VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাজহুৱা সম্পত্তি ধ্বংসঃ ‘কা’ বিৰোধী প্ৰতিবাদকাৰীৰ পৰা লোৱা কোটি কোটি টকা ওভতাই দিবলৈ উত্তৰ প্ৰদেশ চৰকাৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

voicedesk by voicedesk
February 18, 2022
in আইন
মহিলাই মহিলাৰ বিৰুদ্ধে কৰা অপৰাধ অধিক গুৰুতৰ , কিয় ক’লে উচ্চতম ন্যায়ালয়ে
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী আইন(কা) বিৰোধী আন্দোলনৰ সময়ত ৰাজহুৱা সম্পত্তিৰ ক্ষতিগ্ৰস্ত কৰাৰ বাবে  প্ৰতিবাদকাৰীৰ পৰা লোৱা  কোটি কোটি টকা ওভতাই দিব লাগিব যোগী আদিত্যনাথ চৰকাৰে ৷ প্ৰতিবাদকাৰীৰ পৰা লোৱা এই বৃহৎ পৰিমাণৰ ধন ওভতাই দিবলৈ  উত্তৰ প্ৰদেশ  চৰকাৰক নির্দেশ  দিছে উচ্চতম ন্যায়ালয়ে ৷ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু  ন্যায়াধীশ সূৰ্য কান্তৰ খণ্ড  বিচাৰপীঠে ৰাজ্য চৰকাৰে অভিযুক্ত প্ৰতিবাদকাৰীসকলৰ পৰা আদায় কৰা কোটি কোটি টকাৰ সমগ্ৰ পৰিমাণ ওভতাই দিবলৈ নির্দেশ প্ৰদান কৰিছে । অৱশ্যে, বিচাৰপীঠখনে  ৰাজ্য চৰকাৰক নতুনকৈ বলবৎ কৰা উত্তৰ প্ৰদেশ ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষতি পূৰণ আইনৰ অধীনত প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত  স্বাধীনতা প্ৰদান কৰে  ৷ আজি অনুষ্ঠিত শুনানিৰ সময়তে যোগী আদিত্যনাথ চৰকাৰে দাখিল কৰা তথ্য  অনুসৰি  ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষতিৰ বাবে ২০১৯ চনত ‘কা’ বিৰোধী প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে জাৰি  কৰা ২৭৪ খন  জাননী প্ৰত্যাহাৰ  কৰিছে ৷

প্ৰতিবাদকাৰীসকলক  ৰাজ্য চৰকাৰে ধন ওভতাই  দিয়াৰ নিৰ্দেশ দিয়াৰ পৰিৱৰ্তে গোচৰটো  ন্যায়াধিকৰণলৈ স্থানান্তৰৰ বাবে  অতিৰিক্ত অধিবক্তা জেনেৰেল গৰিমা প্ৰসাদে বিচৰা অনুমতি প্ৰদান কৰিবলৈ বিচাৰপীঠখনে অমান্তি প্ৰকাশ কৰে ৷ যোৱা ১১ ফেব্ৰুৱাৰীত  ২০১৯ চনৰ ডিচেম্বৰত ‘কা’বিৰোধী প্ৰতিবাদকাৰীসকলক জাৰি কৰা  জাননী প্ৰদান কৰা বিষয়ত হস্তক্ষেপ কৰিছিল উচ্চতম ন্যায়ালয়ে ৷   এই জাননী প্ৰত্যাহাৰ কৰাৰ  চূড়ান্ত সুযোগ দিছিল ন্যায়ালয়ে ৷ সর্বোচ্চ ন্যায়ালয়ে উত্তৰ প্ৰদেশত ‘কা’ বিৰোধী আন্দোলনৰ সময়ত ৰাজহুৱা সম্পত্তিৰ ক্ষতিৰ ফলত হোৱা লোকচান পুনৰুদ্ধাৰৰ বাবে জিলা প্ৰশাসনৰ দ্বাৰা অভিযুক্ত প্ৰতিবাদকাৰীসকললৈ প্ৰেৰণ কৰা জাননী বাতিল কৰিবলৈ  পাৰৱাইজ আৰিফ টিটু নামৰ লোকজনে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে  ৰাজ্যখনক উত্তৰ প্ৰদান কৰিবলৈ নির্দেশ দিছিল ৷ আবেদনত কোৱা হৈছিল যে এনে জাননী  ছয় বছৰ আগতে ৯৪ বছৰ বয়সত মৃত্যু হোৱা এজন ব্যক্তিলৈয়ো  প্ৰেৰণ কৰা হৈছিল ৷ জাননী লাভ কৰাসকলৰ  ভিতৰত আছে  ৯০ বছৰৰ অধিক বয়সৰ দুজন লোকো।

 

Previous Post

লেম্বৰঘিনি –প’ৰ্চে-অডিসহ বিলাসী বাহন কঢ়িয়াই নিয়া জাহাজ কেনেকৈ ডুবিল মহাসাগৰত ?

Next Post

মহাৰাষ্ট্ৰত নিৰ্মান হব মন্দিৰ, আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
মহাৰাষ্ট্ৰত নিৰ্মান হব মন্দিৰ, আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

মহাৰাষ্ট্ৰত নিৰ্মান হব মন্দিৰ, আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7