VOICE 24x7
Sunday, December 3, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গুৱাহাটীত তিনি বছৰীয়া শিশুক যৌন নির্যাতনকাৰীক ২৫ বছৰৰ কাৰাদণ্ড আদালতৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 1, 2023
in আইন
গুৱাহাটীত তিনি বছৰীয়া শিশুক যৌন নির্যাতনকাৰীক ২৫ বছৰৰ কাৰাদণ্ড আদালতৰ
0
SHARES
1.7k
VIEWS
Share on FacebookShare on Twitter

তিনি বছৰীয়া এটি শিশুক যৌন নির্যাতন কৰা এক অপৰাধীক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে পকছ’ আদালতে ৷  কামৰূপ(মহানগৰ) জিলাৰ বিশেষ পকছ’ আদালতে শাস্তি প্ৰদান কৰা লোকজন হৈছে নৰেন ডেকা ৷

 

ফটাশিল-আমবাৰী থানাত ৰুজু হোৱা   ২৩৯/২০২২  গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে ৷  ভাৰতীয় দণ্ডবিধিৰ  ৩৭৬(২)(২০২৩) আৰু পকচ’ আইনৰ ৬ ধাৰাৰ অধীনত দোষী সাৱ্যস্ত কৰি নৰেন ডেকাক দোষী সাৱ্যস্ত কৰে ৷  ২৫ বছৰৰ কঠোৰ কাৰাদণ্ড আৰু ৫ হেজাৰ টকাৰ জৰিমনা  বিহে ডেকাক ৷ এই জৰিমনা আদায় নিদিলে অতিৰিক্ত ৩ মাহৰ বাবে  কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

 

উল্লেখ্য যে  ২০২২ বর্ষৰ ৯ নৱেম্বৰত যৌন নির্যাতনৰ গোচৰ ৰুজু কৰা হৈছিল ৷ গোচৰ ৰুজু কৰি তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত.২০২২ বর্ষ ২৯ নৱেম্বৰত বিশেষ আদালতত অভিযোগনামা দাখিল কৰা হয় ৷ গোচৰৰ তদন্তকাৰী বিষয়া আছিল ফটাশিল-আমবাৰী আৰক্ষী থানাৰ উপ-পৰিদৰ্শক ঋতুপন গগৈ ৷

 

 

Previous Post

🙏 দৈনিক ৰাশিফল 🙏

Next Post

আমিনগাঁৱত ২ কোটি টকাৰ হেৰ’ইনসহ ৫ সৰবৰাহকাৰী গ্ৰেপ্তাৰ, স্পেয়াৰ চকাত গোপনে সৰবৰাহৰ চেষ্টা

Related Posts

মহিলাৰ চৰিত্ৰৰ ওপৰত মন্তব্য দিয়াতো কিমান গ্ৰহণীয়!!
আইন

মহিলাৰ চৰিত্ৰৰ ওপৰত মন্তব্য দিয়াতো কিমান গ্ৰহণীয়!!

November 10, 2023
ৰাজ্যপালসকল ৰাইজৰ প্ৰতিনিধি নহয়, বিধানসভাৰ দ্বাৰা গৃহীত সিদ্ধান্তসমূহ লক্ষ্য কৰাটো যোগ্য নহয়ঃ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ পর্যবেক্ষন
আইন

ৰাজ্যপালসকল ৰাইজৰ প্ৰতিনিধি নহয়, বিধানসভাৰ দ্বাৰা গৃহীত সিদ্ধান্তসমূহ লক্ষ্য কৰাটো যোগ্য নহয়ঃ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ পর্যবেক্ষন

November 7, 2023
পুনৰ নিয়া আদালতত হাজিৰ অখিল গগৈ , গোচৰ জাপি হাৰাশাস্তি কৰিলেও চৰকাৰে মুখ বন্ধ কৰিব নোৱাৰে বুলি হুংকাৰ শিৱসাগৰৰ বিধায়কৰ
আইন

পুনৰ নিয়া আদালতত হাজিৰ অখিল গগৈ , গোচৰ জাপি হাৰাশাস্তি কৰিলেও চৰকাৰে মুখ বন্ধ কৰিব নোৱাৰে বুলি হুংকাৰ শিৱসাগৰৰ বিধায়কৰ

November 1, 2023
স্বাস্থ্যজনিত কাৰণত চাৰি সপ্তাহৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ চন্দ্ৰবাবু নাইডুৰ
আইন

স্বাস্থ্যজনিত কাৰণত চাৰি সপ্তাহৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ চন্দ্ৰবাবু নাইডুৰ

October 31, 2023
উচ্চতম ন্যায়ালয়ে জামিন নিদিলে দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী ছিছ’দিয়াক! কাৰাগাৰতে কটাব লাগিব দিন
আইন

উচ্চতম ন্যায়ালয়ে জামিন নিদিলে দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী ছিছ’দিয়াক! কাৰাগাৰতে কটাব লাগিব দিন

October 30, 2023
দম্পতীক নিজৰ ইচ্ছাৰ বিৰুদ্ধে একেলগে থাকিবলৈ নির্দেশ দিয়াটো নিষ্ঠুৰতা: এলাহাবাদ উচ্চ ন্যায়ালৰ ৰায়
আইন

দম্পতীক নিজৰ ইচ্ছাৰ বিৰুদ্ধে একেলগে থাকিবলৈ নির্দেশ দিয়াটো নিষ্ঠুৰতা: এলাহাবাদ উচ্চ ন্যায়ালৰ ৰায়

October 20, 2023
Next Post
আমিনগাঁৱত ২ কোটি টকাৰ হেৰ’ইনসহ ৫ সৰবৰাহকাৰী গ্ৰেপ্তাৰ, স্পেয়াৰ চকাত গোপনে সৰবৰাহৰ চেষ্টা

আমিনগাঁৱত ২ কোটি টকাৰ হেৰ’ইনসহ ৫ সৰবৰাহকাৰী গ্ৰেপ্তাৰ, স্পেয়াৰ চকাত গোপনে সৰবৰাহৰ চেষ্টা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

December 3, 2023
আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

December 2, 2023
উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল,  দুদিনীয়া বৈঠক সম্পন্ন

উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল, দুদিনীয়া বৈঠক সম্পন্ন

December 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7