আইন

নজিৰঃ একেদিনাই ১৯০ টা গোচৰৰ শুনানি গ্ৰহণ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ

June 10, 2022
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
আইন

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে ধেমালি কৰিছে আপোনালোকে – মেডিকেল কাউন্সেলিং কমিটীক কিয় ধমক দিলে উচ্চতম ন্যায়ালয়ে ?

June 8, 2022
নাবালকসকলৰ বাবে টেটু নিষিদ্ধ কৰিছে চীনা কৰ্তৃপক্ষই
আইন

নাবালকসকলৰ বাবে টেটু নিষিদ্ধ কৰিছে চীনা কৰ্তৃপক্ষই

June 7, 2022
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
আইন

জগন্নাথ মন্দিৰৰ আশে-পাশে নতুন নিৰ্মাণ-খননৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

June 3, 2022
Next Post
পুনৰ মূল্য বৃদ্ধি চিএনজিৰ: খাতি খোৱা ৰাইজৰ হাহাকাৰ

পুনৰ মূল্য বৃদ্ধি চিএনজিৰ: খাতি খোৱা ৰাইজৰ হাহাকাৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7