VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কিমান আগবাঢ়িছে পেগাছাছ তদন্ত , কেতিয়া উচ্চতম ন্যায়ালয়ত দাখিল কৰিব লাগিব প্ৰতিবেদন !

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 20, 2022
in আইন
কিমান আগবাঢ়িছে পেগাছাছ তদন্ত , কেতিয়া উচ্চতম ন্যায়ালয়ত দাখিল কৰিব লাগিব প্ৰতিবেদন !
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

পেগাছাছ  ছফটৱেৰৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে চোৰাংচোৱা  কৰি অহা বুলি উত্থাপিত  অভিযোগ  সন্দর্ভত উচ্চতম ন্যায়ালয়ে নিযুক্ত কৰা কাৰিকৰী কমিটীক  তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ আৰু চাৰি সপ্তাহ সময়  প্ৰদান কৰা হয়।

মুখ্য ন্যায়াধীশ এন ভি ৰমনৰ নেতৃত্বত এখন বিচাৰপীঠে কয় যে মে’ মাহৰ শেষৰ ফালে কাৰিকৰী সমিতিৰ দ্বাৰা  তদন্ত প্ৰক্ৰিয়া শেষ হ’ব আৰু ইয়াৰ পাছত  তত্বাৱধায়ক ন্যায়াধীশক অৱগত কৰিব লাগিব ৷ তত্বাৱধায়ক ন্যায়াধীশে কাৰিকৰী সমিতিৰ প্ৰতিবেদন অধ্যয়ন কৰি চূড়ান্ত কৰিব আৰু ২০ জুনৰ ভিতৰত আদালতত দাখিল কৰিব লাগিব এই প্ৰতিবেদন ৷

কাৰিকৰী কমিটীয়ে শীৰ্ষ আদালতক জনোৱা মতে, তেওঁলোকে ২৯টা মোবাইল ফোনত স্পাইৱেৰ পৰীক্ষা কৰিছে লগতে একাংশ আবেদনকাৰী, কৰ্মী আৰু সাংবাদিকৰ বক্তব্যও ৰেকৰ্ড কৰিছে।শীৰ্ষ আদালতে জুলাইত  পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব ৷ উচ্চতম ন্যায়ালয়ে ২০২১ চনৰ অক্টোবৰ মাহত স্পাইৱেৰৰ ব্যৱহাৰৰ অভিযোগৰ তদন্তৰ নিৰ্দেশ দিছিল।

 

 

Previous Post

মুখ দেখুৱাই টিভি ঘোষকে কৰিব নোৱাৰিব কোনো অনুষ্ঠান পৰিবেশন

Next Post

দ্বিতীয়বাৰৰ বাবে বিয়াত বহিব জনপ্ৰিয় গায়িকা কণিকা কাপুৰ

Related Posts

জিয়া খানৰ মাতৃ ৰাবিয়াৰ বিৰুদ্ধে জামিন অযোগ্য ৱাৰেণ্ট জাৰি কৰিবলৈ চিবিআই আদালতক অনুৰোধ জনাইছে সূৰজ পাঞ্চালীয়ে
আইন

জিয়া খানৰ মাতৃ ৰাবিয়াৰ বিৰুদ্ধে জামিন অযোগ্য ৱাৰেণ্ট জাৰি কৰিবলৈ চিবিআই আদালতক অনুৰোধ জনাইছে সূৰজ পাঞ্চালীয়ে

June 29, 2022
‘ছয় বছৰ বা ততোধিক শাস্তি পাবলগীয়া যিকোনো অপৰাধৰ সকলো ক্ষেত্ৰতে ফৰেনচিক তদন্ত হ’ব বাধ্যতামূলক’; কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ
আইন

‘ছয় বছৰ বা ততোধিক শাস্তি পাবলগীয়া যিকোনো অপৰাধৰ সকলো ক্ষেত্ৰতে ফৰেনচিক তদন্ত হ’ব বাধ্যতামূলক’; কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

June 27, 2022
দেশৰ উচ্চতম ন্যায়ালয়ে  স্কুলবাছৰ ক্ষেত্ৰত জাৰি কৰিছে কেইবাটাও নতুন  নিৰ্দেশনা
আইন

দেশৰ উচ্চতম ন্যায়ালয়ে স্কুলবাছৰ ক্ষেত্ৰত জাৰি কৰিছে কেইবাটাও নতুন নিৰ্দেশনা

June 25, 2022
সতীন্দৰ জৈনৰ জামিন অস্বীকাৰ দিল্লী আদালতৰ
আইন

সতীন্দৰ জৈনৰ জামিন অস্বীকাৰ দিল্লী আদালতৰ

June 18, 2022
অভিযুক্ত ‘বিশ্বপ’ৰ বিৰুদ্ধে কিয় আৰু কোনে বাতিল কৰিলে ‘পকচো’ গোচৰ ?
আইন

অভিযুক্ত ‘বিশ্বপ’ৰ বিৰুদ্ধে কিয় আৰু কোনে বাতিল কৰিলে ‘পকচো’ গোচৰ ?

June 15, 2022
নজিৰঃ একেদিনাই ১৯০ টা গোচৰৰ শুনানি গ্ৰহণ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ
আইন

নজিৰঃ একেদিনাই ১৯০ টা গোচৰৰ শুনানি গ্ৰহণ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ

June 10, 2022
Next Post
দ্বিতীয়বাৰৰ বাবে বিয়াত বহিব জনপ্ৰিয় গায়িকা কণিকা কাপুৰ

দ্বিতীয়বাৰৰ বাবে বিয়াত বহিব জনপ্ৰিয় গায়িকা কণিকা কাপুৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7