VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিহাৰত জাতিভিত্তিক গণনাত স্থগিত “ উচ্চতম ন্যায়ালয়ৰ! স্বপ্নভংগ হ’ব নেকি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 19, 2023
in আইন
বিহাৰত জাতিভিত্তিক গণনাত স্থগিত “ উচ্চতম ন্যায়ালয়ৰ! স্বপ্নভংগ হ’ব নেকি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

বিহাৰত জাতিভিত্তিক গণনাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অনুমতি বিচাৰি দাখিল কৰা আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। জাতিভিত্তিক গণনাত পাটনা উচ্চ ন্যায়ালয়ে স্থগিতাদেশ প্ৰদান কৰাৰ পাছত বিহাৰ চৰকাৰৰ আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে নিজৰ পৰ্যবেক্ষণত এই প্ৰশ্ন উত্থাপন কৰি কয় , ‘কোনে তথ্য সংগ্ৰহ কৰিছে? জৰীপ হওক বা লোকপিয়ল হওক, আমি প্ৰথমে প্ৰক্ৰিয়াটো পৰ্যালোচনা কৰিম।”

 

প্ৰসংগক্ৰমে যোৱা ৪ মে’ত পাটনা উচ্চ ন্যায়ালয়ে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ চৰকাৰৰ জাতিভিত্তিক গণনা কাৰ্যসূচী স্থগিত ৰখাৰ নিৰ্দেশ দিছিল। স্থগিতাদেশৰ আদেশ জাৰি কৰাৰ পিছত উচ্চ ন্যায়ালয়ে নিজৰ পৰ্যবেক্ষণত কয় , ‘এনে জাতি গণনা কৰাৰ অধিকাৰ কেৱল কেন্দ্ৰীয় চৰকাৰৰহে আছে।’ পাটনা উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছত নীতিশে কয়, ‘যদি জাতিভিত্তিক গণনা কৰা হয় , পিছপৰা শ্ৰেণীয়ে লাভৱান হ’লহেঁতেন।” পাটনা উচ্চ ন্যায়ালয়ৰ লগতে তেওঁ সেই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰাৰ ইংগিত দিলে।

 

বিগত নৱেম্বৰ মাহত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশে আৰ্থিকভাৱে পিছপৰা লোকৰ বাবে চৰকাৰী চাকৰি আৰু শিক্ষানুষ্ঠানত ১০ শতাংশ আসন সংৰক্ষণ ঘোষণা কৰাৰ পিছতে সমগ্ৰ দেশতে জাতিভিত্তিক লোকপিয়লৰ দাবী উত্থাপন কৰিছিল। বিহাৰত জেডি(ইউ)-আৰজেডি-কংগ্ৰেছ-বাওঁপন্থী ‘মহাগঠবন্ধন’ চৰকাৰে দ্ৰুতগতিত আৰম্ভ কৰিলে জাতিগণনা। দৰাচলতে উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পূৰ্বে নীতিশ চৰকাৰে ৬ জুনত জাতি লোকপিয়ল সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছিল। কিন্তু পাটনা উচ্চ ন্যায়ালয়ৰ ৰায়দানে এই অধিসূচনা স্থগিত ৰাখে ৷

 

ইয়াৰ পিছতে বিহাৰ চৰকাৰৰ এই পদক্ষেপক প্ৰত্যাহ্বান জনাই পাটনা উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু হয়। আবেদনকাৰীয়ে দাবী কৰে যে নীতিশ চৰকাৰৰ এই পদক্ষেপ “বৈষম্যমূলক আৰু অসাংবিধানিক”। এই পদক্ষেপ মৌলিক অধিকাৰ আৰু সংবিধানৰ ১৪ নং অনুচ্ছেদ (সমতা আৰু সমতাৰ অধিকাৰ)ৰ বিৰুদ্ধে বুলি আৱেদনকাৰীসকলৰ অভিযোগ। বিহাৰত ৭ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ জাতি লোকপিয়ল অনুষ্ঠিত হৈছিল। ১৫ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায় ১৫ মে’লৈকে চলিব লাগিছিল কিন্তু তাৰ পূৰ্বে পাটনা উচ্চ ন্যায়ালয়ে স্থগিতাদেশ প্ৰদান কৰে ৷

 

