VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নির্বাচনী আয়ুক্ত হিচাপে বিজুলীৰ গতিত কিয় অৰুণ গোৱেলক নিযুক্তি দিয়া হ’ল? উচ্চতম ন্যায়ালয়ে কিয় প্ৰশ্ন কৰিলে কেন্দ্ৰক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 24, 2022
in আইন
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন আইএএছ বিষয়া অৰুণ গোৱেলক নতুন নির্বাচনী আয়ুক্ত নিযুক্তিক লৈ কেন্দ্ৰক প্ৰশ্ন কৰিছে উচ্চতম ন্যায়ালয়ে ৷ কেন্দ্ৰই তেওঁৰ নিযুক্তিৰ মূল ফাইল সাংবিধানিক বিচাৰপীঠৰ সন্মুখত ৰখাৰ পিছত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে অৰুণ গোৱেলৰ নাম নতুন নিৰ্বাচন আয়ুক্ত হিচাপে “বিজুলীৰ গতি”ত চূড়ান্ত কৰাক লৈ এই প্ৰশ্ন উত্থাপন কৰে।

ন্যায়াধীশ কে এম যোচেফৰ নেতৃত্বত  ন্যায়াধীশ অজয় ৰাষ্টোগী, অনিৰুদ্ধ বসু, হৃষিকেশ ৰায় আৰু চি টি ৰবিকুমাৰে গঠিত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ ক্ষেত্ৰত সংস্কাৰ বিচাৰি কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে ২৪ ঘণ্টাৰ ভিতৰত ফাইলত অনুমতি প্ৰদান কৰিবলৈ কি এনে জৰুৰী আছিল বুলি কেন্দ্ৰই প্ৰশ্ন উত্থাপন কৰে ৷

যোৱা সপ্তাহত প্ৰাক্তন আই এ এছ বিষয়াগৰাকীক নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া “ব্যৱস্থা”ৰ বিষয়ে  উচ্চতম ন্যায়ালয়ে কেন্দ্ৰই সোধা-পোছা কৰিছিল ৷  কেন্দ্ৰই দাবী কৰা ধৰণে যদি  সঠিক আছিল তেনেহ’লে ফাইলটো দাখিল কৰিবলৈ ভয় কৰা উচিত নহয় ৷

“এয়া কেনেকুৱা মূল্যায়ন? যদিও, আমি অৰুণ গোৱেলৰ যোগ্যতাক লৈ  প্ৰশ্ন উত্থাপন কৰা নাই বৰঞ্চ প্ৰক্ৰিয়াটোক লৈ প্ৰশ্ন উত্থাপন কৰিছো।’- বিচাৰপীঠে লগতে কয়।

যিহেতু উচ্চতম ন্যায়ালয়ে  লক্ষ্য কৰিছিল যে গোৱেলৰ নিযুক্তি সম্পৰ্কীয় ফাইলটো “বিজুলীৰ গতিৰে” অনুমোদন  জনাইছিল ৷ কেন্দ্ৰৰ হৈ এটর্নী জেনেৰেলে এই বিষয়টোত ন্যায়ালয়ক মন্তব্য নকৰিবলৈ আহ্বান জনায় সমগ্ৰ বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহবান জনায় ৷

আইন মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীলৈ চাৰিজন লোকৰ  নাম কেনেকৈ চূড়ান্ত কৰি প্ৰেৰণ  কৰিলে সেই সন্দৰ্ভত ন্যায়ালয়ে সোধাত এটৰ্নী জেনেৰেলে উত্তৰ দিলে যে ডিঅ’পিটিৰ তথ্যৰ ভিত্তিত এই কাম কৰা হৈছে।

Previous Post

পাকিস্তানৰ নতুন সেনা প্ৰধান লেফটেনেণ্ট জেনেৰেল আছিম মুনিৰ

Next Post

হঠাৎ জিম্বাবুৱেৰ বিৰুদ্ধে শৃংখলাত অধিনায়কৰ দায়িত্ব দিও আতৰোৱা হ’ল শিখৰ ধাৱানক , কি মন্তব্য কৰিলে ধাৱানে ?

Related Posts

ন্যায়িক নির্দেশনা পালন কৰা হৈছেনে নীৰিক্ষণ কৰিবলৈ আহ্বান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৰ
আইন

ন্যায়িক নির্দেশনা পালন কৰা হৈছেনে নীৰিক্ষণ কৰিবলৈ আহ্বান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৰ

May 25, 2023
বিহাৰত জাতিভিত্তিক গণনাত স্থগিত “ উচ্চতম ন্যায়ালয়ৰ! স্বপ্নভংগ হ’ব নেকি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ
আইন

বিহাৰত জাতিভিত্তিক গণনাত স্থগিত “ উচ্চতম ন্যায়ালয়ৰ! স্বপ্নভংগ হ’ব নেকি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ

May 19, 2023
চৈধ্য বছৰ বয়স হ’লেই শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰিব পাৰি নেকি?
আইন

চৈধ্য বছৰ বয়স হ’লেই শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰিব পাৰি নেকি?

May 17, 2023
‘ভয়ৰ পৰিৱেশ সৃষ্টি নকৰিব’, ই ডিক উচ্চতম ন্যায়ালয়ৰ ‘সতৰ্কবাণী’
আইন

‘ভয়ৰ পৰিৱেশ সৃষ্টি নকৰিব’, ই ডিক উচ্চতম ন্যায়ালয়ৰ ‘সতৰ্কবাণী’

May 17, 2023
প্ৰশাসনিক ক্ষমতা  থাকিব অৰবিন্দ কেজৰিৱালৰ হাতত, কেন্দ্ৰ-দিল্লী চৰকাৰৰ বিবাদত উচ্চতম ন্যায়ালয়ৰ ৰায়
আইন

প্ৰশাসনিক ক্ষমতা থাকিব অৰবিন্দ কেজৰিৱালৰ হাতত, কেন্দ্ৰ-দিল্লী চৰকাৰৰ বিবাদত উচ্চতম ন্যায়ালয়ৰ ৰায়

May 11, 2023
দিল্লী আদালতত শ্ৰদ্ধা হত্যাৰ গোচৰত চার্জফ্ৰেম ! কি প্ৰমাণ পোৱা গ’ল? বিচাৰপতিয়ে কি ক’লে আফতাবক?
আইন

দিল্লী আদালতত শ্ৰদ্ধা হত্যাৰ গোচৰত চার্জফ্ৰেম ! কি প্ৰমাণ পোৱা গ’ল? বিচাৰপতিয়ে কি ক’লে আফতাবক?

May 9, 2023
Next Post
হঠাৎ জিম্বাবুৱেৰ বিৰুদ্ধে শৃংখলাত  অধিনায়কৰ দায়িত্ব দিও আতৰোৱা হ’ল শিখৰ ধাৱানক , কি মন্তব্য কৰিলে ধাৱানে ?

হঠাৎ জিম্বাবুৱেৰ বিৰুদ্ধে শৃংখলাত অধিনায়কৰ দায়িত্ব দিও আতৰোৱা হ’ল শিখৰ ধাৱানক , কি মন্তব্য কৰিলে ধাৱানে ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7