ৰাজনৈতিক বিশ্লেষকৰ এটা অংশই বিশ্বাস কৰে যে লোকৰ সন্মুখত পিছপৰা (অ’বিচি) ভোটক লক্ষ্য কৰি ল’বলৈ জেডিইউৰ সভাপতি নীতিশ আৰু তেওঁৰ মিত্ৰ আৰজেডি নেতা তথা উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে জাতিভিত্তিক পিয়লৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷তেওঁলোকৰ মতে অ’বিচিৰ প্ৰকৃত সংখ্যা জাতি লোকপিয়লৰ পিছতহে প্ৰকাশ পাব।এতিয়া ২৭ শতাংশ আসন অ’বিচিৰ বাবে সংৰক্ষিত। কিন্তু অ’বিচিৰ সংখ্যা মুঠ জনসংখ্যাৰ ৫০ শতাংশ বুলি ধাৰণা কৰা হৈছে। জাতি লোকপিয়লতো যদি কথাটো আহি পৰে, তেন্তে স্বাভাৱিকতে অ’বিচিৰ বাবে অধিক সংৰক্ষণৰ দাবী উত্থাপন হ’ব। এনে পৰিস্থিতিত চৰকাৰী শিক্ষানুষ্ঠান আৰু চাকৰিৰ অসংৰক্ষিত (সাধাৰণ) আসন আৰু অধিক হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। জাতি লোকপিয়লৰ বিৰোধীসকলে অভিযোগ কৰে যে সেই ক্ষেত্ৰত মেধাৱী লোকসকল ক্ষতিগ্ৰস্ত হ’ব৷

 

Previous Post

SI জোনমণিৰ মৃত্যুৰ ৰহস্য উদঘাটনৰ পূৰ্বে ১৪৮গৰাকী কনিষ্টবলৰ ৰদবদল

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

আই আই টি খড়গপুৰত মৃত্য হোৱা অসমৰ ছাত্ৰ ফাইজানৰ বুকু আৰু মূৰত স্পষ্ট আঘাতৰ চিন , দ্বিতীয় মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কলকাতা উচ্চ ন্যায়ালয়ত
আইন

আই আই টি খড়গপুৰত মৃত্য হোৱা অসমৰ ছাত্ৰ ফাইজানৰ বুকু আৰু মূৰত স্পষ্ট আঘাতৰ চিন , দ্বিতীয় মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কলকাতা উচ্চ ন্যায়ালয়ত

June 6, 2023
ন্যায়িক নির্দেশনা পালন কৰা হৈছেনে নীৰিক্ষণ কৰিবলৈ আহ্বান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৰ
আইন

ন্যায়িক নির্দেশনা পালন কৰা হৈছেনে নীৰিক্ষণ কৰিবলৈ আহ্বান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৰ

May 25, 2023
চৈধ্য বছৰ বয়স হ’লেই শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰিব পাৰি নেকি?
আইন

চৈধ্য বছৰ বয়স হ’লেই শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰিব পাৰি নেকি?

May 17, 2023
‘ভয়ৰ পৰিৱেশ সৃষ্টি নকৰিব’, ই ডিক উচ্চতম ন্যায়ালয়ৰ ‘সতৰ্কবাণী’
আইন

‘ভয়ৰ পৰিৱেশ সৃষ্টি নকৰিব’, ই ডিক উচ্চতম ন্যায়ালয়ৰ ‘সতৰ্কবাণী’

May 17, 2023
প্ৰশাসনিক ক্ষমতা  থাকিব অৰবিন্দ কেজৰিৱালৰ হাতত, কেন্দ্ৰ-দিল্লী চৰকাৰৰ বিবাদত উচ্চতম ন্যায়ালয়ৰ ৰায়
আইন

প্ৰশাসনিক ক্ষমতা থাকিব অৰবিন্দ কেজৰিৱালৰ হাতত, কেন্দ্ৰ-দিল্লী চৰকাৰৰ বিবাদত উচ্চতম ন্যায়ালয়ৰ ৰায়

May 11, 2023
দিল্লী আদালতত শ্ৰদ্ধা হত্যাৰ গোচৰত চার্জফ্ৰেম ! কি প্ৰমাণ পোৱা গ’ল? বিচাৰপতিয়ে কি ক’লে আফতাবক?
আইন

দিল্লী আদালতত শ্ৰদ্ধা হত্যাৰ গোচৰত চার্জফ্ৰেম ! কি প্ৰমাণ পোৱা গ’ল? বিচাৰপতিয়ে কি ক’লে আফতাবক?

May 9, 2023
Next Post
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7